ETV Bharat / technology

কম মূল্যতে ক্ৰয় কৰক উন্নত ইয়াৰবাড - Earbuds under 2000

author img

By ETV Bharat Assamese Team

Published : Aug 23, 2024, 6:26 PM IST

Best Earbuds: উন্নত ইয়াৰবাড কিনিম বুলি ভাবিছে নেকি আপুনি ? যদি কিনিম বুলি ভাবিছে তেন্তে ক্ৰয় কৰাৰ পূৰ্বে পঢ়ক আমাৰ এই প্ৰতিবেদন---

best earbuds under 2000 for brilliant audio quality on a budget
কম মূল্যতে ক্ৰয় কৰক উন্নত ইয়াৰবাড (ETV Bharat)

নিউজ ডেস্ক, 23 আগষ্ট: সংগীতে শৰীৰ আৰু মনলৈ সতেজতা আনে । আৰু যদিহে আপোনাৰ প্ৰিয় গীতটি উন্নত ইয়াৰবাডত শুনিবলৈ পায় তেন্তে সেয়াই আৰু অধিক জীপাল কৰি তোলে সময়খিনি । বজাৰত সম্প্ৰতি বহুধৰণৰ ইয়াৰবাড আছে, কিন্তু আপোনাৰ বাজেট অনুসৰি কোনটো উন্নত সেয়া নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত সমস্যাই দেখা দিয়ে ৷ ইয়াত আমি আপোনালোকক এনেধৰণৰ 5 টা ইয়াৰবাডৰ বিষয়ে জনাবলৈ বিচাৰিছো, যিবোৰ আপুনি সহজেই অনলাইনত ক্ৰয় কৰিব পাৰে আৰু এইবোৰ বেটাৰী বেকআপ আৰু নইজ কেনচেলেশ্যন বৈশিষ্ট্যযুক্ত ---

BoAt Airdopes 141 ANC

BoAt Airdopes 141 ANC নইজ কেনচেলেশ্যন বৈশিষ্ট্যযুক্ত, যিটোৰ জৰিয়তে গান শুনাৰ সময়ত আপুনি এক অনন্য অভিজ্ঞতা লাভ কৰিব ৷ এই ইয়াৰবাডে IPX5 পানী প্ৰতিৰোধ সুৰক্ষা লাভ কৰে ৷ ইয়াৰ বেটাৰী বেকআপ 21 ঘণ্টা । মাত্ৰ 1599 টকাত এই ইয়াৰবাড ক্ৰয় কৰিব পাৰে আমাজনত ।

বৈশিষ্ট্যবোৰ

32dB লৈকে নইজ কেনচেলেশ্যন

21 ঘণ্টা পৰ্যন্ত বেটাৰী বেকআপ

IPX4 পানী প্ৰতিৰোধ ক্ষমতা

ব্লুটুথ 5.1 সংযোগ

তৎক্ষণাত ভয়েচ এচিষ্টেণ্ট সক্ৰিয়কৰণ

Noise Tune Charge

Amazon ত Noise Tune Charge অতি সুলভ মূল্যত 899 টকাত বিক্ৰী কৰা হৈছে । কোম্পানীটোৱে এই ইয়াৰবাডসমূহত নইজ কেনচেলেশ্যন বৈশিষ্ট্য সংযোগ কৰিছে । কেচিঙৰ সহায়ত এই ইয়াৰবাডবোৰে 30 ঘণ্টা পৰ্যন্ত সক্ৰিয় হৈ থাকিব পাৰে । এই ইয়াৰবাডত টাচ কণ্ট্ৰল আৰু ইনষ্টেণ্ট ভইচ এচিষ্টেণ্ট ছাপৰ্ট বিশিষ্ট ।

