ETV Bharat / technology

20 হাজাৰ টকাতকৈ কম মূল্যত কেইটামান শ্ৰেষ্ঠ স্মাৰ্টফোন - Best budget smartphones

author img

By ETV Bharat Tech Team

Published : Aug 26, 2024, 4:44 PM IST

Best Smartphone Under 20000: যদি আপুনি এটা ডাঙৰ স্মাৰ্টফোন কিনাৰ পৰিকল্পনা কৰিছে আৰু আপোনাৰ বাজেট মাত্ৰ 20 হাজাৰ টকা আৰু আপুনি নিশ্চিত কৰিব পৰা নাই আপুনি কোনটো ফোন ক্ৰয় কৰিব লাগে, তেন্তে চিন্তাৰ কোনো প্ৰয়োজন নাই । আমাৰ বিস্তৃত প্ৰতিবেদন পঢ়ক আৰু পাঁচটা শ্ৰেষ্ঠ বিকল্পৰ ভিতৰত নিজৰ পছন্দৰ স্মাৰ্টফোনটো নিৰ্বাচন কৰক...

Best budget smartphones under Rs 20,000: Top 5 picks of 2024
20 হাজাৰ টকাতকৈ কম কেইটামান শ্ৰেষ্ঠ স্মাৰ্টফোন (CMF, Realme, POCO)

নিউজ ডেস্ক, 26 আগষ্ট: ভাৰতীয় বজাৰত বাজেট ফোন ইমানেই প্ৰচুৰ হৈ পৰিছে যে ইয়াৰ মাজৰ পৰা সঠিক ফোনটো বাচনি কৰাটো যথেষ্ট কঠিন হৈ পৰে । এটা উন্নত ডিছপ্লে, উন্নত প্ৰদৰ্শন, দীৰ্ঘ সময়ৰ বেটাৰী বেকআপ আৰু মসৃণ অপাৰেচন হৈছে প্ৰতিজন মোবাইল ব্যৱহাৰকাৰীয়ে বিচৰা বস্তু । ইয়াত আমি আপোনালোকক 20 হাজাৰ টকাৰ ভিতৰত থকা শীৰ্ষ 5 টা স্মাৰ্টফোনৰ বিষয়ে জনাম, যাৰ জৰিয়তে আপোনাৰ প্ৰয়োজনীয় স্মাৰ্টফোনটো বিচৰাত সহায় হ'ব ।

1. Samsung Galaxy M35 5G: দক্ষিণ কোৰিয়াৰ কোম্পানী Samsung ৰ 'M' ছিৰিজ এটা অতি ভাল ছিৰিজ, য'ত আপুনি বহুতো স্মাৰ্টফোন পাব । ইয়াৰে এটা হৈছে Galaxy M35 5G, যি তিনিটা ভেৰিয়েন্টত বিক্ৰী কৰা হৈছে, যাৰ মূল্য ক্ৰমে 19,999 টকা, 21,499 টকা আৰু 24,499 টকা ।

  • ডিছপ্লে – 6.6 ইঞ্চি, sAMOLED GG Victus+, 120 হাৰ্টজ ৰিফ্ৰেছ ৰেট
  • কেমেৰা – 50 MP + 8 MP + 2 MP (পিছফালে), 13 MP ফ্ৰন্ট কেমেৰা
  • পৰিৱেশন – Exynos অক্টা-কোৰ প্ৰচেছৰ
  • ষ্ট’ৰেজ – 6 জিবি আৰু 8 জিবি ৰেম, 128 জিবি আৰু 256 জিবি ইণ্টাৰনেল ষ্ট’ৰেজ
  • বেটাৰী – 6000 mAh বেটাৰী, ফাষ্ট চাৰ্জিং, ইউএছবি টাইপ-চি প’ৰ্ট

2. OnePlus Nord CE 3 5G: কোম্পানীটোৱে ইয়াৰ পূৰ্বেও ইয়াৰ Nord CE ছিৰিজৰ ফোন মুকলি কৰিছে, ইয়াৰে এটা হৈছে Nord CE 3 5G, যিটো আপোনাৰ বাবে এটা উন্নত বিকল্প হ’ব পাৰে । ইয়াৰ মূল্য ক্ৰমে 19400 আৰু 26899 টকা ।

  • ডিছপ্লে – 6.7 ইঞ্চি FHD+, ফ্লুইড AMOLED, 120Hz ৰিফ্ৰেছ ৰেট
  • কেমেৰা - 50 MP + 8 MP + 2 MP (পিছফালে) 16 MP সন্মুখৰ কেমেৰা
  • পৰিৱেশন – Snapdragon 782G প্ৰচেছৰ
  • ষ্ট’ৰেজ – 8 জিবি আৰু 12 জিবি ৰেম, 128 জিবি আৰু 256 জিবি ইণ্টাৰনেল ষ্ট’ৰেজ
  • বেটাৰী – 5000 মিলিএচ বেটাৰী, ছুপাৰ ভিঅ’অ’চি চাৰ্জিং, ইউএছবি টাইপ-চি প’ৰ্ট

