ETV Bharat / bharat

ৰাশিফল অনুসৰি চলিত সপ্তাহত প্ৰেম-শিক্ষা-ব্যৱসায়-কৰ্ম আদিৰ ক্ষেত্ৰত কেনে ফলাফল লাভ কৰিব ? - Weekly Horoscope

Weekly Horoscope: ৰাশিফল অনুসৰি এই চলিত সপ্তাহতো প্ৰেম, শিক্ষা, ব্যৱসায়, কৰ্ম আদিৰ কেনে ফলাফল লাভ কৰিব ? এই সন্দৰ্ভত জনালে জ্যোতিষ সম্ৰাট ড৹ হেমাংগ শাস্ত্ৰীয়ে ৷

author img

By ETV Bharat Assamese Team

Published : Jul 14, 2024, 7:35 PM IST

Weekly Horoscope
ৰাশিফল অনুসৰি চলিত সপ্তাহত প্ৰেম-শিক্ষা-ব্যৱসায়-কৰ্ম আদিৰ ক্ষেত্ৰত কেনে ফলাফল লাভ কৰিব ? (ETV Bharat)

মেষ ৰাশি: মেষ ৰাশিৰ জাতক-জাতিকাসকলে চলিত সপ্তাহটোত প্ৰেমৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব ৷ ছাত্ৰ-ছাত্ৰীৰ ভ্ৰমণৰ যোগ আছে ৷ কৰ্মক্ষেত্ৰত অলপমান কষ্ট কৰিব লাগিব ৷

বৃষ ৰাশি: বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ চলিত সপ্তাহতো ছাত্ৰ-ছাত্ৰী সকলৰ বাবে খুবেই ভাল ৷ আয়ৰ ক্ষেত্ৰত চিন্তা বাঢ়িব যদিও অন্যান্য ক্ষেত্ৰসমূহত ভাল ফলাফল লাভ কৰিব ৷

মিথুন ৰাশি: মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আয়ৰ ক্ষেত্ৰত চিন্তাই বিৰাজ কৰিব ৷ উপাৰ্জনৰ ক্ষেত্ৰত কষ্ট কৰিবলগীয়া হ’ব পাৰে ৷ শিক্ষাৰ্থীসকলৰ বাবে ভাল সময় অব্যাহত থাকিব ৷ প্রেমৰ লগতে বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰতো ভাল ফল লাভ কৰিব ৷

কৰ্কট ৰাশি: কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে এই সপ্তাহতো খুবেই ভাল ৷ স্বাস্থ্য, কৰ্ম, আদিৰ পৰা আৰম্ভ কৰি সকলোতে ভাগ্য উদয় হ'ব ৷ লগতে আয়, প্ৰেম আদিৰ দিশটো ভাল ফল ভাল কৰিব ৷

সিংহ ৰাশি: সিংহ ৰাশিৰ চলিত সপ্তাহত স্বাস্থ্যৰ অলপমান যতন ল'ব লাগিব ৷ সম্পৰ্কৰ ক্ষেত্ৰতো সাৱধানতা অৱলম্বন কৰিব লাগিব ৷ কৰ্মস্থানত সফলতা লাভ কৰিব ৷ শিক্ষাৰ্থীসকলৰ বাবে এই সপ্তাহতো ভাল ৷

কন্যা ৰাশি: কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ শিক্ষাৰ্থী সকলে কিছু বাধাৰ সন্মুখীন হ'ব পাৰে ৷ সম্পত্তি ক্ৰয়-বিক্ৰয় কৰিব পাৰে ৷ নতুন কোনো বিনিয়োগ কৰা সকলৰ বাবে খুবেই ভাল ৷ প্ৰেম, বৈবাহিক জীৱনত সুখ লাভ কৰিব ৷ আয়ৰ দিশটো ভাল ফল লাভ কৰিব ৷

তুলা ৰাশি: তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ চলিত সপ্তাহটোত নতুন প্ৰেমৰ কোনো যোগাযোগ আহিব পাৰে ৷ নতুন ব্যৱসায়ৰো কোনো যোগাযোগ আহিব পাৰে ৷ শিক্ষাৰ্থী সকলৰ বাবেও ভাল ৷ স্বাস্থ্যৰ যতন ল'ব লাগিব ৷ বিনিয়োগ কৰা সকলৰ বাবে খুবেই ভাল ৷

বৃশ্চিক ৰাশি: বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ ক্ষেত্ৰত স্বাস্থ্যৰ লগতে সম্পৰ্কৰ ক্ষেত্ৰত সাৱধান হোৱাৰ লগতে কিছু ক্ষেত্ৰত চকু দিব লাগিব ৷ শিক্ষাৰ্থীসকলৰ বাবেও এই সপ্তাহতো ভাল ৷ উপাৰ্জন ঠিকেই থাকিব ৷

ধনু ৰাশি: ধনু ৰাশিৰ জাতিক-জাতিকাসকলৰ ক্ষেত্ৰত চলিত সপ্তাহ সকলো ক্ষেত্ৰতে ভাগ্যদয় হ'ব ৷ যিয়েই চেষ্টা নকৰক কিয় ভাল ফল লাভ কৰিব ৷ প্ৰেম , শিক্ষা, ব্যৱসায়, আয় আদিৰ ক্ষেত্ৰত এই সপ্তাহত ভাল ফলাফল লাভ কৰিব ৷

মকৰ ৰাশি: মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ কৰ্মক্ষেত্ৰত হঠাৎ পদোন্নতি হ'ব পাৰে ৷ হঠাৎ কোনো ব্যৱসায় আদিৰ যোগাযোগ আহিব পাৰে ৷ লগতে শিক্ষা, কৰ্ম, ব্যৱসায়, উপাৰ্জন আদিত ভাল ফল লাভ কৰিব ৷ বৈবাহিক আৰু প্ৰেমৰ ক্ষেত্ৰতো ভাল ফলাফল লাভ কৰিব ৷

কুম্ভ ৰাশি: কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ চলিত সপ্তাহত কৰ্মক্ষেত্ৰত কিছু কষ্ট কৰিবলগীয়া হ’ব পাৰে ৷ কৰ্মৰ কাৰণে ভ্ৰমণো কৰিবলগীয়া হ'ব পাৰে ৷ শিক্ষাৰ্থীসকলেও কিছু কষ্ট কৰিব লাগিব ৷ প্ৰেম আৰু উপাৰ্জনৰ ক্ষেত্ৰত একেই থাকিব ৷

মীন ৰাশি: মীন ৰাশিৰ জাতক-জাতিকাসকলৰ চলিত সপ্তাহত প্ৰেম,ব্যৱসায়, শিক্ষা আদিৰ ক্ষেত্ৰত ভাল ফল লাভ কৰিব ৷ প্ৰেম বা বৈবাহিক সম্পর্কৰ ক্ষেত্ৰত খুবেই ভাল ৷ কৰ্ম আৰু আয়ৰ ক্ষেত্ৰতো ভাল ফল লাভ কৰিব ৷

লগতে পঢ়ক: এই সপ্তাহটো বহুকেইটা ৰাশিৰ বাবে হ’ব সৌভাগ্যশালী...পাব ব্যৱসায়ত আকাংক্ষিত লাভ...চাওক কেনে যাব আপোনাৰ এই সপ্তাহটো ? - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.