ETV Bharat / politics

দিছপুৰৰ মায়া এৰি দিল্লীলৈ যাবলৈ ওলাল শিলচৰৰ নৱনিৰ্বাচিত সাংসদ পৰিমল শুক্লবৈদ্য - LOK SABHA ELECTION RESULTS 2024 - LOK SABHA ELECTION RESULTS 2024

LoK Sabha Election Results 2024 : শিলচৰত পৰিমল শুক্লবৈদ্যৰ বৃহৎ জয় ৷ দিছপুৰৰ মায়া এৰি দিল্লীলৈ যাব মন্ত্ৰী পৰিমল ৷ বৃহৎ ব্যৱধানত হৰুৱালে কংগ্ৰেছৰ প্ৰাৰ্থীক ৷

Parimal Suklabaidya expresses his gratitude towards his bjp team members after his winning from silchar lok sabha
পৰিমল শুক্লবৈদ্যৰ জয় (etv bharat assam)
author img

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 10:43 AM IST

পৰিমল শুক্লবৈদ্যৰ ভাষ্য (etv bharat assam)

শিলচৰ, 5 জুন : প্ৰত্যাশিতভাৱেই লোকসভা নিৰ্বাচনত অসমত ভাল ফলাফল বিজেপি নেতৃত্বাধীন শাসকীয় মিত্ৰজোঁটৰ ৷ ৰাজ্যৰ মুঠ 14 খন আসনৰ 11খনতেই মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হৈ এইবাৰ যাবলৈ ওলাইছে দিল্লীলৈ ৷ তাৰ মাজত আছে কেবাজনো হেভীৱেট নেতা ৷ আছে শাসকীয় দলৰ মন্ত্ৰীও ৷

বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ মন্ত্ৰীত্ব এৰি এতিয়া দিল্লীৰ সংসদত বহিবগৈ পৰিমল শুক্লবৈদ্য ৷ শিলচৰ লোকসভা আসনত শেষ হাঁহি মাৰিলে বিজেপি প্ৰাৰ্থী তথা অসম চৰকাৰৰ পৰিবহন, আবকাৰী তথা মীন পালন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ মঙলবাৰৰ দিনটোত অনুষ্ঠিত হোৱা ভোটগণনাৰ অন্তত ধলাইৰ বিজেপি বিধায়ক শুক্লবৈদ্যই নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ সূৰ্যকান্ত সৰকাৰক পৰাস্ত কৰি এইবাৰ বহিব দিল্লীৰ মচনদত ৷

শিলচৰৰ চূড়ান্ত জনমত :

  • বিজেপি প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যই লাভ কৰিলে : 6,47,806 টা ভোট ৷
  • কংগ্ৰেছ প্ৰাৰ্থী সূৰ্যকান্ত চৰকাৰে লাভ কৰিলে: 3,86,348 টা ভোট ৷
  • তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসে লাভ কৰিলে :২০৩৮৪ টা ভোট ৷

ব্যৱধান: চূড়ান্ত ফলাফল অনুযায়ী শিলচৰ লোকসভা সমষ্টটিত বিজেপি প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যই মুঠ 2,61,458 টা ভোটৰ ব্যৱধানত জয় লাভ কৰিছে ।‌

শিলচৰ লোকসভা সমষ্টিৰ ৭ টা বিধানসভা সমষ্টিত কোনে কিমান ভোট লাভ কৰিলে:

শিলচৰ:

  • পৰিমল শুক্লবৈদ্য, বিজেপি-১০৮৬২৬
  • সূৰ্যকান্ত সৰকাৰ, কংগ্ৰেছ- ৪৫২৪৮০
  • ৰাধেশ্যাম বিশ্বাস, টিএমচি- ৪৫৪০

বৰখলা:

  • পৰিমল শুক্লবৈদ্য, বিজেপি-- ১০৩০৭১
  • সূৰ্যকান্ত সৰকাৰ, কংগ্ৰেছ-৫৭৫৯৬
  • ৰাধেশ্যাম বিশ্বাস, টিএমচি-১৬৫৫

কাটিগড়া:

  • পৰিমল শুক্লবৈদ্য, বিজেপি--১০১৯০৪
  • সূৰ্যকান্ত সৰকাৰ, কংগ্ৰেছ-- ৬৮৪০৯
  • ৰাধেশ্যাম বিশ্বাস, টিএমচি-১২৬৯

উদাৰবন্দ:

  • পৰিমল শুক্লবৈদ্য, বিজেপি--৯৬৬৮০
  • সূৰ্যকান্ত সৰকাৰ, কংগ্ৰেছ-৪৪৫১৭
  • ৰাধেশ্যাম বিশ্বাস, টিএমচি-১৫০৪

লক্ষীপুৰ:

  • পৰিমল শুক্লবৈদ্য, বিজেপি--৯১৩৮৬
  • সূৰ্যকান্ত সৰকাৰ, কংগ্ৰেছ- ৩৫২৭৬

ধলাই:

  • পৰিমল শুক্লবৈদ্য, বিজেপি--১০১৮৯৮
  • সূৰ্যকান্ত সৰকাৰ, কংগ্ৰেছ--৪০৮৩৬
  • ৰাধেশ্যাম বিশ্বাস, টিএমচি-৩৭৭১

সোণাই:

  • পৰিমল শুক্লবৈদ্য, বিজেপি--৪৪২৪১
  • সূৰ্যকান্ত সৰকাৰ, কংগ্ৰেছ---৯৪৪৬৬
  • ৰাধেশ্যাম বিশ্বাস, টিএমচি-৬৩২৫

লগতে পঢ়ক : এই জয় ৰাইজৰ জয়: কামাখ্যা প্ৰসাদ তাছা - assam lok sabha election results 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.