3. Poco X6 5G: ভাৰতৰ বজাৰত দীৰ্ঘদিন ধৰি প্ৰভাৱ বিস্তাৰ কৰি আছে Poco ই আৰু ইয়াৰ বহু মডেল বজাৰত উপলব্ধ । ইয়াৰে এটা, Poco X6 5G আপোনাৰ বাবে 20 হাজাৰ টকাতকৈও কম মূল্যত এক উত্তম বিকল্প হ’ব পাৰে । কোম্পানীটোৱে ইয়াৰ তিনিটা ভেৰিয়েন্ট বিক্ৰী কৰিছে, যাৰ মূল্য ক্ৰমে 18,499 টকা, 20,999 টকা আৰু 21,999 টকা ।

  • ডিছপ্লে – 6.67 ইঞ্চি FHD+, AMOLED, 120Hz ৰিফ্ৰেছ ৰেট
  • কেমেৰা – 64 MP + 8 MP + 2 MP (পিছফালে), 16 MP সন্মুখৰ কেমেৰা
  • পৰিৱেশন – Snapdragon 7s Gen-2 প্ৰচেছৰ
  • ষ্ট’ৰেজ – 8 আৰু 12 জিবি ৰেম, 256 আৰু 512 জিবি ইণ্টাৰনেল ষ্ট’ৰেজ
  • বেটাৰী – 5100 মিলিএচ বেটাৰী, টাৰ্বো চাৰ্জিং, ইউএছবি টাইপ-চি প’ৰ্ট

4. CMF Phone 1: Nothing Phone ৰ উপ-ব্ৰেণ্ড CMF য়ে ভাৰতৰ বজাৰত মুকলি কৰিছে CMF Phone 1। কোম্পানীটোৱে ই-কমাৰ্চ ৱেবছাইট ফ্লিপকাৰ্টৰ জৰিয়তে এই ফোনটো বিক্ৰী কৰিছে । ই দুটা ভেৰিয়েন্টত বজাৰত উপলব্ধ ৷ যাৰ মূল্য ক্ৰমে 15,999 আৰু 17,999 টকা ।

  • ডিছপ্লে – 6.67 ইঞ্চি FHD+, Super AMOLED, 120Hz ৰিফ্ৰেছ ৰেট
  • কেমেৰা - 50 MP + 2 MP ডুৱেল চেটআপ (পিছফালে), LED ফ্লেছ, 16 MP ফ্ৰন্ট কেমেৰা
  • পৰিৱেশন – মিডিয়াটেক ডাইমেনচিটি 7300 প্ৰচেছৰ
  • ষ্ট’ৰেজ – 6 আৰু 8 জিবি ৰেম, 128 জিবি ইণ্টাৰনেল ষ্ট’ৰেজ
  • বেটাৰী – 5000 এমএএইচ, ফাষ্ট চাৰ্জিং, ইউএছবি টাইপ-চি প’ৰ্ট

৫/ Realme Narzo 70 Pro: Realme ৰ এই স্মাৰ্টফোনটোও আপোনাৰ বাবে এটা উন্নত বিকল্প হ’ব পাৰে । কোম্পানীটোৱে নিজৰ বেচ মডেলটো 19,999 টকাত আৰু টপ মডেলটো 21,999 টকাত বিক্ৰী কৰিছে ।

  • কেমেৰা – 50 MP + 8 MP + 2 MP (পিছফালে), 16 MP সন্মুখৰ কেমেৰা
  • পৰিৱেশন – MediaTek Dimensity 7050 প্ৰচেছৰ
  • ষ্ট’ৰেজ – 8 জিবি ৰেম, 128 জিবি আৰু 265 জিবি ইণ্টাৰনেল ষ্ট’ৰেজ

ইয়াত দিয়া স্মাৰ্টফোনৰ তথ্যৰ পিছত 20 হাজাৰ টকাৰ ভিতৰত আপোনাৰ প্ৰয়োজন অনুসৰি কোনটো হেণ্ডছেট আপোনাৰ বাবে উত্তম হ’ব সেয়া নিৰ্ধাৰণ কৰাটো সহজ হৈ পৰিব ।

লগতে পঢ়ক: উন্নত ষ্ট’ৰেজ আৰু বেটাৰীৰ ফোন ক্ৰয় কৰক 15000 তকৈও কম মূল্যত - Smartphones Under 15000

এটা এপৰ বাহাদুৰী: ফোন হেৰালেও চিন্তা নাই - How to find missing device

ব্যৱহাৰ কৰক বা নকৰক, স্মাৰ্টফোনটোৱে কিন্তু সকলো কথাই শুনে আপোনাৰ - DISADVANTAGES OF SMARTPHONE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.