ETV Bharat / entertainment

‘শ্বোগুন’ আৰু ‘দ্য বিয়েৰে’ মাৰিলে বাজি, চাওক মনোনয়নৰ সম্পূৰ্ণ তালিকা - 76th Emmy Awards

author img

By ETV Bharat Assamese Team

Published : Jul 18, 2024, 11:54 AM IST

76th Primetime Emmy Awards: ১৫ ছেপ্টেম্বৰ দেওবাৰৰ পৰা লছ এঞ্জেলছৰ পিকক থিয়েটাৰত আৰম্ভ হ’বলগীয়া ৭৬ সংখ্যক এমি বঁটা প্ৰদান অনুষ্ঠানৰ বাবে মাজত মাথো দুমাহ বাকী । ১৭ জুলাইত টনি হেল আৰু শ্বেৰিল লি ৰালফে এল কেপিটান থিয়েটাৰত মনোনীতসকলৰ তালিকা ইতিমধ্যে ঘোষণা কৰা হৈছে । মনোনয়নৰ তালিকাখন চাওঁ আহক...

Countdown to the 76th Primetime Emmy Awards: Nominees Announced; Date, Hosts Unveiled
‘শ্বোগুন’ আৰু ‘দ্য বিয়েৰে’ মাৰিলে বাজি, চাওক মনোনয়নৰ সম্পূৰ্ণ তালিকা (ETV Bharat)

চিটাৰা ডেস্ক, ১৮ জুলাই: ১৭ জুলাই বুধবাৰে ৭৬ সংখ্যক এমি বঁটাৰ বাবে মনোনয়ন ঘোষণা কৰা হয় । টনি হেল আৰু শ্বেৰিল লি ৰালফে এল কেপিটান থিয়েটাৰৰ পৰা লাইভত মনোনয়ন ঘোষণা কৰে । টেলিভিছনৰ বাবে নিৰ্মিত কমেডী, একচন ছিৰিজ আৰু ছবি সামৰি ১৬টা ডাঙৰ শিতান সৃষ্টি কৰা হৈছে । মনোনয়নৰ তালিকাত ‘দ্য বিয়াৰ’ই কমেডী-চিৰিজৰ বাবে ২৩টা মনোনয়ন লাভ কৰিছে । একে সময়তে এফ এক্সৰ বাবে সকলো শাখাতে ২৫টা মনোনয়ন লাভ কৰি আগবাঢ়ি আছে ‘শ্বোগুন’ (Shogun) । ১৫ ছেপ্টেম্বৰ দেওবাৰে লছ এঞ্জেলছৰ পিকক থিয়েটাৰত অনুষ্ঠিত হ’ব এই বঁটা প্ৰদান অনুষ্ঠান ।

কেতিয়া আৰু ক’ত উপভোগ কৰিব ?

১৫ ছেপ্টেম্বৰ দেওবাৰে লছ এঞ্জেলছৰ পিকক থিয়েটাৰত অনুষ্ঠিত হ’ব ৭৬ সংখ্যক এমি বঁটা প্ৰদান অনুষ্ঠান । ১৫ ছেপ্টেম্বৰত নিশা ৮ বজাত পিটিত এবিচিত লাইভ প্ৰচাৰ কৰা হ’ব । ইয়াৰ আয়োজক আছিল টনি হেল আৰু শ্বেৰিল লি ৰালফে । বিগত এমি বঁটাত ‘ছাকচেচন’ আৰু ‘দ্য বিয়াৰ’ শীৰ্ষ বিজয়ী হিচাপে আত্মপ্ৰকাশ কৰিছিল আৰু এওঁলোকে ছটাকৈ বঁটা লাভ কৰিছিল ।

তলত মনোনীতসকলৰ সম্পূৰ্ণ তালিকা চাওক:

শ্ৰেষ্ঠ নাট্য ধাৰাবাহিক

  • ফ'লআউট
  • দ্য গিল্ডেড এজ
  • দ্য মৰ্নিং শ্ব'
  • মিষ্টাৰ আৰু মিচেছ স্মিথ
  • শ্বোগুন
  • শ্ল হৰ্চেচ
  • 3 বডি প্ৰব্লেম

নাট্য ধাৰাবাহিকৰ শ্ৰেষ্ঠ মুখ্য চৰিত্ৰৰ অভিনেতাৰ তালিকাত আছে

  • ইদ্ৰিছ এলবা
  • হাইজেক
  • ডোনাল্ড গ্লভাৰ
  • মিষ্টাৰ এণ্ড মিচেছ স্মিথ
  • ৱালটন গগিন্স
  • ফ'লআউট
  • গেৰী অল্ডমেন
  • শ্ল হৰ্চেচ
  • হিৰোয়ুকি চানাদা
  • শ্বোগুন
  • ডমিনিক ৱেষ্ট
  • দ্য ক্রাউন

