ETV Bharat / bharat

মিথুন ৰাশিয়ে লাভ কৰিব নিজৰ জীৱনসংগী...মেষ ৰাশিয়ে দুশ্চিন্তা ত্যাগ কৰক...কি কয় আপোনাৰ দিনটোৰ ৰাশিফলে ? - Daily Horoscope For 4th August

author img

By ETV Bharat Features Team

Published : Aug 4, 2024, 1:01 AM IST

Daily Horoscope : আজি ৰাশি সলনি কৰি কৰ্কট ৰাশিত প্ৰৱেশ কৰিব চন্দ্ৰই ৷ ইয়াৰ ফলত কেনে প্ৰভাৱ পৰিব আন ৰাশিবোৰত ? জানিবলৈ পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 4th August 2024
আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat)

মেষ ৰাশি: মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে সময়খিনি সংবেদনশীল ৷ কোনো বন্ধুৰ অপ্ৰত্যাশিত আচৰণে আপোনাৰ মনত আঘাত দিব পাৰে ৷ আপুনি যদি পিতৃ-মাতৃক লৈ কোনো সমস্যাত থাকে, তেতিয়া হ’লে তেওঁলোকৰ সৈতে এই বিষয়ত কথা পাতক, মনে মনে খং কৰি বহি নাথাকিব ৷ উদ্বেগ আৰু দুশ্চিন্তাক দূৰ কৰিবলৈ যোগাভ্যাস, ধ্যান, আধ্যাত্মিকতাৰ চৰ্চা কৰক ৷

বৃষ ৰাশি: কোনো সিদ্ধান্ত গ্ৰহণৰ আগতে শান্ত হৈ ব্যৱস্থা ল’ব ৷ ভুল সিদ্ধান্তই বিপদত পেলাব পাৰে ৷ পত্নীৰ লগত আলোচনা নকৰাৰ ফলত বুজাপৰাৰ অভাবে দেখা দিব ৷ মানসিক অশান্তিয়ে শাৰীৰিক সমস্যাৰ আৰম্ভণি কৰিব ৷ কামৰ ওপৰত তাৰ প্ৰভাৱ পৰিব আৰু আৰু আপুনি পাবলগা ফল নাপাবও পাৰে ৷ খৰচৰ মাত্ৰা বৃদ্ধি হ’ব, যিয়ে আপোনাৰ খং বৃদ্ধি কৰিব ৷ পত্নী আৰু ব্যৱসায়ৰ সহযোগীসকলৰ লগত বুজাপৰালৈ আহি কাম সমাধা কৰক ৷

মিথুন ৰাশি: গণেশৰ কৃপাত দিনটো মিশ্ৰ ফলদায়ক ৷ ডাঙৰ সকলৰ পৰা উপদেশমূলক বাৰ্তা লাভ কৰিব ৷ সন্তানৰ পৰা ভাল খবৰ পাব ৷ জীৱনসংগী লাভ কৰাৰ উত্তম সময় ৷ প্ৰেমত শুভ ৷

কৰ্কট ৰাশি: আপোনাৰ ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত ভাগ্যৰ প্ৰভাৱ পৰিব আৰু আপুনি জীৱনত সুৰক্ষিত অনুভৱ কৰিব ৷ কামত সফলতা আৰু উন্নতি লাভ কৰিব ৷ ঘৰ সজোৱাৰ ক্ষেত্ৰত আপোনাৰ প্ৰিয়জনৰ লগত আপুনি আপোনাৰ দক্ষতা দেখুৱাব পাৰিব ৷ শৰীৰ ভালে যাব আৰু বৈবাহিক সুখ লাভ কৰিব ৷

সিংহ ৰাশি: সকলোৰে লগত ন্যায় কৰিব পাৰিব আৰু গোটেই দিনটো সেইটোৱেই আপোনাৰ লক্ষ্য হ’ব ৷ অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰিব পাৰিব ৷ আপুনি কৰিবলৈ বিচৰা সকলো কামৰ ফল লাভজনক হ’ব, মাত্ৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক ৷ ধৰ্মীয় কাম অথবা ধৰ্মীয় স্থান পৰিভ্ৰমণ কৰিব পাৰে ৷ যিয়ে আপোনাক শান্ত ৰখাত সহায়ক হ’ব ৷

কন্যা ৰাশি: খং আৰু কথা কওতে মন লক্ষ্য় দিয়ক ৷ সোনকালে খং উঠা সকলৰ বাবে ভাল সময় নহয় ৷ নতুন কাম আৰম্ভ কৰাৰ উচিত সময় নহয় ৷ ব্যৱসায়িক প্ৰতিদন্দ্বীসকলে আপোনাক বিপদত পেলাব ৷ ভ্ৰমণ এৰাই চলক ৷

