ETV Bharat / bharat

মীন ৰাশিত চন্দ্ৰৰ প্ৰৱেশ; কেনে প্ৰভাৱ পৰিব সকলো ৰাশিত জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল - Daily Horoscope For 2nd June

Daily Horoscope For 2nd June: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

author img

By ETV Bharat Assamese Team

Published : Jun 2, 2024, 12:40 AM IST

Daily Horoscope For 2nd June 2024
মীন ৰাশিত চন্দ্ৰৰ প্ৰৱেশ; কেনে প্ৰভাৱ পৰিব সকলো ৰাশিত জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল (ETV BHARAT ASSAM)

মেষ ৰাশি : দিনটো শুভ নহয় ৷ শাৰীৰিক আৰু মানসিকভাৱে অসুস্থ অনুভৱ কৰিব ৷ ব্যয়ৰ পৰিমাণ বৃদ্ধি ৷ মূলধনী বিনিয়োগত সাৱধান হওক ৷ দান-বৰঙণিৰ সলনি প্ৰথমে নিজৰ কামত মনোনিৱেশ কৰক ৷ লেনদেন কৰাৰ সময়ত সাৱধান হওক ৷ আধ্যাত্মিকতাৰ প্ৰতি অধিক আগ্ৰহী হ’ব ৷

বৃষ ৰাশি: ভাগ্য আপোনাৰ লগত আছে ৷ পৰিয়ালত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব ৷ পৰিয়ালৰ সদস্য আৰু বন্ধু-বান্ধৱীৰ সৈতে আনন্দৰ সময় কটাব পাৰিব ৷ ব্যৱসায় বৃদ্ধি ৷ আয়ো বৃদ্ধি ৷ পৰ্যটনস্থলী ভ্ৰমণ কৰিব পাৰে ৷ সমাজত সন্মান লাভ ৷ সন্তান আৰু পত্নীৰ পৰা ভাল খবৰ লাভ ৷

মিথুন ৰাশি: পেছাদাৰী ক্ষেত্ৰত শুভ ৷ উৎসাহ বৃদ্ধি ৷ সহকৰ্মীৰ পৰা সমৰ্থন পাব ৷ সামাজিক ক্ষেত্ৰতো সন্মান লাভ ৷ পৰিয়ালৰ সৈতে সুখেৰে সময় কটাব পাৰিব ৷ চাকৰিত পদোন্নতিৰ সম্ভাৱনা ৷ চৰকাৰী খণ্ডত কাম সহজে সম্পূৰ্ণ হ’ব ৷ স্বাস্থ্য ভাল হ’ব ৷

কৰ্কট ৰাশি: শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ লগতে বৃদ্ধি পোৱা সৌভাগ্যৰ সুযোগেও আপোনাৰ সুখ বৃদ্ধি কৰিব ৷ বহিঃৰাজ্যৰ পৰা লাভ কৰিব ভাল খবৰ ৷ ধৰ্মীয় কাম, ভগৱানৰ দৰ্শন আৰু ধৰ্ম যাত্ৰাৰ পৰা সুখ পাব ৷ পৰিয়ালৰ সদস্যৰ সৈতে সময় কটাব পাৰিব ৷ বিদেশলৈ যাব বিচৰা লোক আৰু নিয়োজিত লোকেও সুবিধা লাভ কৰাৰ সম্ভাৱনা থাকে ৷ স্বাস্থ্য ভাল হ’ব ৷

সিংহ ৰাশি: শাৰীৰিক অসুস্থতাই আমনি কৰিব পাৰে ৷ খং আৰু মুখৰ বাক্যৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক ৷ পৰিয়ালৰ সদস্যৰ লগত মতানৈক্য হ’ব পাৰে ৷ বাহিৰত খাদ্য খোৱাটোৱে স্বাস্থ্যৰ অৱনতি ঘটাব পাৰে ৷ নেতিবাচক চিন্তাই মনত আধিপত্য বিস্তাৰ কৰিব ৷ অনৈতিক কামত লিপ্ত নহ’ব ৷ সাৱধান হওক ৷ এই সময়ত আধ্যাত্মিকতাৰ আশ্ৰয় লোৱাটোৱে মনটোক সকাহ দিব ৷

কন্যা ৰাশি: স্বাস্থ্যৰ বিষয়ত সাৱধান হওক ৷ বিশেষকৈ বাহিৰত খাদ্য খোৱা-বোৱা পৰিহাৰ কৰক ৷ খং বেছি হ'ব, নিজৰ কথাত নিয়ন্ত্ৰণ ৰাখক ৷ পৰিয়ালৰ লোকৰ আগ্ৰাসী আচৰণৰ বাবে মনটো দুখ অনুভৱ কৰিব পাৰে ৷ বহুত টকা খৰচ হ’ব ৷ পানীৰ ঠাইলৈ যোৱাৰ পৰা বিৰত থাকিব আৰু নিয়মৰ বিৰোধী কোনো কামত অংশগ্ৰহণ নকৰিব ৷ ছাত্ৰ-ছাত্ৰীৰ বাবে সময় মধ্যমীয়া ৷