নাট্য ধাৰাবাহিকৰ শ্ৰেষ্ঠ মুখ্য চৰিত্ৰৰ অভিনেত্ৰীৰ তালিকাত আছে

  • জেনিফাৰ এনিষ্টন- দ্য মৰ্নিং শ্ব'
  • কেৰী কুন- দ্য গিল্ডেড এজ
  • মায়া এৰস্কাইন- মিষ্টাৰ এণ্ড মিচেছ স্মিথ
  • আন্না ছাৱাই- শ্বোগুন
  • ইমেল্ডা ষ্টাউণ্টন- দ্য ক্রাউন
  • ৰিজ উইদাৰস্পুন- দ্য মৰ্নিং শ্ব'

নাট্য ধাৰাবাহিকৰ অসাধাৰণ সহযোগী অভিনেতাৰ তালিকাত আছে

  • টাডানোবু আছানো-শ্বোগুন
  • বিলি ক্ৰুডাপ-দ্য মৰ্নিং শ্ব'
  • মাৰ্ক ডুপ্লাছ-দ্য মৰ্নিং শ্ব'
  • জন হাম-দ্য মৰ্নিং শ্ব'
  • টাকেহিৰো হিৰা-শ্বোগুন
  • জেক ল'ডেন-শ্ল হৰ্চেচ
  • জনাথন প্ৰাইচ-দ্য ক্রাউন

নাট্য ধাৰাবাহিকৰ অসাধাৰণ সহযোগী অভিনেত্ৰীৰ তালিকাত আছে

  • ক্ৰীষ্টিন বাৰানস্কি- দ্য গিল্ডেড এজ
  • নিকোল বেহাৰী- দ্য মৰ্নিং শ্ব'
  • এলিজাবেথ ডেবিকি- দ্য ক্রাউন
  • গ্ৰেটা লি- দ্য মৰ্নিং শ্ব'
  • লেচলি মেনভিল- দ্য ক্রাউন
  • কেৰেন পিটমেন- দ্য মৰ্নিং শ্ব'
  • হলণ্ড টেইলৰ- দ্য মৰ্নিং শ্ব'

কমেডী ছিৰিজৰ অসাধাৰণ মুখ্য অভিনেতা

  • মেট বেৰী- হোৱাট উই ডু ইন দ্য শ্বেড’ছ
  • লেৰী ডেভিড- ক্ৰাব ইয়ৰ এন্ঠোছিয়াজিম
  • ষ্টিভ মাৰ্টিন- অনলি মাৰ্ডাৰছ ইন দ্য বিল্ডিংগ
  • মাৰ্টিন শ্বৰ্ট-অনলি মাৰ্ডাৰছ ইন দ্য বিল্ডিংগ
  • জেৰেমি এলেন হোয়াইট - দ্য বিয়েৰ
  • ডি'ফেৰাউ উন-এ-টাই - ৰিজাৰভেশ্বন ডগছ

কমেডী ছিৰিজৰ অসাধাৰণ মুখ্য অভিনেত্ৰীৰ তালিকাত আছে

  • কুইন্টা ব্ৰুন্সন -এবট এলেমেন্টাৰী
  • আয়ো এদেবিৰি -দ্য বিয়েৰ
  • চেলিনা গোমেজ -অনলি মাৰ্ডাৰছ ইন দ্য বিল্ডিংগ
  • মায়া ৰুডলফ - লুট
  • জিন স্মাৰ্ট- হেকছ
  • ক্ৰিষ্টেন উইগ- পাম ৰয়েল

কমেডী ছিৰিজৰ অসাধাৰণ সহযোগী অভিনেতাৰ তালিকাত আছে

  • লিয়নেল বয়ছ- দ্য বিয়েৰ
  • পল ডব্লিউ ডাউন্স -হেক
  • ইবন মছ-বাচ্ৰাচ -দ্য বিয়েৰ
  • পল ৰুড- অনলি মাৰ্ডাৰছ ইন দ্য বিল্ডিং
  • টাইলাৰ জেমছ উইলিয়ামছ- এবট এলেমেন্টাৰী
  • ব'ৱেন ইয়াং- চেটাৰ্ডে নাইট লাইভ

কমেডী ছিৰিজৰ অসাধাৰণ সহযোগী অভিনেত্ৰীৰ তালিকাত আছে

  • কেৰল বাৰ্নেট- পাম ৰয়েল
  • লিজা কলন-জায়াছ- দ্য বিয়েৰ
  • হান্নাহ আইনবিণ্ডাৰ- হেকচ্
  • জেনেল জেমছ- এবট এলেমেন্টাৰী
  • শ্বেৰিল লি ৰালফ- এবট এলেমেন্টাৰী
  • মেৰিল ষ্ট্ৰিপ- অনলি মাৰ্ডাৰছ ইন দ্য বিল্ডিং

