ETV Bharat / bharat

কুম্ভ ৰাশিৰ খৰচ বৃদ্ধি...কন্যা ৰাশিয়ে লাভ কৰিব সু-সংবাদ...কি কয় আপোনাৰ দিনটোৰ ৰাশিফলে ? - Daily Horoscope For 31st July

author img

By ETV Bharat Features Team

Published : Jul 31, 2024, 12:55 AM IST

Daily Horoscope : আজি বৃষ ৰাশিত প্ৰৱেশ কৰিব চন্দ্ৰই ৷ ইয়াৰ ফলত কেনে প্ৰভাৱ পৰিব আন ৰাশিবোৰত ? জানিবলৈ পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 31st July 2024
আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat)

মেষ ৰাশি : ব্যয় নিয়ন্ত্ৰণৰ প্ৰয়োজন ৷ খৰচ বেছি হ’বলৈ নিদিব ৷ ক’ব গ’লে বিত্তীয় দিশটোক সাৱধানে আৰু ভাবি চিন্তি চম্ভালিব ৷ কাজিয়া বা বিবাদ হ’ব পাৰে ৷ সংঘাত আৰু বিৰোধৰ পৰা দূৰত থাকক ৷ বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে আপুনি সহজতে মিলিব নোৱাৰিব ৷ স্বাস্থ্যৰ সমস্যাকো নুই কৰিব নোৱাৰি ৷

বৃষ ৰাশি: দিনটো মধ্যমীয়া হ’ব ৷ গোটেই দিনটো মন ভাল থাকিব ৷ নিজৰ কৰ্মৰ প্ৰতি প্ৰবল আগ্ৰহী হৈ থাকিব আৰু প্ৰত্যেক মুহূৰ্তক উপভোগ কৰিব ৷ আৰ্থিক দিশত বাধাৰ সন্মুখীন হ’ব পাৰে ৷ ব্যয় বৃদ্ধি ৷ উৎসাহ আৰু আত্মবিশ্বাস বৃদ্ধি হ’ব ৷

মিথুন ৰাশি: দিনটো আপোনাৰ বাবে কঠিন হ’ব পাৰে ৷ প্ৰিয়জন বা পুত্ৰৰ সৈতে কাজিয়া হ’ব পাৰে ৷ খং বৃদ্ধি হ’ব পাৰে ৷ নিজক নিয়ন্ত্ৰণত ৰাখক, অন্যথা নিজৰ প্ৰিয়জনৰ মনত আঘাত দিব পাৰে বা তেওঁলোকৰ খং বৃদ্ধি হ’ব পাৰে ৷ চকু বা কাণৰ বিষ হ’ব পাৰে ৷ যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ চেষ্টা কৰক ৷

কৰ্কট ৰাশি: দিনটো সমৃদ্ধিশালী আৰু আনন্দদায়ক হ’ব পাৰে ৷ ব্যাপক আয় বৃদ্ধিৰ সম্ভাৱনা ৷ বন্ধুসকলৰ সময় কটালে উপকৃত হ’ব ৷ ব্যৱসায়ত উন্নতি ৷ আপুনি যদি অবিবাহিত তেন্তে আজি নিজৰ জীৱনসংগীক লগ পাব পাৰে ৷ গোটেই দিনটো উৎসাহ-উদ্দীপনাৰে থাকিব ৷ দুশ্চিন্তা আৰু উদ্বেগ পৰা দূৰত থাকিব ৷ বাহিৰত ফুৰিবলৈ যাব পাৰে, ভাল খাদ্য উপভোগ কৰিব পাৰে ৷

সিংহ ৰাশি: ব্যৱসায়াৰ দিশত দিনটো শুভ ৷ সকলো কাম নিখুঁতভাৱে হৈ থকাৰ সম্ভাৱনা আছে ৷ ক্ষমতাশালী আৰু প্ৰভাৱশালী ব্যক্তিৰ পৰা অনুকূল সহযোগিতা লাভ কৰিব ৷ মান-সন্মান বৃদ্ধিৰ যোগ আছে ৷ পিতৃৰ পৰা লাভ আৰু উপকাৰিতা পাব পাৰে ৷ কাৰ্যালয়ৰ লেনদেনৰ পৰা সুফল পাব পাৰে ৷ স্বাস্থ্য সম্পূৰ্ণ ৰূপত ভালকৈ থাকিব ৷ স্থায়ী সম্পত্তিৰ দিশত আপোনাৰ লাভবান হোৱাৰ সম্ভাৱনা আছে ৷

কন্যা ৰাশি: দিনটো অতি শুভ ৷ ঘনিষ্ঠ আত্মীয়ৰ সৈতে ফুৰিবলৈ গৈ আনন্দ পাব পাৰে ৷ কোনো মহিলাৰ পৰা উপহাৰ পাব পাৰে ৷ ধৰ্মীয় ক্ৰিয়াকলাপ, হয়তো মন্দিৰ দৰ্শন কৰিবলৈও যাব পাৰে ৷ কোনো সু-সংবাদ লাভ কৰিব পাৰে ৷ ভাতৃ আৰু বন্ধুৰ পৰা উপকাৰিতা লাভ কৰিব পাৰে ৷ আৰ্থিক লাভ নিশ্চিত ৷