বৈশিষ্ট্যবোৰ

চাৰ্জিং কেছৰ সৈতে 30 ঘণ্টা পৰ্যন্ত বেটাৰী বেকআপ

টাচ কন্ট্ৰল

তৎক্ষণাত ভয়েচ এচিষ্টেণ্ট সমৰ্থন

ব্লুটুথ 5.0 সংযোগ

IPX5 পানী প্ৰতিৰোধ ক্ষমতা

Realme Buds Q2 Neo

কম ওজন আৰু আকৰ্ষণীয় ডিজাইনৰ সৈতে Realme Buds Q2 Neo কাণৰ বাবে অতি আৰামদায়ক বুলি প্ৰমাণিত হৈছে । কোম্পানীটোৱে এই ইয়াৰবাডসমূহত এআই নইজ কেনচেলেশ্যন বৈশিষ্ট্য প্ৰদান কৰিছে, যি ফোনকলৰ কাম কৰে । এই ইয়াৰবাডৰ বেটাৰী বেকআপ 28 ঘণ্টালৈকে আৰু IPX4 পানী প্ৰতিৰোধ ক্ষমতা আছে, যি দৈনিক ব্যৱহাৰৰ বাবে উপযোগী । আমাজনত এই ইয়াৰবাড উপলব্ধ 1499 টকাত ৷

বিশেষত্বসমূহ

কম ওজন আৰু আকৰ্ষণীয় ডিজাইন

মুঠ সক্ৰিয় সময় 28 ঘণ্টা পৰ্যন্ত

IPX4 পানী প্ৰতিৰোধ ক্ষমতা

ব্লুটুথ 5.2 সংযোগ

তৎক্ষণাত ভয়েচ এচিষ্টেণ্ট সমৰ্থন

OnePlus Nord Buds 2r

OnePlus ৰ OnePlus Nord Buds 2r ইয়াৰবাড কোম্পানীটোৰ অতি সুলভ মূল্যৰ ইয়াৰবাড । এই ইয়াৰবাডসমূহে 12.4 মিমি ডাইনামিক ড্ৰাইভাৰ আৰু ডলবি এটমছ সমৰ্থনৰ সৈতে সংপৃক্ত হৈ শব্দ প্ৰদান কৰে । মুঠ প্লেবেক সময় 38 ঘণ্টা ৷ IP55 পানী আৰু ধূলি প্ৰতিৰোধৰ সুৰক্ষা থকা এই ইয়াৰবাডবোৰ বাহিৰত আৰু ৱৰ্কআউটৰ সময়ত ব্যৱহাৰৰ বাবে অতি উত্তম ।

বৈশিষ্ট্যসমূহ

Dolby Atmos সমৰ্থনৰ সৈতে 11mm ডাইনামিক ড্ৰাইভাৰ

মুঠ প্লেবেক সময় 38 ঘণ্টা পৰ্যন্ত

IP55 পানী আৰু ধূলি প্ৰতিৰোধ ক্ষমতা

ব্লুটুথ 5.2 সংযোগ

দ্ৰুত চাৰ্জিং

Noise Air Buds

আমাজনত 1499 টকাত উপলব্ধ এই ইয়াৰবাড নইজ কেনচেলেশ্যন বৈশিষ্ট্যযুক্ত । ইয়াৰ উপৰিও এই ইয়াৰবাডসমূহত InstaCharge প্ৰযুক্তি সংযুক্ত কৰা হৈছে, যাৰ ফলত বৃদ্ধি হৈছে ইয়াৰ ব্যৱহাৰিতা । চাৰ্জিং কেছৰ সৈতে এবাৰ সম্পূৰ্ণ চাৰ্জ হ’লে ই প্ৰায় 20 ঘণ্টা পৰ্যন্ত একেৰাহে সক্ৰিয় হৈ থাকে ৷

বিশেষত্ব

তৎক্ষণাত চাৰ্জিঙৰ বাবে InstaCharge প্ৰযুক্তি

20 ঘণ্টা পৰ্যন্ত সক্ৰিয়তা

কাষ্টমাইজেবল টাচ কন্ট্ৰল

ব্লুটুথ 5.0 সংযোগ

IPX4 পানী প্ৰতিৰোধ ক্ষমতা

লগতে পঢ়ক: Earphones Side Effects : আনৰ Earphones ব্যৱহাৰ কৰি শ্ৰৱণ শক্তি হেৰুৱালে এজন যুৱকে, আপুনিও বেলেগৰ Earphones ব্যৱহাৰ কৰে নেকি ?

উন্নত ষ্ট’ৰেজ আৰু বেটাৰীৰ ফোন ক্ৰয় কৰক 15000 তকৈও কম মূল্যত - Smartphones Under 15000

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.