ETV Bharat / bharat

পিছুৱাই দিয়া হ’ল NEET-PG পৰীক্ষা, শীঘ্ৰেই ঘোষণা হ’ব নতুন তাৰিখ - NEET PG examination

author img

By PTI

Published : Jun 22, 2024, 10:37 PM IST

NEET PG 2024 : 23 জুনত অনুষ্ঠিত হ’বলগীয়া NEET-PG পৰীক্ষা স্থগিত ৰখা হৈছে বুলি শনিবাৰে প্ৰকাশ কৰিছে স্বাস্থ্য মন্ত্ৰালয়ে ৷ পৰীক্ষাৰ নতুন তাৰিখ শীঘ্ৰেই ঘোষণা কৰা হ’ব ৷

NEET PG 2024
NEET-PG পৰীক্ষা স্থগিত (ETV BHARAT)

নেশ্যনেল ডেস্ক, 22 জুন : পিছুৱাই দিয়া হ’ল NEET-PG পৰীক্ষা ৷ 23 জুনত অনুষ্ঠিত হ’বলগীয়া NEET-PG পৰীক্ষা স্থগিত ৰখা হৈছে বুলি শনিবাৰে প্ৰকাশ কৰিছে স্বাস্থ্য মন্ত্ৰালয়ে ৷ পৰীক্ষাৰ নতুন তাৰিখ শীঘ্ৰেই ঘোষণা কৰা হ’ব বুলি মন্ত্ৰালয়ে জানিবলৈ দিছে ৷ স্বাস্থ্য মন্ত্ৰালয়ে শনিবাৰে কয় যে NEET-PG প্ৰৱেশ পৰীক্ষাৰ অখণ্ডতা বজাই ৰখাৰ বাবে সতৰ্কতামূলক ব্যৱস্থা হিচাপে এই সিদ্ধান্ত লোৱা হৈছে ৷

NEET-UGৰ ফলাফল আৰু UCG-NET পৰীক্ষা বাতিল কৰাক লৈ অব্যাহত থকা বিতৰ্কৰ মাজতে এই ঘোষণা কৰিছে মন্ত্ৰালয়ে ৷

লগতে পঢ়ক : নীট বিতৰ্কৰ মাজতে এইবাৰ বাতিল UGC-NET পৰীক্ষা - NTA Cancels UGC NET

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.