ETV Bharat / politics

দিছপুৰৰ মায়া এৰি দিল্লীলৈ যাবলৈ ওলাল শিলচৰৰ নৱনিৰ্বাচিত সাংসদ পৰিমল শুক্লবৈদ্য - LOK SABHA ELECTION RESULTS 2024

author img

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 10:43 AM IST

LoK Sabha Election Results 2024 : শিলচৰত পৰিমল শুক্লবৈদ্যৰ বৃহৎ জয় ৷ দিছপুৰৰ মায়া এৰি দিল্লীলৈ যাব মন্ত্ৰী পৰিমল ৷ বৃহৎ ব্যৱধানত হৰুৱালে কংগ্ৰেছৰ প্ৰাৰ্থীক ৷

Parimal Suklabaidya expresses his gratitude towards his bjp team members after his winning from silchar lok sabha
পৰিমল শুক্লবৈদ্যৰ জয় (etv bharat assam)

পৰিমল শুক্লবৈদ্যৰ ভাষ্য (etv bharat assam)

শিলচৰ, 5 জুন : প্ৰত্যাশিতভাৱেই লোকসভা নিৰ্বাচনত অসমত ভাল ফলাফল বিজেপি নেতৃত্বাধীন শাসকীয় মিত্ৰজোঁটৰ ৷ ৰাজ্যৰ মুঠ 14 খন আসনৰ 11খনতেই মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হৈ এইবাৰ যাবলৈ ওলাইছে দিল্লীলৈ ৷ তাৰ মাজত আছে কেবাজনো হেভীৱেট নেতা ৷ আছে শাসকীয় দলৰ মন্ত্ৰীও ৷

বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ মন্ত্ৰীত্ব এৰি এতিয়া দিল্লীৰ সংসদত বহিবগৈ পৰিমল শুক্লবৈদ্য ৷ শিলচৰ লোকসভা আসনত শেষ হাঁহি মাৰিলে বিজেপি প্ৰাৰ্থী তথা অসম চৰকাৰৰ পৰিবহন, আবকাৰী তথা মীন পালন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ মঙলবাৰৰ দিনটোত অনুষ্ঠিত হোৱা ভোটগণনাৰ অন্তত ধলাইৰ বিজেপি বিধায়ক শুক্লবৈদ্যই নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ সূৰ্যকান্ত সৰকাৰক পৰাস্ত কৰি এইবাৰ বহিব দিল্লীৰ মচনদত ৷

শিলচৰৰ চূড়ান্ত জনমত :

  • বিজেপি প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যই লাভ কৰিলে : 6,47,806 টা ভোট ৷
  • কংগ্ৰেছ প্ৰাৰ্থী সূৰ্যকান্ত চৰকাৰে লাভ কৰিলে: 3,86,348 টা ভোট ৷
  • তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসে লাভ কৰিলে :২০৩৮৪ টা ভোট ৷

ব্যৱধান: চূড়ান্ত ফলাফল অনুযায়ী শিলচৰ লোকসভা সমষ্টটিত বিজেপি প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যই মুঠ 2,61,458 টা ভোটৰ ব্যৱধানত জয় লাভ কৰিছে ।‌

শিলচৰ লোকসভা সমষ্টিৰ ৭ টা বিধানসভা সমষ্টিত কোনে কিমান ভোট লাভ কৰিলে:

শিলচৰ:

  • পৰিমল শুক্লবৈদ্য, বিজেপি-১০৮৬২৬
  • সূৰ্যকান্ত সৰকাৰ, কংগ্ৰেছ- ৪৫২৪৮০
  • ৰাধেশ্যাম বিশ্বাস, টিএমচি- ৪৫৪০

বৰখলা:

  • পৰিমল শুক্লবৈদ্য, বিজেপি-- ১০৩০৭১
  • সূৰ্যকান্ত সৰকাৰ, কংগ্ৰেছ-৫৭৫৯৬
  • ৰাধেশ্যাম বিশ্বাস, টিএমচি-১৬৫৫

কাটিগড়া:

  • পৰিমল শুক্লবৈদ্য, বিজেপি--১০১৯০৪
  • সূৰ্যকান্ত সৰকাৰ, কংগ্ৰেছ-- ৬৮৪০৯
  • ৰাধেশ্যাম বিশ্বাস, টিএমচি-১২৬৯

উদাৰবন্দ:

  • পৰিমল শুক্লবৈদ্য, বিজেপি--৯৬৬৮০
  • সূৰ্যকান্ত সৰকাৰ, কংগ্ৰেছ-৪৪৫১৭
  • ৰাধেশ্যাম বিশ্বাস, টিএমচি-১৫০৪

লক্ষীপুৰ:

  • পৰিমল শুক্লবৈদ্য, বিজেপি--৯১৩৮৬
  • সূৰ্যকান্ত সৰকাৰ, কংগ্ৰেছ- ৩৫২৭৬

ধলাই:

  • পৰিমল শুক্লবৈদ্য, বিজেপি--১০১৮৯৮
  • সূৰ্যকান্ত সৰকাৰ, কংগ্ৰেছ--৪০৮৩৬
  • ৰাধেশ্যাম বিশ্বাস, টিএমচি-৩৭৭১

সোণাই:

  • পৰিমল শুক্লবৈদ্য, বিজেপি--৪৪২৪১
  • সূৰ্যকান্ত সৰকাৰ, কংগ্ৰেছ---৯৪৪৬৬
  • ৰাধেশ্যাম বিশ্বাস, টিএমচি-৬৩২৫

লগতে পঢ়ক : এই জয় ৰাইজৰ জয়: কামাখ্যা প্ৰসাদ তাছা - assam lok sabha election results 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.