অসাধাৰণ লিমিটেড বা এন্থলজি ছিৰিজৰ তালিকাত আছে

  • বেবী ৰেইণ্ডিয়াৰ
  • ফাৰ্গো
  • লেচন ইন কেমেষ্ট্ৰী
  • ৰিপলি
  • ট্ৰু ডিটেকট্ৰিভ: নাইট কান্ট্ৰী

অসাধাৰণ টেলিভিছন ছবি

  • মিষ্টাৰ মংকছ লাষ্ট কেইচ: এ মংক মুভি
  • ৰেড, হোৱাইট, এণ্ড ৰয়েল ব্লু
  • কুইজ লেডী
  • স্কুপ
  • আনফ্ৰষ্টেড

লিমিটেড বা এন্থলজী ছিৰিজ বা ছবিৰ অসাধাৰণ মুখ্য অভিনেতাৰ তালিকাত আছে

  • মেট ব'মাৰ- ফেল’ট্ৰেভেলাৰছ
  • ৰিচাৰ্ড গাড বেবী-ৰেইণ্ডিয়াৰ
  • জন হাম- ফাৰ্গো
  • টম হলেণ্ডাৰ ফিউড- কেপোট ভাৰ্চেছ দ্য শ্বোৱানছ
  • এণ্ড্ৰিউ স্কট-ৰিপলি

লিমিটেড বা এন্থলজী ছিৰিজ বা ছবিৰ অসাধাৰণ মুখ্য অভিনেত্ৰীৰ তালিকাত আছে

  • জোডি ফ’ষ্টাৰ ট্ৰু ডিটেক্টিভ: নাইট কান্ট্ৰী
  • জুনো টেম্পল ফাৰ্গো
  • ব্ৰী লাৰ্ছন- লেচন ইন কেমেষ্ট্ৰী
  • ছফিয়া ভাৰ্গাৰা- গ্ৰীচেল্ডা
  • নাওমি ৱাটছৰ বিবাদ- কেপোট ভাৰ্চেছ দ্য শ্বোৱানছ

লিমিটেড বা এন্থলজী ছিৰিজ বা ছবিৰ অসাধাৰণ সহযোগীৰ অভিনেতাৰ তালিকাত আছে

  • জনাথন বেইলী- ফেল’ট্ৰেভেলাৰছ
  • জন হকছ- ট্ৰু ডিটেকট্ৰিভ: নাইট কান্ট্ৰী
  • ৰবাৰ্ট ডাউনী জুনিয়ৰ- দ্য চিম্পাথাইজাৰ
  • লেমৰ্ণ মৰিছ- ফাৰ্গো
  • টম গুডমেন-হিল- বেবী ৰেইণ্ডিয়াৰ
  • লুইচ পুলমেন- লেচন ইন কেমেষ্ট্ৰী
  • ট্ৰিট উইলিয়ামছ - ফিউড: কেপটে ভাৰ্চেছ দ্য শ্বোৱানছ

লিমিটেড বা এন্থলজী ছিৰিজ বা ছবিৰ অসাধাৰণ সহযোগীৰ অভিনেত্ৰীৰ তালিকাত আছে

  • জেচিকা গানিং- বেবী ৰেইণ্ডিয়াৰ
  • লিলি গ্লেডষ্টোন- আণ্ডাৰ দ্য ব্ৰীজ
  • নভা মাউ- বেবী ৰেণ্ডিয়াৰ
  • ডায়েন লেন- ফিউড: কেপটে ভাৰ্চেছ দ্য শ্বোৱানছ
  • ডাকোটা ফেনিং- ৰিপলি
  • আজা নাওমি কিং- লেচন ইন কেমেষ্ট্ৰী
  • কাল ৰেইছ- ট্ৰু ডিটেকট্ৰিভ: নাইট কান্ট্ৰী

অসাধাৰণ টক ছিৰিজ

  • লেট নাইট উইথ ছেথ মেয়াৰ্ছ
  • জিমি কিমেল লাইভ!
  • দ্য ডেইলী শ্ব’
  • ষ্টিফেন কলবাৰ্টৰ সৈতে লেট শ্ব'

অসাধাৰণ কম্পিটিশ্যন প্ৰ’গ্ৰেম

  • দ্য এমেজিং ৰেইচ
  • ৰু পল’চ ড্ৰেগ ৰেচ
  • টপ শ্বেফ
  • দ্য ট্ৰেইটৰছ
  • দ্য ভইছ

