ETV Bharat / bharat

মিথুন ৰাশিৰ কষ্টৰ ফল লাভৰ যোগ, কুম্ভ ৰাশিৰ লোক সাৱধানে থাকক...আৰু কি কি আছে জানিবলৈ চাওক দিনটোৰ ৰাশিফল - Daily horoscope for 4th june

Daily Horoscope For 4th June: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

DAILY HOROSCOPE FOR 4TH JUNE
আজিৰ দিনটোৰ ৰাশিফল (Etv Bharat)
author img

By ETV Bharat Features Team

Published : Jun 4, 2024, 12:31 AM IST

মেষ ৰাশি : ঘৰলৈ আলহী-অতিথিৰ আগমনৰ সম্ভাৱনা ৷ তেওঁলোকৰ লগত হোৱা বাৰ্তালাপে আপোনাক আনন্দিত কৰি তুলিব ৷ দিনটো আপুনি ৰোগমুক্ত অনুভৱ কৰাৰ লগতে স্ফূৰ্তিত থাকিব ৷ ঘৰ আৰু কাৰ্যালয়ত লাভ কৰা সহযোগিতাই আপোনাক আনন্দিত কৰিব ৷ মাতৃৰ আগমনৰ সম্ভাৱনা, তেওঁ অনা উপহাৰে আপোনাৰ মন উৎফুল্লিত কৰিব ৷ লক্ষ্মীদেৱী আৰু গণেশৰ আৰ্শীবাদ লাভ ৷ ধন উপাৰ্জনৰ ক্ষেত্ৰত আপুনি কৰা কষ্টই সাৰ্থকতা লাভ কৰিব ৷

বৃষ ৰাশি : কথা কওতে সাৱধান ৷ দিনটোত বিপদৰ সম্ভাৱনা ৷ দুঃসংবাদ লাভৰ সম্ভাৱনা ৷ অত্যন্ত সচেতন হৈ থাকিব, অন্যথা বিপদ নিশ্চিত ৷ পূৰ্বৰে পৰা পাই অহা সমস্যাক আওকাণ নকৰি শৰীৰৰ যত্ন লওক ৷ বিশেষকৈ চকুৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’লে চকু বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক ৷ আজিৰ দিনটোত আপুনি সদায়ে অগ্ৰজসকলৰ পৰা পাই অহা সহায় নাপালেও তেওঁলোকৰ সমৰ্থন লাভ কৰিব ৷ ধনহানিৰ যোগ ৷

মিথুন ৰাশি : ভগৱান গণেশৰ কৃপা লাভ ৷ কষ্টৰ ফল লাভৰ যোগ ৷ ভাগ্য সুপ্ৰসন্ন ৷ চাৰিওদিশৰ পৰা লাভৱান হোৱাৰ যোগ ৷ কাৰ্যক্ষেত্ৰত মুকলিমনেৰে নিজৰ বিচৰা কামটোৰ কথা শীৰ্ষ নেতৃত্বৰ লগতে সহকৰ্মীসকলৰ আগত প্ৰকাশ কৰিব পাৰে ৷ বিপৰীত লিংগৰ ব্যক্তিৰ সৈতে স্থায়ী বন্ধুত্বৰ যোগ ৷ বন্ধুৰ সৈতে সময় অতিবাহিত কৰক ৷ প্ৰিয়জনৰ পৰা সুখবৰ লাভৰ সম্ভাৱনা অধিক ৷

