ETV Bharat / state

কোনকেইটা ৰাশিৰ বাবে শুভ এপ্ৰিল মাহটো ? - April month Horoscope

April month Horoscope: ৰাশিফল অনুসৰি আপোনাৰ এপ্ৰিল মাহটো কেনেদৰে যাব শুনক জ্যোতিষ সম্ৰাট ডাঃ হেমাংগ শাস্ত্ৰীৰ মুখেৰে ৷

author img

By ETV Bharat Assamese Team

Published : Mar 31, 2024, 10:45 PM IST

April month Horoscope
কোনকেইটা ৰাশিৰ বাবে শুভ এপ্ৰিল মাহটো ?
কোনকেইটা ৰাশিৰ বাবে শুভ এপ্ৰিল মাহটো ?

মেষ ৰাশি: মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে এপ্ৰিল মাহটো শুভ । এই মাহত মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ বাহিৰত ভ্ৰমণৰ যোগ আছে । পঢ়া-শুনা ক্ষেত্ৰত বা কৰ্মৰ বাবেও ভ্ৰমণৰ যোগ হ'ব পাৰে ।

বৃষ ৰাশি: বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ এই মাহত বিত্তীয় দিশটোত শুভ । চাকৰিত দৰমহা বৃদ্ধি হ'ব পাৰে ৷ ইয়াৰোপৰি বাণিজ্যিক দিশটো ভাল ফল লাভ কৰিব।

মিথুন ৰাশি: মিথুন ৰাশিৰ জাতক-জাতিকাৰ যি সকলে শ্বেয়াৰ মাৰ্কেটত বা লটাৰী আদিত বিনিয়োগ কৰে তেওঁলোকে ভাল ফল লাভ কৰিব পাৰে ৷

কৰ্কট ৰাশি: কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলে নিজৰ স্বাস্থ্যৰ যতন ল'ব লাগিব । লগতে সম্পৰ্কৰ ক্ষেত্ৰতো অকমান সাৱধান হ'ব লাগিব ।

সিংহ ৰাশি : সিংহৰাশিৰ ক্ষেত্ৰত কৰ্ম অনুসৰি এই মাহত কৰ্মফল নাপাব পাৰে । স্বাস্থ্যৰ যতন ল'ব লাগিব ।

কন্যা ৰাশি: কন্যা ৰাশিৰ লোকসকলে এই মাহটোত বাধাৰ সন্মুখীন হ'ব ৷

তুলা ৰাশি: তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে এই মাহটো শুভ । বিত্তীয় দিশত হঠাতে উন্নতি হ'ব পাৰে । বাণিজ্য ক্ষেত্ৰতো ভাল । সম্পৰ্কৰ ক্ষেত্ৰত যতন ল'ব লাগিব ।

বৃশ্চিক ৰাশি : বৃশ্চিক জাতক-জাতিকাসকলৰ যিসকলে সম্পত্তিৰ দিশত বা নতুন কোনো সম্পত্তি ক্ৰয় কৰিব বিচাৰিছে, তেন্তে তেওঁলোকৰ বাবে এয়া শুভ সময় ৷ লগতে যি সকলে ঘৰ বনাবলৈ বিচাৰিছে তেওঁলোকৰ বাবে এইটো মাহ শুভ ।

ধনু ৰাশি : ধনুৰাশিৰ জাতক-জাতিকাসকলৰ বাবেও সকলো ক্ষেত্ৰতে এই মাহটো শুভ। ছাত্ৰ-ছাত্ৰীসকলে ভাল ফলাফল লাভ কৰিব।

মকৰ ৰাশি : মকৰ ৰাশিৰ জাতক-জাতিকাসকলে বিত্তীয় দিশটোত ভাল ফল লাভ কৰিব । স্বাস্থ্যৰ যতন ল'ব লাগিব।

কুম্ভ ৰাশি : কুম্ভৰাশি জাতক-জাতিকা সকলৰ প্ৰেম বা ঘৰুৱা আদি সকলো সম্পৰ্কৰ ক্ষেত্ৰতে সাৱধান হ'ব লাগিব । স্বাস্থ্যৰ যতন ল'ব । বিত্তীয় ক্ষেত্ৰত ভাল ফল লাভ কৰিব ।

মীন ৰাশি : মীন ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে এই মাহটো শুভ । কেৱল নাম-যশ আদিৰ অৰ্জনৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হ'ব পাৰে ৷

লগতে পঢ়ক: Horoscope For October: অক্টোবৰ মাহত ভাগ্য উদয় হ'ব এই তিনিটা ৰাশিৰ; বেয়া ফল ভোগ কৰিব এই দুই ৰাশিৰ জাতক-জাতিকাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.