তুলা ৰাশি: নতুন প্ৰকল্প আৰু নতুন কাম হাতত লোৱাৰ ক্ষেত্ৰত আজিৰ দিনটো অনুকূল ৷ গাম্ভীৰ্যপূৰ্ণ আচৰণে আপোনাৰ সৌভাগ্য বৃদ্ধি কৰিব ৷ শত্ৰুৰ পৰা সাৱধান ৷ স্বাস্থ্য ভালে থাকিব বুলি ধৰি নথ’ব ৷ ৰহস্যময় বিষয় আৰু গুপ্তবিদ্যাৰ প্ৰতি আকৃষ্ট হ’ব পাৰে ৷ ধ্যান কৰিলে বহুত ভাল পাব ৷ লগতে অভূতপূৰ্ব লাভ হ’ব ৷ মহিলা, বিশেষকৈ নিজৰ পত্নীৰ পৰা দূৰত থাকক ৷ গভীৰ আত্ম চিন্তন আৰু আত্মানুসন্ধানে শান্তি আৰু পৰিতৃপ্তি প্ৰদান কৰিব ৷

বৃশ্চিক ৰাশি: দায়িত্ব বৃদ্ধি হ’ব পাৰে ৷ আপোনাৰ বাবে এয়া আনন্দ আৰু স্ফূৰ্তিৰ সময় ৷ ঘৰৰ বাহিৰ হওক আৰু আৰু বন্ধুৰ লগত চিনেমা চাবলৈ বা দূঃসাহসিক ভ্ৰমণত যাব পাৰে ৷ যদিহে আপুনি সামাজিকভাৱে আৰু আগবাঢ়িব বিচাৰিছে তেন্তে এই সময় অতি উপযুক্ত ৷ আপুনি এতিয়া কাৰো বাবে ৰৈ থকাৰ কাৰণ নাই, আগবাঢ়ক ! ইশ্বৰে আপোনাক সহায় কৰিব ৷

ধনু ৰাশি: দিনটো আৰ্থিক লাভ হ’ব ৷ ঘৰৰ পৰিৱেশ উজ্জ্বল আৰু উৎসাহিত হৈ থাকিব ৷ সুখী আৰু আনন্দিত হৈ থাকিব ৷ বৃত্তিধাৰী আৰু চাকৰীয়ালসকলৰ কাৰণে পদোন্নতি, দৰমহা বৃদ্ধি, প্ৰশংসা আৰু স্বীকৃতিৰ যোগ ৷ নিজ বাসভূমিৰ পৰা ভাল খবৰ পোৱাৰ যোগ আছে ৷ প্ৰতিযোগী আৰু শত্ৰুৰ পৰা সাৱধানে থাকক ৷ সকলোৰে প্ৰতি বিনম্ৰ আৰু দয়াশীল হৈ থাকক ৷ গোটেই দিনটো তজবজীয়া আৰু প্ৰাণৱন্ত হৈ থাকিব পাৰে ৷

মকৰ ৰাশি: দিনটো মানসিক চিন্তা আৰু সমস্যাত জৰ্জৰ হৈ থাকিব ৷ দৈনন্দিন কামৰ প্ৰতি আপুনি মুঠেও মনোযোগ দিব নোৱাৰা হ’ব ৷ কোনো বিশেষ আৰু গুৰুত্বপূৰ্ণ কাম হাতত নল’ব ৷ কোনো কাম ইচ্ছা অনুসৰি নহ’বও পাৰে ৷ সন্তান আৰু সিহঁতৰ আচৰণে দুশ্চিন্তাত পেলাব পাৰে ৷ পৰিয়ালৰ বয়সস্থ ব্যক্তিৰ স্বাস্থ্য বেয়া হোৱাৰ ইংগিত আছে ৷ ঊৰ্ধ্বতনসকলে প্ৰতি অসন্তুষ্ট হ’ব পাৰে ৷ অনাৱশ্যক ব্যয়ৰ কথাক নুই কৰিব নোৱাৰি ৷

কুম্ভ ৰাশি: দিনটো আপোনাৰ বাবে প্ৰেম আৰু আন্তিৰকতাৰে পৰিপূৰ্ণ হৈ থাকিব ৷ বিত্তীয় বিষয়ক লৈ আলাপ-আলোচনা হোৱাৰ প্ৰবল সম্ভাৱনা আছে ৷ মহিলাসকলে টকা খৰচ কৰাৰ মেজাজত থাকিব, বিলাসিতা আৰু সৌন্দৰ্যৰ উপকৰণ ক্ৰয় কৰিব ৷ মাতৃসকলে উপকৃত আৰু লাভবান হ’ব ৷ সাৱধানে থাকক ৷

মীন ৰাশি: এটা মন্ত্ৰ সদায় মনত ৰখা দৰকাৰ, কামত কষ্টৰ ফল সদায় মিঠা ৷ ভাগ্যই আপোনাক লগ দিব আৰু আপুনি আপোনাৰ দক্ষতা দেখুওৱাত সফল হ’ব ৷ সু-চিন্তা আৰু কৰ্মদক্ষতাৰে আপোনাক দিয়া কামত সফলতা পাব পাৰে ৷ আপোনাৰ বন্ধু আৰু ভাতৃ ভগ্নীৰ লগত দুঃসাহসিক ভ্ৰমণত ওলাব পাৰে, আনন্দ লাভ কৰিব ৷ সামাজিকভাৱে নিজকে প্ৰতিষ্ঠা কৰাত সফল হ’ব ৷

লগতে পঢ়ক: বহু জাতক-জাতিকাৰ জীৱনলৈ পৰিৱৰ্তন আহিব এই সপ্তাহত : প্ৰেম বিবাহৰ যোগ; জানক আপোনাৰ বিষয়ে - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.