ETV Bharat / bharat

সপোন কমকৈ দেখাৰ লগতে পানীৰ পৰা আঁতৰি থাকক তুলা আৰু বৃশ্চিক ৰাশিৰ লোক...কি কয় আপোনাৰ দিনটোৰ ৰাশিফলে - Horoscope For 24th July 2024

author img

By ETV Bharat Assamese Team

Published : Jul 24, 2024, 12:51 AM IST

Daily Horoscope: শ্বেয়াৰ বজাৰত লগোৱা টকাই লাভান্বিত কৰিব মকৰ ৰাশিৰ লোকক...চমু ৰাস্তাৰে ধন ঘটাৰ কথা চিন্তা নকৰিব মীন ৰাশিৰ লোকে...জানিবলৈ পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 24th July 2024
দিনটোৰ ৰাশিফল (ETV Bharat Assam)

মেষ ৰাশি : দিনটো শুভ ৷ সামাজিক কাম আৰু পৰোপকাৰি কামে আপোনাক আনন্দিত কৰিব ৷ বন্ধুৰ নামত খৰচ হোৱাৰ যোগ ৷ প্ৰিয়জনক উপহাৰ প্ৰদান কৰিব ৷ অভিভাৱক আৰু বয়োজ্যেষ্ঠসকলৰ দ্বাৰা বহুখিনি উপকৃত হ’ব ৷ প্ৰিয়জনৰ লগত ৰোমাণ্টিক ভ্ৰমণে দুয়োকে কাষ চপাই আনিব ৷ সন্তান আৰু ডাঙৰ সকলৰ পৰা হঠাৎ হোৱা লাভে আপোনাক উৎফুল্লিত কৰি তুলিব ৷ উপহাৰ লাভ কৰিব পাৰে ৷

বৃষ ৰাশি : গণেশৰ কৃপাত এটা সুন্দৰ দিন ৷ নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে ৷ পুৰণা কামৰ উন্নতি হ’ব পাৰে ৷ ব্যবসায়ী আৰু চাকৰিয়ালসকলৰ বাবে ভাল দিন ৷ কৰ্মক্ষেত্ৰত পদোন্নতি হ’ব পাৰে ৷ ঘৰুৱা পৰিবেশত আপুনি কৰা সকলো কামতে আপোনাৰ পত্নী বা স্বামীৰ পৰা সহযোগিতা লাভ কৰিব ৷ দামী উপহাৰ লাভ কৰাৰ যোগ ৷

মিথুন ৰাশি : এলাহ অনুভৱৰ মাজেৰে দিনটো পাৰ হ’ব ৷ বেমাৰত পৰিব পাৰে ৷ সন্তানৰ ওপৰত চকু ৰাখক ৷ একো কৰিবলৈ মন নাযাব, সেয়ে ঘৰত সোমাই থকাই মংগল ৷ পেটৰ অসুবিধাত ভুগিব পাৰে ৷ টকাৰ নাটনিয়ে চিন্তাত পেলাব ৷ সহকৰ্মীৰ আপোনাৰ প্ৰতি ভাল ব্যবহাৰ থাকিব ৷

ককৰ্ট ৰাশি : শান্ত হৈ থাকক ৷ ভাল সময়ৰ কথা ভাবি কঠোৰ পৰিস্থিতিৰ বাবে নিজক সাজু কৰক ৷ নতুন ব্যৱসায়ৰ আৰম্ভণি আজি নকৰিব ৷ অপাৰেশ্যন হ’বলগীয়া আছে যদি অলপ দিন পিছুৱাই দিয়ক ৷ মানসিক অশান্তি আৰু ঘৰুৱা পৰিবেশে আপোনাৰ হৃদয়ত গভীৰ চাপ সৃষ্টি কৰিব ৷ অলপ ধৈৰ্য ধৰক, কামৰ ফল লাভ কৰাত দেৰি হ’ব ৷ অনৈতিক কাৰ্যত লিপ্ত হোৱাৰ পৰা আঁতৰি থাকক ৷

সিংহ ৰাশি : দিনটো খেলিমেলিৰ মাজেৰে পাৰ হ’ব ৷ আপোনাৰ সহযোগীৰ ব্যৱহাৰত আপুনি অসন্তুষ্ট হ’ব ৷ সাৱধানে থাকক আপুনি ঠগ খোৱাৰ সম্ভাৱনা আছে ৷ স্বাস্থ্য সুস্থ হৈ থাকিব, কিন্তু পত্নীৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে ৷ জ্ঞানবৰ্ধক আলোচনা লাভজনক হ’ব ৷ সাগৰৰ পাৰত খোজ কাঢ়ি নিজকে চিন্তামুক্ত কৰিব পাৰিব ৷

কন্যা ৰাশি : শুভ গ্ৰহৰ প্ৰভাব আছে ৷ সমগ্ৰ দিনটো আপোনাৰ বাবে লাভজনক হ’ব ৷ সকলোৰে সৈতে সু-সম্বন্ধ গঢ় লৈ উঠিব ৷ অসুখীয়া দেহা সুস্থ হৈ পৰিব ৷ ধনৰ দিশত লাভজনক সময় আৰু সামাজিক জীৱনৰ বাধা আঁতৰিব ৷ কামত সকলোৰে সহযোগিতা লাভ কৰিব আৰু আহিবলগীয়া ভাল খবৰে আপোনাৰ আনন্দ বঢ়াই তুলিব ৷