তুলা ৰাশি: এট সুন্দৰ দিন, হাঁহিৰে ভৰা দিন ৷ পুৰনি বন্ধুক লগ কৰিব পাৰে ৷ বিপৰীত চিন্তাবোৰ আঁতৰি যাব ৷ চিনেমা চোৱাৰ পৰিকল্পনা কৰিব পাৰে ৷ আপুনি অংশ লোৱা সকলো কামত আপুনি ফুৰ্তি পাব ৷ প্ৰিয়জনৰ লগত বজাৰ যাব পাৰে ৷ দামী অলংকাৰ কিনিব পাৰে ৷ সমাজত আপোনাৰ সন্মান বৃদ্ধি হ’ব ৷

বৃশ্চিক ৰাশি: দিনটো শুভ, গ্ৰহৰ প্ৰভাৱত প্ৰেমৰ সম্পৰ্ক উন্নত হ’ব ৷ প্ৰেমত পৰা আৰু বিবাহৰ উত্তম যোগ আছে ৷ প্ৰেমত বা বিবাহত অলপ সময় লোৱাৰ দৰকাৰ ৷ আপুনি বহুত দিনৰ পিচত মহিলা বন্ধুক লগ পাব পাৰে ৷ কামৰ ক্ষেত্ৰত সকলো আগতকৈ ভাললৈ আহিব ৷ ধনৰ ক্ষেত্ৰটো সহকৰ্মী সকলৰ সন্মান লাভ কৰিব ৷ নতুন কাম আৰম্ভ কৰাৰ ক্ষেত্ৰত ভাগ্যই আপোনাক লগ দিব ৷ শৰীৰ ভালে থাকিব ৷

ধনু ৰাশি: সফলতা নোপোৱালৈকে যুঁজি থাকক ৷ আশা নেহেৰুৱাব ৷ দিনটো বৰ সহজ নহয়, আশা কৰা ধৰণৰ ফল লাভ নকৰিবও পাৰে ৷ আপোনাক দিয়া কাম শেষ হওতে অনাহকত পলম হ’ব ৷ সহযোগীতাৰ অভাৱ অনুভৱ কৰিব ৷ খং ত্যাগ কৰক ৷ আপোনাৰ প্ৰিয়জন বা পত্নীৰ বাবেও চিন্তিত হৈ পৰিব ৷ ভ্ৰমণৰ চিন্তা সদ্যহতে বাদ দিয়ক ৷

মকৰ ৰাশি: দিনটো বৰ সুন্দৰ নহয় ৷ চিন্তাৰ বাবেই ভাগৰুৱা আৰু এলাহ অনুভৱ কৰিব ৷ নিদ্ৰাহীনতাই আপোনাক অসুবিধাত পেলাব ৷ শান্ত হওক আৰু পাৰিলে এদিনৰ বাবে কামৰ পৰা চুটি লওক ৷ ভাল চিন্তা কৰক আৰু বিপৰীতমুখী লোক বিশেষকৈ মহিলাৰ পৰা আঁতৰি থাকক ৷ প্ৰিয়জনৰ লগত কথা পাতক যিয়ে আপোনাক সকাহ দিব ৷ নিজে ৰন্ধাবহা কৰক বা আপুনি ভালপোৱা খাদ্য গ্ৰহণ কৰক ৷

কুম্ভ ৰাশি: বেয়া সপোন বা আপোনাৰ চাৰিওফালে ঘটি থকা ঘটনাই আপোনাৰ মনক বিচলিত কৰিব পাৰে ৷ দুপৰীয়ালৈ গ্ৰহৰ প্ৰভাৱত আপোনাৰ মনৰ অৱস্থাৰ পৰিবৰ্তন হ’ব ৷ পত্নী বা ভাতৃ ভগ্নীৰ লগত সময় কটাওক ৷ মনৰ পৰিবৰ্তনৰ বাবে লুডু বা আন খেল খেলক ৷ ওচৰতে কৰবালৈ ফুৰিবলৈ যাওক, ভাল লাগিব ৷

মীন ৰাশি: কথা পাতোতে কি কথা পাতিছে বা কাৰ লগত পাতিছে মন কৰক ৷ ভুল বুজা-বুজি আৰু কাজিয়া হ’ব পাৰে ৷ কামত সম্পূৰ্ণ চকু ৰাখক ৷ খৰচ কমোৱাৰ চেষ্টা কৰক ৷ কৰো পৰা ধাৰ নলব আৰু কাকো ধাৰ নিদিব ৷ প্ৰিয়জনৰ সৈতে আপুনি আজি যি সন্ধিয়া কটাব সেয়া আপোনাৰ বাবে স্মৰণীয় হৈ ৰ’ব ৷ সৃজনশীল কামকাজৰ বাবে সময়টো ভাল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.