ETV Bharat / bharat

প্ৰতিভা বিকাশৰ সুযোগ লাভ এই ৰাশিৰ লোকে...কোন ৰাশিৰ ব্যৱসায়ীয়ে পাব প্ৰচুৰ লাভ...কি কয় আপোনাৰ দিনটোৰ ৰাশিফলে ? - Daily Horoscope For 26th July

Daily horoscope: বৃশ্চিক ৰাশিৰ লোকসকলে বহুত ভাবিচিন্তি কাৰোবাৰ সৈতে কৰক বন্ধুত্ব...নিজৰ আগ্ৰাসী মনোভাৱক নিয়ন্ত্ৰণত ৰাখক বৃষ ৰাশিৰ লোকে...আত্মবিশ্বাস থাকিলে জীৱনত সফল হ’ব এই ৰাশিৰ লোক...পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল...

author img

By ETV Bharat Assamese Team

Published : Jul 26, 2024, 12:47 AM IST

Daily Horoscope For 26th July 2024
আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat)

মেষ ৰাশি: মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে দিনটো মধ্যমীয়া ৷ পৰিকল্পনাসমূহক বাস্তৱায়িত কৰাৰ বাবে আৰু নতুন কাম হাতত লোৱাৰ বাবে দিনটো অত্যন্ত ভাল ৷ খৰখেদাকৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব ৷ সহজ-সৰল হৈ থাকিব ৷ কৰ্মক্ষেত্ৰত প্ৰতিযোগিতাৰ সন্মুখীন হ’ব, আত্মবিশ্বাস ৰাখিলে সফল হ’ব ৷ কথা কওঁতে সাৱধান হওক ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷

বৃষ ৰাশি: বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে গ্ৰহ অনুকূল নহয় ৷ সিদ্ধান্ত গ্ৰহণত সমস্যা হ’ব ৷ কামত মনোযোগ দিয়ক আৰু চিন্তাধাৰাক স্পষ্ট ৰাখক ৷ নতুন কোনো কাম হাতত নল’ব ৷ সহকৰ্মী, বন্ধু বা পৰিয়ালৰ লোকৰ সৈতে কথা পতাৰ সময়ত ধীৰ-স্থিৰ হৈ কথা পাতক ৷ আগ্ৰাসী মনোভাৱক নিয়ন্ত্ৰণত ৰাখক ৷ ভাই-ভনীৰ সৈতে সম্পৰ্ক স্বাভাৱিক থাকিব ৷

মিথুন ৰাশি: দিনটো ভাল ৷ বন্ধুসকলৰ সৈতে ফুৰিবলৈ যাব পাৰে ৷ আৰ্থিক দিশত লাভবান হ’ব ৷ ব্যয় নিয়ন্ত্ৰণ কৰক ৷ নেতিবাচক মনোভাৱক দূৰ কৰি ৰাখক ৷ বন্ধু বা প্ৰিয়জনৰ পৰা উপহাৰ পাব পাৰে ৷

কৰ্কট ৰাশি: গ্ৰহৰ অৱস্থানৰ ফলত উদ্বিগ্ন আৰু অস্থিৰ হৈ থাকিব ৷ কৰ্কট ৰাশিৰ জাতক-জাতিকাসকল শান্ত হৈ থাকক, নহ’লে মানসিক অস্থিৰতাই সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাক লুপ্ত কৰি দিব ৷ হতাশাগ্ৰস্ত হৈ পৰিব পাৰে ৷ তৰ্ক-বিতৰ্ক আৰু বিবাদৰ পৰা আঁতৰত থাকক ৷ স্বাভাৱিক হৈ থাকক, অলপো বিদ্ৰোহাত্মক আচৰণ নকৰিব ৷ আৰ্থিক ক্ষতি হ’ব পাৰে আৰু অসুস্থ হ’ব পাৰে ৷

সিংহ ৰাশি: সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে মধ্যমীয়া দিন ৷ সজাগ হৈ থাকিব ৷ নতুন কাম আৰম্ভ নকৰিব ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ ব্যৱসায়ত শুভ ৷ আৰ্থিক লাভৰ সম্ভাৱনা আছে ৷

কন্যা ৰাশি: কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে শুভ দিন ৷ নতুন প্ৰকল্প হাতত ল’ব পাৰে ৷ জীৱিকাৰ বাবে অনুকূল আৰু অধিক উন্নতিৰ আশা কৰিব পাৰে ৷ পদোন্নতি হ’ব ৷ কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ কৰিব ৷ চৰকাৰী সুযোগ-সুবিধা লাভ কৰিব পাৰে ৷