কমেডী ছিৰিজৰ বাবে অসাধাৰণ লেখা

  • কুইন্টা ব্ৰান্সন- এবট এলেমেন্টাৰী
  • ক্রিষ্টোফাৰ ষ্ট’ৰাৰ, জোয়ানা কেলো- দ্য বিয়েৰ
  • মেৰেডিথ স্কাৰ্ডিনো, ছেম মিন্স- গাৰ্লচ 5 ইভা
  • লুচিয়া এনিয়েলো, পল ডব্লিউ ডাউন্স, জেন ষ্টেটস্কি- হেকচ্
  • ক্ৰীছ কেলি, চাৰা শ্বনাইডাৰ- দ্য আডাৰ টু
  • জেক বেণ্ডাৰ, জেক ডান- হোৱাট উই ডু ইন শ্বেড’চ

নাট্য ধাৰাবাহিকৰ বাবে অসাধাৰণ লেখা

  • পিটাৰ মৰ্গান, মেৰিয়েল শ্বেইবানি-ক্লেয়াৰ- দ্য ক্রাউন
  • ৰেচেল কণ্ডো, জাষ্টিন মাৰ্কছ- শ্বোগুন
  • জেনেভা ৰবাৰ্টছন-ড্ৱৰেট, গ্ৰেহাম ৱেগনাৰ- ফ'লআউট
  • ৰেচেল কণ্ডো, কেলিন পুয়েণ্টে- শ্বোগুন
  • ফ্ৰান্সেস্কা স্ল’নে, ড’নাল্ড গ্লভাৰ- মিষ্টাৰ এণ্ড মিচেছ স্মিথ
  • উইল স্মিথ- শ্ল হৰ্চেছ

লিমিটেড বা এন্থলজী ছিৰিজ বা ছবিৰ বাবে অসাধাৰণ লেখা

  • ৰিচাৰ্ড গাড- বেবী ৰেণ্ডিয়াৰ
  • চাৰ্লি ব্ৰুকাৰ- ব্লেক মিৰ'ৰ
  • নোয়া হলি- ফাৰ্গো
  • ৰন নাইছৱানাৰ- ফেল’ট্ৰেভেলাৰছ
  • ষ্টিভেন জেইলিয়ান- ৰিপলি
  • ইছা লোপেজ ট্ৰু ডিটেক্টিভ: নাইট কান্ট্ৰী

কমেডী ছিৰিজৰ বাবে অসাধাৰণ পৰিচালনা

  • ৰেণ্ডেল আইনহৰ্ণ- এবট এলেমেন্টাৰী
  • গাই ৰিচি- দ্য জেন্টলমেন
  • ক্রিষ্টোফাৰ- ষ্ট’ৰাৰ দ্য বিয়েৰ
  • লুচিয়া- এনিয়েল’ হেকচ
  • ৰামি ইউছেফ- দ্য বিয়েৰ
  • মেৰী লু বেলি- দ্য মিছেছ পেট শ্ব'

নাটক ধাৰাবাহিকৰ বাবে অসাধাৰণ পৰিচালনা

  • ষ্টিফেন ডাল্ড্ৰি- দ্য ক্রাউন
  • মিমি লেডাৰ- দ্য মৰ্নিং শ্ব'
  • হিৰো মুৰাই- মিষ্টাৰ এণ্ড মিচেছ স্মিথ
  • ফ্ৰেডেৰিক ই.অ.টয়ে - শ্বোগুন
  • চৌল মেট্জষ্টেইন- শ্ল হৰ্চ
  • চেলি ৰিচাৰ্ডছন-হুইটফিল্ড উইনিংগ টাইম: দ্য ৰাইজ অফ দ্য লিকাৰ্চ

লিমিটেড বা এন্থলজী ছিৰিজ বা ছবিৰ বাবে অসাধাৰণ পৰিচালনা

  • ৱেৰ'নিকা টফিলস্কা- বেবী ৰেণ্ডিয়াৰ
  • নোয়া হলি- ফাৰ্গো
  • গাছ ভ্যান ছান্ট- ফিউড- কেপোট ভাৰ্চেছ দ্য শ্বোৱানছ
  • মিলিচেণ্ট শ্বেলটন- লেচন ইন কেমেষ্ট্ৰী
  • ষ্টিভেন জালিয়ান- ৰিপলি
  • ইছা লোপেজ- ফিউড- কেপোট ভাৰ্চেছ দ্য শ্বোৱানছ
লগতে পঢ়ক: SIIMA Awards 2024ৰ মনোনয়ন তালিকা প্ৰকাশ: জেইলাৰ, লিঅ’কে ধৰি এই ব্লকবাষ্টাৰ ছবিসমূহে কৰিলে স্থানলাভ - SIIMA Awards 2024 Nominations

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.