ETV Bharat / state

ৰাশিফল অনুসৰি কেনেদৰে পাৰ হ’ব আপোনাৰ আজিৰ দিনটো - HOROSCOPE 11TH DECEMBER

কেনে যাব আপোনাৰ দিনটো ? জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল...

Horoscope 11th december
আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Dec 11, 2024, 9:04 AM IST

মেষ- আজি মেষ ৰাশিৰ জাতক-জাতিকাসকলে কথা কওঁতে সংযম ৰাখক ৷ প্ৰিয়জনৰ সৈতে কোনো কথাত মতানৈক্য হ’ব পাৰে ৷ আয়ৰ তুলনাত ব্যয় অধিক হ’ব ৷ স্বাস্থ্যৰ প্ৰতি সজাগ হওক ৷ দুপৰীয়াৰ পাছত সময় আপোনাৰ বাবে অনুকূল হ’ব ৷ নতুন কাম আৰম্ভ কৰিব পাৰে ৷ বন্ধুৰ সৈতে সাক্ষাৎ হ’ব পাৰে ৷ আৰ্থিক লাভৰ সম্ভাৱনা ৷

বৃষ- এই ৰাশিৰ জাতক-জাতিকাই আজি ঘৰ তথা কৰ্ম প্ৰতিষ্ঠানৰ পৰা শুভ সংবাদ লাভ কৰিব ৷ পুৰণি বন্ধুৰ সৈতে দেখা-সাক্ষাৎ হ’ব পাৰে ৷ নতুন বন্ধু লাভ ৷ ব্যৱসায়ত লাভ ৷ সম্পৰ্কৰ ক্ষেত্ৰত সাৱধান হওক ৷ শাৰীৰিক আৰু মানসিক অৱস্থাক লৈ চিন্তিত হ’ব পাৰে ৷ বিনিয়োগত সাৱধানতা অৱলম্বন কৰক ৷ ধৰ্মীয় স্থান দৰ্শন কৰিব পাৰে ৷

মিথুন- আজি মিথুন ৰাশিৰ জাতক-জাতিকাৰ বাবে দিনটো লাভজনক হ’ব ৷ চাকৰিৰ ক্ষেত্ৰত শীৰ্ষ বিষয়া আপোনাৰ কামত সন্তুষ্ট হ’ব ৷ ব্যৱসায়ত আয় বৃদ্ধিৰ সম্ভাৱনা ৷ পিতৃ তথা জ্যেষ্ঠজনৰ আশীৰ্বাদ লাভ ৷ কোনো সামাজিক অনুষ্ঠানত উপস্থিত থাকিবলগীয়া হ’ব পাৰে ৷ হঠাৎ ধন লাভৰ সম্ভাৱনা ৷ প্ৰেমত শুভ ৷ বিদ্যাৰ্থীৰ বাবেও শুভ সময় ৷

কৰ্কট- কৰ্মস্থানত শীৰ্ষ বিষয়াৰ সৈতে বাৰ্তালাপত সতৰ্ক হওক ৷ শাৰীৰিক তথা মানসিক চিন্তা হ’ব পাৰে ৷ ব্যৱসায়ত লোকচানৰ সম্ভাৱনা ৷ দুপৰীয়াৰ পাছত পৰিস্থিতি অনুকূল হ’ব ৷ আৰ্থিক লাভ হ’ব পাৰে ৷

সিংহ- খং নিয়ন্ত্ৰণত ৰাখক আৰু কথা কওঁতে সাৱধান হওক ৷ স্বাস্থ্যৰ প্ৰতি সচেতন হওক ৷ নীতি বিৰুদ্ধ কামৰ পৰা দূৰত থাকক ৷ মানসিক চাপ থাকিব ৷ পৰিয়ালৰ সৈতে বিবাদৰ সম্ভাৱনা ৷ আধ্যাত্মিক কাম-কাৰ্যত ব্যস্ত থাকিলে মনত শান্তি পাব ৷ বিপক্ষ তথা শীৰ্ষ বিষয়াৰ সৈতে তৰ্কত লিপ্ত নহ’ব ৷ নেতিবাচক চিন্তা এৰাই চলক ৷

কন্যা- সুখ আৰু আন্তৰিকতাপূৰ্ণ এটা দিন পাৰ হ’ব ৷ দৈনিক কাম-কাজত ব্যস্ত থাকিব ৷ মনৰ শান্তিৰ বাবে মনোৰঞ্জনৰ সহায় ল’ব পাৰে ৷ বন্ধুৰ সৈতে ফুৰিবলৈ যাব পাৰে ৷ দুপৰীয়াৰ পাচত কোনো কথাক লৈ চিন্তিত হ’ব ৷ আবেগিক হৈ পৰিব পাৰে ৷ খং নিয়ন্ত্ৰণ কৰক ৷ স্বাস্থ্যৰ যতন লওক ৷ বাহন চলাওঁতে সাৱধানতা অৱলম্বন কৰক ৷ প্ৰিয়জনৰ কথাত গুৰুত্ব দিয়ক ৷