তুলা ৰাশি: তুলা ৰাশিৰ জাতক-জাতিকাসকলে সুকুমাৰ কলাৰ প্ৰতি আকৃষ্ট হ’ব ৷ নতুন কাম আৰম্ভ কৰিব পাৰে ৷ পৰিকল্পনাক বাস্তৱায়িত কৰাৰ সুযোগ পাব ৷ কৰ্মক্ষেত্ৰত সহযোগিতা লাভ কৰিব ৷ ভাল কাম কৰাৰ বাবে অনুপ্ৰাণিত হ’ব ৷ ব্যৱসায়ীসকল লাভান্বিত হ’ব ৷ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব ৷ স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰক ৷ অযথা তৰ্কত লিপ্ত নহ’ব ৷

বৃশ্চিক ৰাশি: বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলে সজাগ হৈ থাকিব ৷ নতুন কাম আৰম্ভ নকৰিব ৷ সিদ্ধান্ত লওতে খেলি-মেলি হ’ব পাৰে ৷ ব্যয় নিয়ন্ত্ৰণ কৰক ৷ অনৈতিক অথবা বেআইনী কাৰ্যকলাপৰ পৰা দূৰত থাকক ৷ অচিনাকী মানুহৰ সৈতে আলাপ-আলোচনা কৰা অথবা নতুন যোগাযোগ গঢ়ি তোলাৰ কথা নাভাবিব ৷ বহুত ভাবি-চিন্তি মানুহৰ সৈতে বন্ধুত্ব কৰক ৷ যোগ অথবা ধ্যান কৰিব ৷

ধনু ৰাশি: ধনু ৰাশিৰ জাতক-জাতিকাসকলে দিনটো আনন্দৰে পাৰ হ’ব ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ সৃজনশীল কামত মনোযোগ দিব ৷ ব্যৱসায়িক অংশীদাৰসকলৰ দ্বাৰা লাভবান হ’ব ৷ সন্মান অৰ্জন কৰিব ৷

মকৰ ৰাশি: মকৰ ৰাশিৰ জাতক-জাতিকাসকলে সাংসাৰিক জীৱন নিমজকৈ আগবাঢ়ি যাব ৷ কৰ্মক্ষেত্ৰত সফল হ’ব ৷ চৰকাৰী বিষয়াসকল বাধাৰ সন্মুখীন হ’ব ৷ স্বাস্থ্য ভালে নাযাব ৷

কুম্ভ ৰাশি: কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলে গ্ৰহৰ অৱস্থানে সমস্যাত পেলাব পাৰে ৷ নতুন কামত হাত নিদিব ৷ ভ্ৰমণ এৰাই চলক ৷ গোটেই দিনটো উদ্বিগ্নতাৰে পাৰ কৰিব ৷ আগ্ৰাসী মনোভাৱক নিয়ন্ত্ৰণ কৰি ৰাখক ৷ শান্ত হৈ থাকক ৷ সৃজনশীল প্ৰতিভা বিকাশৰ সুযোগ পাব ৷ বৌদ্ধিক আলোচনা আৰু ক্ৰিয়াকলাপত অংশগ্ৰহণ কৰিব ৷ ব্যয় বৃদ্ধি ৷

মীন ৰাশি: মীন ৰাশিৰ জাতক-জাতিকাসকলে সমস্যাৰ সন্মুখীন হ’ব ৷ বিষণ্ণ হৈ থাকিব ৷ স্বাস্থ্য আৰু সম্পদৰ ক্ষতি হ’ব ৷ শান্ত হৈ থাকিবলৈ চেষ্টা কৰক ৷ বিপদত পৰিব পাৰে ৷ চাকৰিয়ালসকলৰ কাৰণে দিনটো দুশ্চিন্তা আৰু সমস্যাৰে ভৰা ৷ সম্পত্তি আৰু বাহন সম্বন্ধীয় বিষয়ক লৈ কাম কৰাৰ সময়ত সতৰ্ক হ’ব ৷

লগতে পঢ়ক : ৰাশিফল অনুসৰি চলিত সপ্তাহত প্ৰেম, শিক্ষা, ব্যৱসায়, কৰ্ম আদিৰ কেনে ফলাফল লাভ কৰিব ? - WEEKLY HOROSCOPE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.