ভগ্নীৰ সৈতে কামাখ্যা মন্দিৰ দৰ্শন ভূমি পেডনেকাৰৰ - Bhumi Pednekar in Assam

Bhumi Pednekar Visits Kamakhya: তামান্না ভাটিয়াৰ পিচত এইবাৰ কামাখ্যা মন্দিৰ দৰ্শন কৰিলে বলীউডৰ অভিনেত্ৰী ভূমি পেডনেকাৰে ৷ মন্দিৰ দৰ্শনৰ বহুকেইখন ফটো অভিনেত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে । ভূমিয়ে শ্বেয়াৰ কৰা ফটোসমূহত ভূমিৰ সৈতে দেখা গৈছে ভগ্নী সমীক্ষাকো । চাওক ফটো . .

Published : Jan 28, 2024, 9:53 AM IST