তুলা- ব্যৱসায় বৃদ্ধিৰ প্ৰয়াস চলাব পাৰে ৷ দৈনিক আয় বৃদ্ধিৰ বাবে সময় অনুকূল ৷ ব্যৱসায়ত বিনিয়োগৰ পৰিকল্পনা পূৰণ কৰিব পাৰিব ৷ বিদেশৰ সৈতে জড়িত কামত আৰ্থিক লাভৰ সম্ভাৱনা ৷ পৰিয়ালৰ সৈতে কোনো কথাত বিবাদ হ’ব পাৰে ৷ হঠাৎ খৰচৰ সম্ভাৱনা ৷ দম্পতীৰ মাজত মৰম-চেনেহ বৃদ্ধি পাব ৷

বৃশ্চিক- সাহিত্যচৰ্চাৰ প্ৰতি মন উৎসাহিত হ’ব ৷ কোনো কাহিনী বা কবিতা লিখাৰ কথা ভাবিব পাৰে ৷ কোনো সামাজিক বা ৰাজনৈতিক চৰ্চাত অংশ ল’বও পাৰে ৷ চাকৰিয়ালসকলে ভাল কাম কৰিব পাৰিব ৷ যশ বৃদ্ধিৰ যোগ ৷ ব্যৱসায়ত অনুকূল ৷ আৰ্থিক লাভ আৰু পৰিয়ালত আনন্দ বৰ্তী থাকিব ৷

ধনু- আজি দিনটোত সাৱধানতা অৱলম্বন কৰক, আপোনাৰ ওপৰত আক্ৰমণ হ’ব পাৰে ৷ মাতৃৰ স্বাস্থ্যক লৈ চিন্তিত হ’ব ৷ যাৰ বাবে কোনো কামতে মন বহুৱাবলৈ অসুবিধা পাব ৷ ধন হানিৰ যোগ ৷ কিন্তু দুপৰীয়াৰ পাচত পৰিস্থিতি ভাল হ’ব ৷ বিদ্যাৰ্থীৰ বাবে দিনটো শুভ ৷ সম্পৰ্কত মধুৰতা আহিব ৷

মকৰ- জীৱন সংগীৰ প্ৰতি আপোনৰ প্ৰেম বৃদ্ধি পাব ৷ বন্ধুৰ সৈতে ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে ৷ ভাতৃৰ সৈতেও সম্পৰ্ক ভাল হ’ব ৷ সন্মান বৃদ্ধিৰ যোগ ৷ বিপক্ষক পৰাভূত কৰি জয়ী হোৱাৰ সম্ভাৱনা ৷ দুপৰীয়াৰ পাছত দুৰ্ঘটনা হ’ব পাৰে ৷ পিতৃ-মাতৃৰ স্বাস্থ্যক লৈ চিন্তিত হ’ব ৷ ঘৰ-সম্পত্তিৰ বিষয়ত সতৰ্ক হওক ৷

কুম্ভ- আজি ভাবি-চিন্তি খৰচ কৰিব ৷ খং নিয়ন্ত্ৰণ কৰক, কথা কওঁতেও সাৱধান হওক ৷ দুঃচিন্তাই আমনি কৰিব ৷ দুপৰীয়াৰ পাচত মনলৈ স্থিৰতা আহিব ৷ ৰচনাত্মক কাৰ্যত মনোযোগ দিব ৷ পৰিয়ালত সুখ-শান্তি বৰ্তী থাকিব ৷ ব্যৱসায়ত অধিক লাভৰ লোভ নকৰিব ৷ সময়ৰ কাম সময়ত সমাপনৰ চেষ্টা কৰক ৷

মীন- আজি মীন ৰাশিৰ জাতক-জাতিকাৰ বাবে এটা ভাল দিন ৷ দিনটো উৎসাহী হৈ থাকিব ৷ নতুন কামৰ আৰম্ভণি কৰিব পাৰে ৷ পৰিয়ালৰ সৈতে সুখৰ সময় কটাব ৷ ধাৰ্মিক কাৰ্যত ব্যয় হ’ব পাৰে ৷ প্ৰৱাসৰ যোগ ৷ দুপৰীয়াৰ পাছত কোনো বাদ-বিবাদৰ সন্মুখীন হ’ব পাৰে ৷ ধন সম্পৰ্কীয় লেন-দেনত সাৱধান হওক ৷ প্ৰেমত অসন্তুষ্টিয়ে দেখা দিব পাৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.