তুলা ৰাশি: দিনটো শুভ ৷ নতুন কাপোৰ ক্ৰয় কৰা হ’ব ৷ গহনা কিনিবলৈও মন যাব ৷ শৰীৰ মনৰ স্বাস্থ্য ভাল হ’ব, মানুহৰ মাজত সন্মান পাব ৷ খাদ্যৰ আনন্দও ভাল হ’ব ৷ বিবাহিতসকলৰ মাজত ৰোমান্স থাকিব ৷ কৰ্মক্ষেত্ৰত উৰ্ধতন বিষয়াৰ প্ৰিয় হৈ থাকিব ৷ কিছু নতুন কাম পাব পাৰে ৷ ব্যৱসায়ত লাভৰ সম্ভাৱনা থাকে ৷

বৃশ্চিক ৰাশি: ঘৰুৱা জীৱনত শান্তি আৰু সুখৰ পৰিৱেশ সৃষ্টি হ’ব ৷ শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভাল ৷ ৰোগীৰ স্বাস্থ্যৰ উন্নত ৷ কাৰ্যালয়ত সহকৰ্মীসকলৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব ৷ অসম্পূৰ্ণ কামবোৰ সহজে সম্পূৰ্ণ কৰিব পাৰিব ৷ বন্ধু-বান্ধৱীৰ সৈতে মিটিং হ’ব আৰু মহিলাসকলে পিতৃ-মাতৃৰ ঘৰৰ পৰা ভাল খবৰ পাব ৷ আৰ্থিক লাভ ৷ বাকী থকা কাম সম্পূৰ্ণ হ’ব ৷ এটা ডাঙৰ বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে ৷

ধনু ৰাশি: শাৰীৰিক আৰু মানসিক শক্তি আৰু সতেজতাৰ অভাৱ হ’ব ৷ পৰিয়ালৰ দুখৰ পৰিৱেশৰ বাবে আপোনাৰ মনটো হতাশ হৈ থাকিব ৷ অনিদ্ৰাই আপোনাক যন্ত্ৰণা দিব ৷ মাতৃৰ স্বাস্থ্যৰ প্ৰতি সাৱধান হওক ৷ ৰাজহুৱা জীৱনত অপমানৰ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে ৷ টকাৰ লোকচান হ’ব ৷ আজি অপ্ৰয়োজনীয় খৰচেও আপোনাক চিন্তিত কৰি তুলিব পাৰে ৷ আপোনাৰ পত্নীৰ লগত চিন্তাত কোনো সমন্বয় নাথাকিব ৷

মকৰ ৰাশি: গোটেই দিনটো সুখী অনুভৱ কৰিব ৷ মনত সুখ থাকিব ৷ ব্যৱসায়ত আৰ্থিক লাভ ৷ অংশীদাৰিত্বৰ কামৰ দ্বাৰা আপুনি উপকৃত হ’ব ৷ ভাই-ভনীৰ সৈতে মানসম্পন্ন সময় কটাব পাৰিব ৷ আজিয়েই কিছু নতুন কাম আৰম্ভ কৰিব পাৰিব ৷ ছাত্ৰ-ছাত্ৰীয়ে পঢ়া-শুনাত সফলতা লাভ কৰিব ৷ বন্ধু-বান্ধৱী আৰু আত্মীয়-স্বজনক লগ পোৱাৰ বাবে পৰিয়ালত সুখৰ পৰিবেশ সৃষ্টি হ’ব ৷

কুম্ভ ৰাশি: চিন্তা বাঢ়িব ৷ স্বাস্থ্য মধ্যমীয়া ৷ নিজৰ ভাষণৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক, নহ’লে বিতৰ্ক হ’ব ৷ কামত সফলতা লাভ কৰিবলৈ কিছু সময় লাগিব পাৰে ৷ অপ্ৰয়োজনীয় খৰচ আৰু আৰ্থিক লোকচানৰ সম্ভাৱনা ৷ ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনাত বাধা আহিব পাৰে ৷ অৱশ্যে দুপৰীয়াৰ পিচত আপোনাৰ অৱস্থা ভাল হ’ব পাৰে ৷ তথাপিও দিনটো ধৈৰ্যৰে পাৰ কৰক ৷

মীন ৰাশি: কোনোবা শুভ অনুষ্ঠানৰ আয়োজন কৰাৰ সম্ভাৱনা আছে ৷ নতুন কাম আৰম্ভ কৰাৰ বাবেও দিনটো ভাল ৷ বন্ধু-বান্ধৱী আৰু আত্মীয়-স্বজনক লগ পাব পাৰে ৷ ক’ৰবালৈ যাত্ৰা কৰাৰ পৰিকল্পনা কৰিব পাৰি ৷ আৰ্থিক সুবিধাও থাকিব পাৰে ৷ শাৰীৰিক আৰু মানসিক সুখ লাভ কৰিবলৈ সক্ষম হ’ব ৷ ভাগ্য অনুকূল হ’ব ৷ কৰ্মক্ষেত্ৰত নতুন কামো পাব পাৰে ৷

লগতে পঢ়ক: এই সপ্তাহতে বৃষ ৰাশিৰ জাতক-জাতিকাই লাভ কৰিব সংস্থাপন, ধনু ৰাশিৰ লোকে পাব আকাংক্ষিত ফল, চাওক আৰু কি কি আছে সপ্তাহটোৰ ৰাশিফলত - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.