কৰ্কট ৰাশি : দিনটো সাধাৰণভাৱে পাৰ হ’ব ৷ কামৰ পৰিমাণ সাধাৰণ হ’লেও লাভান্বিত হ’ব ৷ কষ্টৰ ফল লাভ কৰি আনন্দিত হোৱাৰ লগতে মানসিকভাৱে শান্তি লাভ কৰিব ৷ কাৰ্যালয়ত আপোনাৰ কামত উচ্চপদস্থ বিষয়াসকলে সন্তুষ্টি লাভ কৰিব ৷ যাৰ বাবে আপুনি উপহাৰ হিচাপে পদোন্নতি লাভ কৰাৰ সম্ভাৱনা ৷ এইক্ষেত্ৰত কিবা ক’বলগীয়া থাকিলে পলম নকৰিব ৷ ঘৰ বা কাৰ্যালয়ৰ মেৰামতিৰ ক্ষেত্ৰত দিনটো শুভ ৷ পৰিয়ালৰ বাবে কৰা ব্যয়ৰ মাত্ৰা বৃদ্ধি ৷ অযথা চিন্তা পৰিহাৰ কৰক ৷ শৰীৰ অনুকুল ৷ ভ্ৰমণৰ যোগ ৷

সিংহ ৰাশি : গণেশৰ কৃপাত এটি সুন্দৰ দিন ৷ কৰ্মক্ষেত্ৰত কৰা কষ্টই লক্ষ্যত উপনীত হোৱাত সহায় কৰিব ৷ অতি নিয়াৰিকৈ আপোনাৰ ওপৰত অৰ্পণ কৰা দায়িত্ব পালন কৰিব ৷ ধৰ্মৰ নামত দান-দক্ষিণা কৰাৰ উপযুক্ত সময় ৷ তীৰ্থ ভ্ৰমণৰ যোগ ৷ কোনো কাৰণ অবিহনে মনৰ অস্থিৰতা বৃদ্ধি ৷ খং-ৰাগ বৃদ্ধি ৷ শাৰিৰীক সমস্যাই দেখা দিয়াৰ সম্ভাৱনা ৷ খঙক দমন কৰি নিজৰ কাৰ্য সম্পাদন কৰক ৷

কন্যা ৰাশি : নতুন কাম আৰম্ভ কৰাৰ বাবে উপযুক্ত সময় ৷ কামত মনোযোগ দিয়াৰ সমানে শৰীৰৰ যত্ন লওক ৷ সলনি কৰক খাদ্যাভাস ৷ ধন আৰু সম্পৰ্কৰ ক্ষেত্ৰত মনোযোগ দিয়ক ৷ ষ্ট্ৰীট ফুড পৰিহাৰ কৰক ৷ পানী থকা স্থানৰ পৰা আঁতৰত থাকক ৷ খং পৰিহাৰ কৰক ৷ ব্যক্তিগত জীৱনটো জটিলময় কৰি নুতুলিব, অন্যথা দুখৰ সম্ভাৱনা ৷

তুলা ৰাশি : গণেশৰ কৃপাত সুখ-সমৃদ্ধি লাভ ৷ কোনো পুৰণি বন্ধু বা আপোনাৰ প্ৰিয় ব্যক্তিৰ সান্নিধ্যই আপোনাক উৎসাহিত কৰিব ৷ পৰাপক্ষত ভ্ৰমণ পৰিহাৰ কৰক ৷ অন্যথা বিপদৰ সম্ভাৱনা ৷ পিছে সান্ধ্য ভ্ৰমণৰ ক্ষেত্ৰত এয়া ৰোমাঞ্চকৰ হোৱাৰ যোগ ৷ প্ৰেমৰ বাবে উত্তম সময় ৷ শৰীৰ উন্নত ৷ শান্তি লাভৰ যোগ ৷

বৃশ্চিক ৰাশি : উন্নতিৰ যোগ ৷ কৰ্মক্ষেত্ৰত বা ঘৰত পৰিৱেশ অনুকুল ৷ আপুনি ভূগি থকা পুৰণি ৰোগৰ পৰা মুক্তি পোৱাৰ বাবে শাৰিৰীক স্বাস্থ্য উন্নত হোৱাৰ যোগ ৷ মানসিক শান্তি বৃদ্ধি ৷ দৰকাৰী কথা মন দিয়ক ৷ অগ্ৰজসকলৰ পৰা উদগনি লাভ ৷ যিয়ে আধৰুৱা কাৰ্য পূৰণত সহায় কৰিব ৷ প্ৰচুৰ ধন লাভৰ সম্ভাৱনা ৷ মহিলা বন্ধুৰ পৰা সাৱধান ৷ পৰিয়ালৰ পৰা সুখবৰ লাভৰ যোগ ৷

