ETV Bharat / health

প্ৰেম কৰিবলৈ কিয় ভয় কৰে এই 5 ৰাশিৰ জাতক-জাতিকাই ? - Zodiac signs afraid of love

author img

By ETV Bharat Assamese Team

Published : May 10, 2024, 5:28 PM IST

Zodiac signs afraid of love : ৰাশি চিহ্নই এজন ব্যক্তিৰ ব্যক্তিত্ব প্ৰকাশ কৰে আৰু প্ৰত্যেকটো ৰাশিৰ লোকৰেই ব্যক্তিত্ব সুকীয়া ৷ ইয়াৰে এনে কেইটামান ৰাশি চিহ্ন আছে, যি ৰাশিৰ লোকসকলে প্ৰেমৰ পৰা নিজকে আঁতৰাই ৰাখে ৷ কোনকেইটা ৰাশিৰ লোকে প্ৰেমৰ মোহ-মায়াৰ পৰা নিজকে সদায় দূৰত ৰাখে, আজি জানো আহক-

Zodiac signs who are most likely to run away from love
প্ৰেম কৰিবলৈ কিয় ভয় কৰে এই 5 ৰাশিৰ জাতক-জাতিকাই ? (SOURCE: FREEPIK)

জ্যোতিষ শাস্ত্ৰ অনুসৰি, ৰাশি চিহ্নই এজন ব্যক্তিৰ ব্যক্তিত্ব প্ৰকাশ কৰে আৰু প্ৰত্যেকটো ৰাশিৰ লোকৰেই ব্যক্তিত্ব সুকীয়া ৷ ইয়াৰে এনে কেইটামান ৰাশি চিহ্ন আছে, যি ৰাশিৰ লোকসকলে প্ৰেমৰ পৰা নিজকে আঁতৰাই ৰাখে ৷ কোনকেইটা ৰাশিৰ লোকে প্ৰেমৰ মোহ-মায়াৰ পৰা নিজকে সদায় দূৰত ৰাখে, আজি জানো আহক-

ধনু

এই ৰাশিৰ লোকসকল অতি উদ্যমী আৰু দুঃসাহসিক ৷ তেওঁলোক নিজৰ জীৱনটোৰ বিষয়ে বহু চিন্তা কৰে ৷ এই ৰাশিৰ লোকসকলৰ লগত সম্পৰ্ক ৰখাটো কঠিন, সেয়া লাগিলে সেয়া বন্ধুত্বৰে হওঁক বা আন সম্পৰ্কই হওঁক ৷ তেওঁলোকে জীৱনৰ আন সকলো মুহূৰ্ত উপভোগ কৰে যদিও প্ৰেমৰ পৰা নিজকে আঁতৰাই ৰাখে ৷ তেওঁলোক কেতিয়াও আনৰ ওপৰত নিৰ্ভৰশীল নহয় ৷

মকৰ

এই লোকসকল কঠোৰ পৰিশ্ৰমী আৰু ব্যৱহাৰিক চিন্তাধাৰাৰ ৷ যেতিয়া যিকোনো ক্ষেত্ৰত উন্নত প্ৰদৰ্শনৰ কথা আহে, এই ৰাশিৰ লেকসকলৰ নাম প্ৰথমে লোৱা হয় ৷ এই গুণবোৰৰ বাবেই তেওঁলোকে প্ৰেমক বিশ্বাস নকৰে আৰু কেতিয়াও প্ৰেমত নপৰে ৷

বৃশ্চিক

এই ৰাশিৰ লোকসকল ৰোমান্টিক যদিও তেওঁলোক সম্পৰ্ক ৰক্ষাত একোবাৰেই বেয়া ৷ যদি তেওঁলোকে কাৰোবাৰ প্ৰেমত পৰে বা কোনো সম্পৰ্কত সোমাই পৰে, তেনেহ'লে তেওঁলোকৰ বাৰে বিচ্ছেদ হয় ৷ এই লোকসকলৰ মন এটা ঠাইত স্থিৰ হৈ নাথাকে ৷

কুম্ভ

এই ৰাশিৰ লোকসকল অতি লাজকুৰীয়া, কম বাকপটু আৰু তেওঁলোকৰ কথাবোৰ পৰাপক্ষত লুকুৱাই ৰাখিয়েই ভাল পায় ৷ তেওঁলোকে মুকলিকৈ একো ক'ব নোৱাৰে ৷ এনে প্ৰকৃতিৰ বাবেই তেওঁলোকে আনক তেওঁলোকৰ ওচৰলৈ আহিবলৈ আৰু তেওঁলোকক ভালদৰে জানিবলৈ সুযোগ নিদিয়ে ৷ বেছিভাগ ক্ষেত্ৰত, এই লোকসকল প্ৰেমৰ পৰা আঁতৰি থাকিবলৈ পছন্দ কৰে ৷

কন্যা

এই ৰাশিৰ লোকসকল আটাইতকৈ স্বাৱলম্বী ৷ এই গুণৰ বাবেই হয়তো তেওঁলোকে প্ৰেমৰ পৰা আঁতৰি থাকে ৷ তেওঁলোকে আনৰ লগত ঘনিষ্ঠভাৱে থাকে যদিও সেয়া প্ৰেমৰ সম্পৰ্ক নহয় ৷ এই লোকসকলে এজন নিখুঁট সংগী বিচাৰে, কিন্তু যদি তেওঁলোকে এনে সংগী নাপায়, তেন্তে এইবোৰৰ পৰা নিজকে আঁতৰাই ৰাখে ৷

লগতে পঢ়ক: মামলা-মোকৰ্দমাৰ পৰা হাত সাৰিবলৈ কি কৰিব ? - Astro Tips

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.