ETV Bharat / business

সস্তা নে মহঙা; আপোনাৰ চহৰত বৰ্তমান সোণ-ৰূপৰ মূল্য কিমান ? - GOLD AND SILVER

সোমবাৰৰ দিনটোত আপোনাৰ প্ৰিয় চহৰখনত সোণ-ৰূপৰ মূল্য কিমান জানেনে ?

Gold and Silver price in your city on 25th November 2024
সোণ এক অমূল্য সম্পদ (Getty Image)
author img

By ETV Bharat Business Team

Published : Nov 25, 2024, 11:11 AM IST

হায়দৰাবাদ : সোণ এক অমূল্য সম্পদ ৷ মহিলাই হওক বা পুৰুষেই হওক প্ৰতিজন ব্যক্তিৰে সোণৰ প্ৰতি আছে দুৰ্বলতা ৷ বিয়াৰ বা উৎসৱৰ বতৰত সোণ–ৰূপৰ মূল্যৰ ভিন্নতা দেখা যায় । সোণৰ মূল্য প্ৰধানকৈ আন্তঃৰাষ্ট্ৰীয় বজাৰৰ স্থিৰতা, আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য আৰু বহুকেইটা কাৰকৰ ওপৰত নিৰ্ভৰ কৰে ৷

সহজ অৰ্থত ক’বলৈ গ’লে ভাৰতৰ প্ৰতিখন ৰাজ্যতে সোণৰ মূল্য বেলেগ বেলেগ হোৱা দেখিবলৈ পোৱা যায় ৷ কেতবোৰ কাৰণ যেনে- কৰ, পৰিবহণ ব্যয়, স্থানীয় চাহিদা আৰু চৰকাৰৰ নিয়মৰ বাবে এই মূল্য বেলেগ বেলেগ হোৱা দেখিবলৈ পোৱা যায় ৷

এতিয়া যাওঁ ব’লক সোণ-ৰূপৰ বজাৰৰ দিশে ৷ যদিহে আপুনি সোণ-ৰূপ ক্ৰয় কৰিম বুলি ভাবিছে, তেন্তে এই সম্পদবিধ ক্ৰয় কৰাৰ আগতে ইয়াৰ মূল্যৰ বিষয়ে জনাটো অতি প্ৰয়োজন ৷

25 নৱেম্বৰত ভাৰতত প্ৰতি 10 গ্ৰাম সোণৰ মূল্য আছিল প্ৰায় 77 হাজাৰ টকা । উচ্চ বিশুদ্ধতাৰ বাবে বিখ্যাত 24 কেৰেট সোণৰ মূল্য প্ৰতি 10 গ্ৰামত 79,630 টকা । একে সময়তে মিশ্ৰণেৰে নিৰ্মিত হোৱাৰ বাবে গহনাৰ বাবে পছন্দ কৰা 22 কেৰেট সোণৰ দাম প্ৰতি 10 গ্ৰামত 72,990 টকা ।

আনহাতে, আজিৰ দিনটোত প্ৰতি কেজি ৰূপৰ মূল্য 91,900 টকা ।

পিছে আপুনি বাৰু জানেনে আজিৰ দিনটোত আপোনাৰ চহৰখনত সোণৰ দাম কিমান হৈছে ৷ তলত এক তালিকাৰ জৰিয়তে প্ৰতিখন চহৰত সোণৰ মূল্য কিমান উল্লেখ কৰা হ’ল -

চহৰ22 কেৰেট সোণৰ মূল্য24 কেৰেট সোণৰ মূল্য
গুৱাহাটী (অসম)7200078550
দিল্লী73,14079,780
মুম্বাই72,99079,630
আহমেদাবাদ73,04079,680
চেন্নাই72,99079,630
কলকাতা72,99079,630
পুণে72,99079,630
লক্ষ্ণৌ73,14079,780
বেংগালুৰু72,99079,630
জয়পুৰ73,14079,780
পাটনা73,04079,680
হায়দৰাবাদ72,99079,630

লগতে পঢ়ক : BSNLৰ গ্ৰহকৰ বাবে মাত্ৰ ২০১ টকাত ৯০ দিনৰ বৈধতাৰে Data ৰ সুবিধা প্ৰদান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.