ETV Bharat / technology

অবিশ্বাস্য যেন লাগিলেও সঁচা; 3 মাহৰ বাবে বিনামূলীয়াকৈ লাভ কৰক ইন্টাৰনেট সেৱা - Free high speed internet

author img

By ETV Bharat Tech Team

Published : 3 hours ago

3 months of free high-speed internet: আগশাৰীৰ টেলিকম কোম্পানীবোৰে ৰিচাৰ্জৰ হাৰ বৃদ্ধি কৰাৰ সময়ত যদি কোনোবাই আপোনাক 3 মাহৰ বাবে বিনামূলীয়া ইন্টাৰনেট দিয়ে তেন্তে কিমান ভাল লাগিব । অবিশ্বাস্য যেন লাগিলেও সঁচা ৷ শেহতীয়াকৈ এটা কোম্পানীয়ে গ্ৰাহকক বিনামূলীয়া ইন্টাৰনেট প্ৰদানৰ লগতে গ্ৰাহকক 18 টা অ’টিটি চাবস্ক্ৰিপশ্যনো প্ৰদান কৰিছে । কেনেকৈ লাভ কৰিব কোম্পানীটোৰ এই প্লেন? জানো আহক...

Etv Bharat
অবিশ্বাস্য যেন লাগিলেও সঁচা; 3 মাহৰ বাবে বিনামূলীয়াকৈ লাভ কৰক ইন্টাৰনেট সেৱা (ETV Bharat)

নিউজ ডেস্ক, 1 অক্টোবৰ: ৰিলায়েন্স জিঅ’ আৰু এয়াৰটেলৰ দৰে ভাৰতৰ আগশাৰীৰ ব্ৰডবেণ্ড কোম্পানীয়ে ৰিচাৰ্জৰ হাৰ বৃদ্ধি কৰিছে । ইয়াৰ বাবে সমস্যাত পৰিছে সৰ্বসাধাৰণ নাগৰিক । যদি আপুনি কম দামত ৰিচাৰ্জ বিচাৰিছে তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে । কাৰণ এটা নতুন কোম্পানীয়ে ভাৰতীয় বজাৰত প্ৰৱেশ কৰিছে ।

সস্তীয়া ৰিচাৰ্জ ৰেট: এই কোম্পানীটোৰ ৰিচাৰ্জ ৰেট কম হোৱাৰ বাবে গ্ৰাহক অধিক লাভৱান হৈছে । এই কোম্পানীটোৰ নাম Excitel আৰু কোম্পানীয়ে গ্ৰাহকৰ বাবে বিশেষ অফাৰ লৈ আহিছে । এই অফাৰৰ অধীনত কোম্পানীটোৱে 3 মাহৰ বাবে বিনামূলীয়া ইন্টাৰনেট আৰু 18 টা অ’টিটি (নেটফ্লিক্স, এমাজন প্ৰাইম ইত্যাদি)ৰ চাবস্ক্ৰিপশ্যন আগবঢ়াইছে । এই অফাৰৰ অধীনত কোম্পানীটোৱে গ্ৰাহকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । কোম্পানীটোৱে উন্নত মানৰ ইণ্টাৰনেট প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে । এই অফাৰৰ বিষয়ে জানো আহক...

Excitel ৰ নতুন প্লেন: Excitel কোম্পানীৰ নতুন ৰিচাৰ্জ অফাৰ প্ৰতিমাহে 499 টকা । যদি আপুনি 9 মাহ কোম্পানীটোৰ ইণ্টাৰনেট ব্যৱহাৰ কৰে তেন্তে 3 মাহৰ বাবে ইন্টাৰনেট ফ্ৰী পাব । লগতে 18 টা অ’টিটি প্লেটফৰ্ম আৰু 150 টাতকৈও অধিক চেনেল চাব পাৰিব । এই অফাৰ বৰ্তমানেও আছে ।

অবিশ্বাস্য যেন লাগিলেও সঁচা; 3 মাহৰ বাবে বিনামূলীয়াকৈ লাভ কৰক ইন্টাৰনেট সেৱা
অবিশ্বাস্য যেন লাগিলেও সঁচা; 3 মাহৰ বাবে বিনামূলীয়াকৈ লাভ কৰক ইন্টাৰনেট সেৱা (Excitel)

18 টা OTT প্লেটফৰ্মৰ সুবিধা: এই অফাৰত আপুনি Amazon Prime, Disney + Hotstar, Sony Liv, Altbalaji আৰু 18 টা OTT প্লেটফৰ্মৰ সুবিধা পাব । এই অফাৰৰ দ্বাৰা কোম্পানীটোৱে গ্ৰাহকক আকৰ্ষণ কৰিছে । কোম্পানীটোৱে উন্নত মানৰ ইণ্টাৰনেট প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে । এই পৰিকল্পনাত আপুনি বিনামূলীয়া লাইভ টিভি চেনেল আৰু বিনামূলীয়া স্মাৰ্ট টিভি বা এইচডি প্ৰজেক্টৰও পাব । কোম্পানীটোৰ এই অফাৰ 35 খনতকৈও অধিক চহৰত উপলব্ধ ।

দুটা নতুন ৰিচাৰ্জ প্লেন আৰম্ভ: চলিত মাহৰ আৰম্ভণিতে Excitel এ বিগ স্ক্ৰীণ প্লেন নামৰ দুটা নতুন ব্ৰডবেণ্ড প্লেন মুকলি কৰিছিল । এই প্লেনৰ মূল্য 1 হাজাৰ 299 টকা আৰু 1 হাজাৰ 499 টকা । এই প্লেনবোৰত ব্যৱহাৰকাৰীয়ে হাই-স্পীড ইন্টাৰনেট, অ’টিটি চাবস্ক্ৰিপশ্যন, বিনামূলীয়া লাইভ টিভি চেনেল আৰু বিনামূলীয়া স্মাৰ্ট টিভি বা এইচডি প্ৰজেক্টৰ লাভ কৰিব ।

লগতে পঢ়ক: ভোডাফোন আইডিয়াৰ সৈতে পুনৰ মিত্ৰতা ন’কিয়াৰ - Vodafone Idea deals with Nokia

জিঅ’, এয়াৰটেল, ভোডাফোন আইডিয়া - কোনে প্ৰদান কৰিছে উন্নত ৰিচাৰ্জ প্লেন ? - Reliance Jio vs Airtel vs Vi

Jio গ্ৰাহকৰ বাবে সুখবৰ : ঘৰতে অনায়াসে লাভ কৰক Jio ছিম - Activate SIMs at home

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.