তুলা ৰাশি : অলপ জিৰণি লৈ চিন্তা মুক্ত হৈ থাকি নিজক অলপ সতেজ কৰি ৰাখক ৷ আপুনি কৰা মন পচন্দৰ কামত সুন্দৰ ফল লাভৰ যোগ ৷ আপোনাৰ ধাৰণা কৰিব পৰা শক্তিয়ে আপোনক উপযুক্ত পথৰ সন্ধান দিব ৷ বিদেশৰ পৰা কোনো ভাল খবৰ অহাৰ সম্ভাৱনা ৷ মহিলা সহকৰ্মীৰ সহযোগিতাই আপোনাক উৎসাহিত কৰিব ৷ আপোনাৰ সবল মানসিক শক্তিৰে ভালদৰে কামত মনোনিবেশ কৰক ৷ অতি বেছিকৈ সপোন নেদেখাই ভাল ৷

বৃশ্চিক ৰাশি : আপোনাৰ জীৱনলৈ এক নাটকীয় পৰিবৰ্তন অহাৰ সময় ৷ আপোনাৰ সহযোগী আপোনাৰ ওচৰলৈ ঘূৰি আহিব ৷ মহিলা ব্যৱসায়ীসকলৰ সৈতে থকা মিটিং বাতিল কৰক ৷ পানীৰ পৰা আঁতৰি থাকক, সাঁতোৰ শিকিবলৈ আজি নাযাব ৷ কাম কৰাৰ শক্তি হ্ৰাস হ’ব, মানসিক আৰু শাৰীৰিক জিৰণি আপোনাৰ বাবে অতি প্ৰয়োজনীয় ৷ টকা আৰু সন্মান হানিৰ যোগ আছে ৷ যিকোনো কাগজত চহী কৰাৰ আগতে পৰীক্ষা কৰি ল’ব ৷

ধনু ৰাশি : ধৰ্মীয় বিষয়ে আপোনাক আকৰ্ষিত কৰিব ৷ আকৰ্ষণ আপুনি পঢ়া নতুন বিষয়ৰ ওপৰতো হ’ব পাৰে, যাৰ জৰিয়তে আপুনি উপকৃত হ’ব ৷ ভাতৃ-ভগ্নীৰ লগত সম্পৰ্ক উন্নত হ’ব ৷ বহুদিনৰ পুৰণি বন্ধুক লগ পাব ৷ আনন্দ পূৰ্ণ ভ্ৰমণেৰে আপোনাৰ আজিৰ দিনটো শুভ ৷

মকৰ ৰাশি : আপুনি শ্বেয়াৰ বজাৰত লগোৱা টকাই আপোনাক প্ৰচুৰ লাভ দিব ৷ ধনৰ দিশত শুভ ৷ ঘৰত আপোনাৰ প্ৰিয়জনৰ পৰা আঘাত পাব পাৰে ৷ গৃহলক্ষ্মীসকলে ঘৰৰ বাহিৰৰ কামতো তেওঁলোকৰ কাম কৰাৰ ক্ষমতা দেখুৱাব পাৰিব ৷ পঢ়া-শুনা কৰাসকলৰ বাবে বৰ ভাল সময় নহয় ৷ শৰীৰৰ প্ৰতি ধ্যান দিব৷ বিপৰীত চিন্তাৰ পৰা মনক আঁতৰাই ৰাখক, মনত সাহস জন্মাওক যে ভাল সময় এদিন আহিবই ৷

কুম্ভ ৰাশি : আপোনাৰ ভাগ্য তৰাই আপোনালৈ সৌভাগ্য কঢ়িয়াই আনিব ৷ বেয়া ভাব মনলৈ আহিবলৈ নিদিব, উপহাৰৰ আশা কৰক ৷ আপোনাৰ ব্যৱসায়ৰ উন্নতিয়ে ঘৰলৈ লক্ষ্মীৰ আগমন ঘটাব ৷ প্ৰিয়জনৰ পৰা উপহাৰ আশা কৰিব পাৰে ৷ শৰীৰ সুস্থ হৈ থাকিব ৷ বন্ধুৰ লগত ফুৰিবলৈ যাব পাৰে আৰু তেওঁলোকৰ লগত একেলগে ব্যৱসায় কৰাৰ কথা চিন্তা কৰিব পাৰে ৷ বিবাহৰ যোগ দেখা যায় ৷

মীন ৰাশি : আইনী কামত সাৱধান হওক ৷ চমু ৰাস্তাৰে ধন ঘটাৰ কথা নাভাবিব ৷ অদৰকাৰী আলোচনাৰ পৰা নিজকে আঁতৰাই ৰাখক ৷ ঘৰ আৰু প্ৰিয়জনৰ পৰা আঁতৰত থকা কথাই আপোনাক অশান্তি দিব আৰু আপোনাৰ মনোযোগ ব্যাঘাত কৰিব ৷ বিশেষ নজনাকৈ টকা ক’তো জমা নাৰাখিব ৷ সকলো ক্ষেত্ৰতে সতৰ্ক হৈ থাকক ৷ ধৰ্মীয় আৰু সামাজিক কামত খৰচ বৃদ্ধি হ’ব ৷

লগতে পঢ়ক : ৰাশিফল অনুসৰি চলিত সপ্তাহত প্ৰেম, শিক্ষা, ব্যৱসায়, কৰ্ম আদিৰ কেনে ফলাফল লাভ কৰিব ? - WEEKLY HOROSCOPE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.