ETV Bharat / technology

অজানিতে পঠিয়াই দিলে নেকি Mail : এই কিটিপ ব্যৱহাৰ কৰি উপকৃত হওঁক - Undo send in Gmail

author img

By ETV Bharat Tech Team

Published : Sep 2, 2024, 12:04 PM IST

How to unsend an email: আমি প্ৰতিদিনে ই-মেইল ব্যাপকভাৱে ব্যৱহাৰ কৰো । সৰু-বৰ যিকোনো কামৰ বাবে মেইল ​​যথেষ্ট প্ৰয়োজনীয় । কিন্তু কেতিয়াবা আমি ভুলতে মেইল ​​পঠিয়াও । পিছত এনে মেইল ​​আনচেণ্ড কৰাৰ বিকল্পও পোৱা নাযায় । সেয়ে আজি আমি এই প্ৰতিবেদনযোগে আপোনালোকক ইয়াৰ সমাধান সন্দৰ্ভত অৱগত কৰিম---

How to undo send in Gmail for up to 30 seconds
অজানিতে পঠিয়াই দিলে নেকি Mail : এই কিটিপ ব্যৱহাৰ কৰি সকাহ লাভ কৰক (ETV Bharat)

নিউজ ডেস্ক, 2 ছেপ্টেম্বৰ: প্ৰতিদিনে আপুনি বহুতো ই-মেইল ​​পায় । লগতে অফিচৰ কামৰ বাবে তথা সকলো কামৰ বাবে ই-মেইল কৰিব লগা হয় । দিনটোৰ কামৰ হিচাপ পঠোৱাৰ পৰা আৰম্ভ কৰি ছুটী লোৱালৈকে সকলো কামতে মেইল ​​কৰাটো অপৰিহাৰ্য হৈ পৰিছে । কিন্তু খৰখেদাকৈ বহুবাৰ আমি ভুল মেইল ​​পঠাওঁ । এনে অৱস্থাত পুনৰ মেইল ​​পঠিয়াব লগা হয় । কিন্তু যদি আপুনি আপোনাৰ জিমেইলত ছেটিংছ ছেট কৰে তেন্তে আপুনি এই সমস্যাৰ সন্মুখীন নহ’ব । কেনেকৈ চেট কৰিব আমি আজি সমগ্ৰ প্ৰক্ৰিয়াটো আপোনালোকক জনাম ।

G-Mail unsend mail tricks সকলোৰে বাবে অতি উপযোগী । অৱশ্যে বহুতে ইয়াক ব্যৱহাৰ কৰিব নাজানে । আজি আহক ভুলতে পঠোৱা মেইল ​​কেনেকৈ আনচেণ্ড কৰিব পাৰি শিকি লওঁ---

Mail Unsend Facility : জিমেইলত প্ৰেৰণ কৰা মেইল ​​আনচেণ্ড কৰাৰ সুবিধা আছে। জিমেইলত ব্যৱহাৰকাৰীয়ে নিজৰ পছন্দ অনুসৰি মেইল ​​প্ৰেৰণ কৰাৰ সময় নিৰ্বাচন কৰিব পাৰে। ইয়াৰ বাবে আপুনি জিমেইলত উপলব্ধ Undo বৈশিষ্ট্যৰ সদ্ব্যৱহাৰ কৰিব পাৰে। তাৰ বাবে গুগল চেণ্টিগলৈ যাব লাগিব। ইয়াৰ পিছত আপুনি আপোনাৰ পছন্দ অনুসৰি মেইল ​​প্ৰেৰণৰ সময়সীমা বাছি ল’ব পাৰে।

1/ প্ৰথমে লেপটপ বা ডেস্কটপত Gmail app খোলক

2/ ওপৰৰ বাৰত প্ৰফাইল আইকনৰ কাষত ছেটিংছ টেপ কৰক

3/ এতিয়া See All Settings ত ক্লিক কৰক

4/ তললৈ স্ক্ৰল কৰক আৰু আপোনাৰ পছন্দ অনুসৰি মেইল ​​প্ৰেৰণ কৰাৰ সময় নিৰ্বাচন কৰক

5/ ধৰি লওঁক আপুনি 2 ঘণ্টাৰ পিছত মেইল ​​পঠোৱাৰ সময় নিৰ্ধাৰণ কৰে, তেতিয়া আপুনি একে সময়ৰ বাবে প্ৰেৰণ কৰা মেইলটো আনচেণ্ড কৰাৰ বিকল্প পাব ।

6/ এতিয়া তললৈ স্ক্ৰল কৰি ছাবমিট কৰক । আপোনাৰ ছেটিং হৈ গ’ল ৷

মেইল সম্পাদনা কৰাৰ সুবিধা : আপুনি এবাৰ মেইল ​​বাতিল কৰিলে, ইয়াক পুনৰ পঠোৱাৰ আগতে ইয়াক সম্পাদনা কৰা বা কিছু নতুন বিষয়বস্তু যোগ কৰাৰ বিকল্প থাকিব । ইয়াত আন বহুতো বিকল্পও উপলব্ধ । বানানৰ পৰামৰ্শসমূহ অন/অফ কৰিবলৈও এটা বৈশিষ্ট্য উপলব্ধ । আপুনি ইয়াত কিবৰ্ড চৰ্টকাটসমূহ সক্ৰিয়/নিষ্ক্ৰিয় কৰিব পাৰে ।

লগতে পঢ়ক: ভাৰতীয় নৌসেনাই লাভ কৰিলে পাৰমাণৱিক অস্ত্ৰপৰিবাহী দ্বিতীয়খন ছাবমেৰিন - Second nuclear armed submarine

হোৱাটছ এপত আহে নেকি বিজুলী বিল ! ক্লিক কৰাৰ পূৰ্বে সাৱধান - Digital scam

স্কেনযোগে অৱগত হওঁক আপোনাৰ গাড়ীখনৰ সুৰক্ষাৰ বিষয়ে - Bharat NCAP QR Code

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.