প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে অযোধ্যাৰ পৰা পৰম্পৰাগত সাজত ফটো শ্বেয়াৰ কৰিলে কংগনা ৰনৌতে - Kangana Ranaut photos from Ayodhya
![প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে অযোধ্যাৰ পৰা পৰম্পৰাগত সাজত ফটো শ্বেয়াৰ কৰিলে কংগনা ৰনৌতে Kangana Ranaut Beams As She Shares Pictures From Ayodhya Ahead Of Pran Pratishtha](https://etvbharatimages.akamaized.net/etvbharat/prod-images/22-01-2024/1200-675-20566553-thumbnail-16x9-kangana.jpg?imwidth=3840)
Kangana Ranaut photos from Ayodhya : ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে অযোধ্যাৰ পৰা ফটো শ্বেয়াৰ কৰিলে কংগনা ৰনৌতে । ফটোত অভিনেত্ৰীগৰাকীয়ে ৰাম মন্দিৰৰ সন্মুখত পোজ দিয়া দেখা গৈছে । ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ নিৰাপত্তা ব্যৱস্থাও কংগনাৰ পোষ্টটোত দেখা গৈছে ।
![ETV Bharat Assamese Team author img](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Jan 22, 2024, 1:19 PM IST