ETV Bharat / technology

Brixton এ ভাৰতীয় বজাৰত মুকলি কৰিলে 4 খনকৈ বাইক - BRIXTON MOTORCYCLES LAUNCHED

Brixton মটৰ চাইকেলে ভাৰতীয় বজাৰত মুকলি কৰিছে নিজৰ চাৰিখন বাইক Crossfire 500X, Crossfire 500XC, Cromwell 1200 আৰু Cromwell 1200X ।

Brixton launched its four motorcycles in India, know what are the prices
Brixton এ ভাৰতীয় বজাৰত মুকলি কৰিলে 4 খনকৈ বাইক (Brixton Motorcycles)
author img

By ETV Bharat Tech Team

Published : Nov 20, 2024, 12:59 PM IST

হায়দৰাবাদ: অষ্ট্ৰিয়াস্থিত মটৰ চাইকেল নিৰ্মাতা কোম্পানী ব্ৰিক্সটন মটৰ চাইকেলে ভাৰতৰ বজাৰত মুকলি কৰিছে চাৰিখন বাইক - ক্ৰছফায়াৰ 500X, ক্ৰছফায়াৰ 500XC, ক্ৰমৱেল 1200 আৰু ক্ৰমৱেল 1200 X । তেওঁলোকৰ মূল্য ক্ৰমে 4.74 লাখ, 5.19 লাখ, 7.83 লাখ আৰু 9.10 লাখ টকা (এক্স শ্ব’ৰুম) ।

তথ্য অনুসৰি 2025 চনৰ জানুৱাৰী মাহৰ পৰা ক্ৰছফায়াৰ আৰু ক্ৰমৱেল মডেলৰ ডেলিভাৰী আৰম্ভ হ’ব । অন্য ব্ৰিক্সটন মটৰ চাইকেলৰ দৰে ভাৰতত মুকলি কৰা এই চাৰিখন মডেলকো নিও ৰেট্ৰ’ ডিজাইন দিয়া হৈছে । ক্ৰছফায়াৰ 500X কেফে ৰেচাৰ বাইক, আনহাতে ক্ৰমৱেল 1200 ৰ’ডষ্টাৰ বাইক । ক্ৰছফায়াৰ 500X আৰু ক্ৰমৱেল 1200X নিজ নিজ স্ক্ৰেম্বলাৰ ডেৰাইভেটিভ ।

Brixton launched its four motorcycles in India, know what are the prices
Brixton এ ভাৰতীয় বজাৰত মুকলি কৰিলে 4 খনকৈ বাইক (Brixton Motorcycles)

Brixton Crossfire 500X আৰু Crossfire 500XC ৰ বৈশিষ্ট্য

ব্রিক্সটন ক্ৰছফায়াৰ 500X আৰু ক্ৰছফায়াৰ 500 XC ত 486CC, লিকুইড-কুল্ড, ইনলাইন দুটা চিলিণ্ডাৰ ইঞ্জিন পোৱা যায় । এই ইঞ্জিনে 45 বিএইচপি শক্তি আৰু 43 এনএম পিক টৰ্ক উৎপন্ন কৰে । দুয়োখন মটৰ চাইকেলতে আছে 6 স্পীড মেনুৱেল গিয়াৰবক্স । ব্রিক্সটনে দাবী কৰিছে যে ক্ৰছফায়াৰ 500X আৰু ক্ৰছফায়াৰ 500 XC ৰ সৰ্বোচ্চ গতি ঘণ্টাত 160 কিলোমিটাৰ ।

ক্ৰছফায়াৰ 500 X কেফে ৰেচাৰ, আনহাতে ক্ৰছফায়াৰ 500 XC হৈছে ইয়াৰ স্ক্ৰেম্বলাৰ বাইক । ক্ৰছফায়াৰ 500 X ৰ সন্মুখত ইউএছডি ফৰ্ক আৰু পিছফালে একক শ্বক এবজৰ্বাৰৰ সৈতে ছুইংগাৰ্ম আছে । আনহাতে, 500 XC ৰ সন্মুখত এডজাষ্টেবল প্ৰিলোডৰ সৈতে লং-ট্ৰেভেল ইউএছডি ফৰ্ক আৰু পিছফালে ৰিবাউণ্ড ডেম্পিঙৰ সৈতে এডজাষ্টেবল চিংগল শ্বক আছে ।

Brixton Cromwell 1200 আৰু Brixton 1200 X ৰ বৈশিষ্ট্য

এই দুয়োখন মটৰ চাইকেলত 1222 CC, লিকুইড কুল্ড ইনলাইন-ফোৰ ইঞ্জিন পোৱা যায় । এই ইঞ্জিনে 80 বিএইচপি শক্তি আৰু 108 এনএমৰ শীৰ্ষ টৰ্ক প্ৰদান কৰে । দুয়োখন মটৰ চাইকেলতে ব্যৱহাৰ কৰা হৈছে 6 স্পীড গিয়াৰবক্স । এই মটৰ চাইকেলসমূহৰ সৰ্বোচ্চ গতিবেগ ঘণ্টাত 198 কিলোমিটাৰ বুলি কোৱা হৈছে ।

ব্রিক্সটন ক্রমৱেল 1200 আৰু ক্রমৱেল 1200 X ৰ সন্মুখত কেৱাইবি টেলিস্কোপিক ফর্ক পোৱা যায় ৷ ক্ৰমৱেল 1200 ত পিছফালে কে ৱাই বি এডজাষ্টেবল প্ৰিলোড শ্বক এবজৰ্বাৰ পোৱা যায়, আনহাতে ক্ৰমৱেল 1200 X ত ডাবল ষ্ট্ৰট কে ৱাই বি আছে ।

লগতে পঢ়ক: আকৰ্ষণীয় লুক আৰু বৈশিষ্ট্যৰ সৈতে বজাৰত মুকলি Rorr EZ

প্ৰিমিয়াম বাইক ক্ৰয়ৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাইছে দেশৰ যুৱক-যুৱতীৰ - Two wheeler sales in 2024

ভাৰতীয় বজাৰত মুকলি হ’ল Suzuki GSX-8R - Suzuki new sports bike Launched

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.