ধনু ৰাশি : ভাগ্য মধ্যমীয়া ৷ পৰাপক্ষত দূৰ ভ্ৰমণ বাতিল কৰক ৷ শৰীৰৰ ওপৰত চকু দিয়ক ৷ কৰ্মক্ষেত্ৰত আপুনি ভবাৰ দৰে ফল লাভ নকৰিবও পাৰে ৷ ফলাফল লাভত বিলম্ব ৷ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক ৷ দিনটোৰ শেষলৈ সময় উন্নত হোৱাৰ সম্ভাৱনা ৷ সংগীৰ সহযোগিতাই আপোনাক আৱৰি ৰাখিব ৷ প্ৰিয় সংগীৰ সৈতে সন্ধিয়াটো উপভোগ কৰাৰ সম্ভাৱনা ৷ গভীৰ আলোচনাৰ পৰা ৰেহাই পাব ৷

মকৰ ৰাশি : শাৰিৰীকভাৱে দুৰ্বল অনুভৱ কৰিব ৷ অতীতৰ কোনো ঘটনাই হৃদয়ৰ কোনোবাখিনিত আলোকপাত কৰিব ৷ যিয়ে আপোনক উদ্বেগ আৰু কৰ্মবিমুখ কৰি তুলিব ৷ চিন্তাৰ বাবে নিদ্ৰাহীনতাত ভোগাৰ সম্ভাৱনা ৷ বুকুৰ বিষ বা পেটৰ জ্বলা-পোৰা সমস্যাত ভোগাৰ সম্ভাৱনা ৷ বাদ-বিবাদত লিপ্ত হোৱাৰ সম্ভাৱনা ৷ ৰহস্যময়ী নাৰী আৰু পানীৰ পৰা আঁতৰি থাকক ৷ মানসিক অৱস্থা সিমান উন্নত নহয় ৷ সাঁতোৰৰ ক্লাছৰ পৰা অলপদিন অব্যাহতি লওক ৷

কুম্ভ ৰাশি : পৰিস্থিতি আপোনাৰ অনুকুল নহয় ৷ স্বাভাৱিকতে আপুনি মানসিক অশান্তিত ভোগাৰ সম্ভাৱনা ৷ পৰিয়াল, ভাতৃ বা বন্ধুৰ সান্নিধ্যই আপোনাৰ অৱসাদ দূৰ কৰিব ৷ সেয়ে সৰুকৈ পাৰ্টী বা কোনো অনুষ্ঠানৰ আয়োজন কৰিব পাৰে ৷ আপোনাৰ সংগীৰ সৈতে কটোৱা সময় চিৰস্মৰণীয় হোৱাৰ সম্ভাৱনা ৷

মীন ৰাশি : অযথা ব্যয় পৰিহাৰ কৰক ৷ আনক ধন ধাৰে দিয়া বা লোৱাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰক ৷ চালিজাৰি কথা কোৱাৰ লগতে খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক ৷ আপুনি কৰা ভুলে আপোনাৰ মানৱীয়তাক বুজি পোৱাৰ ক্ষেত্ৰত আনক সহায় নকৰিবও পাৰে ৷ কাৰ্যপ্ৰণালীত আপোনাক কৰা অপমানৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা ৷ পাৰিবাৰিক সম্পৰ্কৰ ক্ষেত্ৰত উগ্ৰ ভাৱ পৰিহাৰ কৰি শান্তিপূৰ্ণভাৱে পৰিচালনা কৰক ৷ খাদ্যাভাস সলনি কৰাৰ প্ৰয়োজন ৷

লগতে পঢ়ক: এই সপ্তাহত মেষ ৰাশিৰ ব্যৱসায়ত অগ্ৰগতি লাভ; বৃশ্চিক ৰাশিৰ পদোন্নতি, চাওক আৰু কি কি আছে সপ্তাহটোৰ ৰাশিফলত - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.