ETV Bharat / health

প্ৰেম-কৰ্ম-উপাৰ্জনৰ ক্ষেত্ৰত কোন কেইটা ৰাশিয়ে লাভ কৰিব শুভফল ? - Weekly Horoscope

author img

By ETV Bharat Assamese Team

Published : Jun 2, 2024, 8:11 PM IST

Weekly Horoscope: ৰাশিফল অনুসৰি এই চলিত সপ্তাহতো প্ৰেম, শিক্ষা, ব্যৱসায়, কৰ্ম আদিৰ কেনে ফলাফল লাভ কৰিব ? এই সন্দৰ্ভত জনালে জ্যোতিষ সম্ৰাট ড৹ হেমাংগ শাস্ত্ৰীয়ে ।

Horoscope
প্ৰেম-কৰ্ম-উপাৰ্জনৰ ক্ষেত্ৰত কোন কেইটা ৰাশিয়ে লাভ কৰিব শুভফল ? (ETV BHARAT ASSAM)

মেষ ৰাশি: মেষ ৰাশিৰ জাতক-জাতিকাসকলে চলিত সপ্তাহটোত খৰচ বৃদ্ধি হ'ব ৷ এই সপ্তাহত এই ৰাশিৰ ব্যৱসায়ীসকলে ভাল ফলাফল লাভ কৰিব ৷ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষেত্ৰতো ভাল ফলাফল লাভ কৰিব ৷

বৃষ ৰাশি: বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ সকলো ক্ষেত্ৰতে এই সপ্তাহত উন্নত ফলাফল লাভ কৰিব ৷ উপাৰ্জন, শিক্ষা, ব্যৱসায়, প্ৰেম আদিৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব ৷

মিথুন ৰাশি: মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ সকলো ক্ষেত্ৰতে এই সপ্তাহত খৰচ বৃদ্ধি হ'ব ৷ সম্পৰ্ক তথা বন্ধুত্বৰ ক্ষেত্ৰত মত-বিৰোধ বা দূৰত্ব আহিব পাৰে ৷ লগতে কৰ্ম বাবে ভ্ৰমণ হ'ব পাৰে ৷

কৰ্কট ৰাশি: কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ এই সপ্তাহত ভাগ্যদয় হ'ব ৷ আয়ৰ ক্ষেত্ৰত উন্নতি হ'ব আৰু উপাৰ্জন বৃদ্ধি হ'ব ৷ প্ৰেম, শিক্ষা আদিৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব ৷

সিংহ ৰাশি: সিংহ ৰাশিৰ জাতক-জাতিকাসকলে কৰ্মত উন্নতি হ'ব ৷ কিন্তু সম্পর্কৰ ক্ষেত্ৰত কিছু গুৰুত্ব দিব লাগিব ৷ প্ৰেম বা দাম্পত্য জীৱনৰ ক্ষেত্ৰত কিছু দূৰত্ব আহিব পাৰে ৷

কন্যা ৰাশি: কন্যা ৰাশিৰ জাতক-জাতিকাসকলে প্ৰেমৰ ক্ষেত্ৰত কিছু যত্ন ল'ব লাগিব ৷ ব্যৱসায়, কৰ্মস্থান, শিক্ষা আদিত শুভ ফলাফল লাভ কৰিব ৷

তুলা ৰাশি: তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ চলিত সপ্তাহটোত সকলো ক্ষেত্ৰতে ভাল ফলাফল লাভ কৰিব ৷ চলিত সপ্তাহত নতুন চাকৰিৰ যোগ আহিব পাৰে ৷ প্ৰেম, শিক্ষা, ব্যৱসায় আদিৰ ক্ষেত্ৰত এই সপ্তাহত ভাল ফলাফল লাভ কৰিব ৷

বৃশ্চিক ৰাশি: বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ এই সপ্তাহত নতুন ব্যৱসায় আৰম্ভ হ'ব পাৰে ৷ আয় ঠিকেই থাকিব ৷ বৈবাহিক সকলৰ বাবে এই সপ্তাহতো ভাল হ'ব যদিও প্ৰেমৰ ক্ষেত্ৰত কিছু মতানৈক্য আহিব পাৰে ৷

ধনু ৰাশি: ধনু ৰাশিৰ জাতিক-জাতিকাসকলৰ ক্ষেত্ৰত চলিত সপ্তাহত নতুন চাকৰিৰ যোগাযোগ আহিব পাৰে ৷ প্ৰেম , শিক্ষা, ব্যৱসায় আদিৰ ক্ষেত্ৰত এই সপ্তাহত ভাল ফলাফল লাভ কৰিব ৷

মকৰ ৰাশি: মকৰ ৰাশিৰ জাতক-জাতিকাসকলে এই সপ্তাহত সকলো ক্ষেত্ৰতে ভাল ফলাফল লাভ কৰিব ৷ পঞ্চমস্থানত শুক্ৰ অৱস্থান কৰাৰ বন্ধুত্বৰ ক্ষেত্ৰত ভাল ৷

কুম্ভ ৰাশি: কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলে এই সপ্তাহত সকলো ক্ষেত্ৰতে ভাল ফলাফল লাভ কৰিব ৷ চলিত সপ্তাহত নতুন চাকৰিৰ বা ব্যৱসায়ৰ ক্ষেত্ৰত নতুন যোগাযোগ আহিব পাৰে ৷

মীন ৰাশি: মীন ৰাশিৰ জাতক-জাতিকাসকলৰ প্ৰেম, শিক্ষা, কৰ্মস্থান আদিত ভাল ফলাফল লাভ কৰিব ৷ ৰাশিত ৰাহু-মংগল একেলগে অৱস্থান কৰাৰ বাবে স্বাস্থ্যৰ যতন ল'ব লাগিব ৷

লগতে পঢ়ক: এই সপ্তাহত মেষ ৰাশিৰ ব্যৱসায়ত অগ্ৰগতি লাভ; বৃশ্চিক ৰাশিৰ পদোন্নতি, চাওক আৰু কি কি আছে সপ্তাহটোৰ ৰাশিফলত - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.