ETV Bharat / bharat

নাম-যশ বৃদ্ধি হ’ব তুলা ৰাশিৰ লোকৰ...এই ৰাশিৰ লোকৰ প্ৰেমৰ সম্পৰ্ক হ’ব গভীৰ...চাওক কেনে যাব আপোনাৰ আজিৰ দিনটো - Daily Horoscope For 23rd August

Daily Horoscope: আজি মীন ৰাশিত প্ৰৱেশ কৰিব চন্দ্ৰই ৷ ইয়াৰ ফলত কেনে প্ৰভাৱ পৰিব আন ৰাশিবোৰত ? জানিবলৈ পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 23rd August 2024
আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Aug 23, 2024, 12:45 AM IST

মেষ ৰাশি: আজি আপুনি বহু অসুবিধাত পৰিব পাৰে । আপোনাৰ মানসিক চাপ আৰু শাৰীৰিক অসুস্থতাই দেখা দিব পাৰে । অনাৱশ্যক ব্যয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । নিজৰ সঞ্চিত অৰ্থ আপুনি বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিব লাগিব । আপুনি দানধৰ্ম কৰিলে অসুবিধাত পৰিব পাৰে, গতিকে সাৱধানে থাকক । আদান-প্ৰদান সম্বন্ধীয় কোনো কামত আপুনি অত্যন্ত সতৰ্ক থাকিব লাগিব । আজি আপুনি আধ্যাত্মিকতাৰ প্ৰতি আগ্ৰহী হ’ব পাৰে । সিদ্ধান্ত গ্ৰহণ কৰিব পৰাটো আপোনাৰ বাবে অলপ কঠিন হ’ব ।

বৃষ ৰাশি: আজিৰ দিনটোৰ সৰহ ভাগ সময় আপুনি আনন্দত থাকিব । লক্ষ্মী দেৱীৰ কৃপালাভ কৰিব, যাৰ ফলত আপোনাৰ ব্যৱসায়ৰ উন্নতি সাধন হ’ব । বন্ধু আৰু প্ৰিয়জনৰ সৈতে সুন্দৰ সময় পাৰ কৰিব । নতুন মানুহৰ সৈতে চিনাকী আৰু বন্ধুত্বই আপোনাৰ ব্যৱসায় বা কৰ্মক্ষেত্ৰৰ বাবে লাভদায়ক হ’ব । সৰু-সুৰা ভ্ৰমণত গ’লে বহুত আনন্দ পাব । এক কথাত ক’ব গ’লে আজিৰ দিনটো আপুনি সকলো ক্ষেত্ৰত আনন্দ লাভ কৰিব ।

মিথুন ৰাশি: আজি আপুনি মানসিকভাৱে আৰামত থাকিব আৰু শাৰীৰিকভাৱেও সুস্থ থাকিব । কৰ্মক্ষেত্ৰতো আপোনাৰ উদ্যম বৃদ্ধি পাব, কিয়নো আপুনি নিজৰ কামৰ বাবে প্ৰশংসিত হ’ব । আপোনাৰ সহকৰ্মীসকলেও আপোনাক সহায় কৰিব । সামাজিক দিশত আপোনাৰ সন্মান বৃদ্ধি পাব । ব্যক্তিগতভাৱে আপুনি আজিৰ দিনটো আনন্দৰে সৈতে পৰিয়ালৰ সৈতে কটাব । পদোন্নতিৰ যোগ আছে । চৰকাৰ বা চৰকাৰী কৰ্মীৰ সৈতে কাম কৰিলে সফল হ’ব ।

কৰ্কট ৰাশি: আজিৰ দিনটো ধৰ্মীয় কামৰ বাবে ভাল । মন্দিৰ দৰ্শনত গ’লে মনোবল বৃদ্ধি পাব আৰু মন ভাল লাগিব । পৰিয়ালৰ লোকৰ সৈতে সময় কটাব পাৰিলে প্ৰচুৰ আনন্দ আৰু পৰিতৃপ্তি পাব । আজি গোটেই দিনটো আপুনি সুস্থ আৰু সক্ৰিয় অনুভৱ কৰিব । ভাল কিবা পৰিৱৰ্তনৰ প্ৰবল সম্ভাৱনা আছে ।

সিংহ ৰাশি: আজি আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি সতৰ্ক থাকিব লাগিব । দৰৱ কিনাৰ নামত খৰচ হ’ব পাৰে । ৰাতি বাহিৰত খাবলৈ নোলাব । আজি গোটেই দিনটো আপোনাক কিছু নেতিবাচক চিন্তাই আমনি দি থাকিব । এইবোৰৰ পৰা দূৰত থাকক । এইবোৰ সমস্যাৰ পৰা উদ্ধাৰ পাবলৈ ধ্যান কৰক আধ্যাত্মিক দিশত মনোযোগ দিয়ক । মানসিক শান্তি পাব ।

কন্যা ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে শুভ । আজি আপুনি ক’ব গ’লে সহজতে নাম আৰু যশ অৰ্জন কৰিব । ব্যৱসায়ীসকলৰ বাবে দিনটো ভালদৰে পাৰ হ’ব । নতুন পোচাক ক্ৰয় কৰি আপুনি আনন্দ পাব । বন্ধুসকলৰ সৈতে সুখকৰ ভ্ৰমণৰ যোগ আছে ।

তুলা ৰাশি: আজি আপুনি গোটেই দিনটো শাৰীৰিকভাৱে সুস্থ হৈ থাকিব । কৰ্মক্ষেত্ৰত কোনো কাৰণত লাভৱান হ’ব পাৰে । সহকৰ্মী পৰা লাভ পাব পাৰে । ব্যক্তিগত দিশত আজি আপুনি দিনটো হয়তো আনন্দেৰে পৰিয়ালৰ সৈতে কটাব । এটা কথা মনত ৰাখক, নিজৰ মুখত লেকাম টানি ৰাখক । অধিক ব্যয় এৰাই চলক । আজি আপুনি সকলো কামতে সফল হ’ব, যিয়ে আপোনাৰ নাম আৰু যশ বৃদ্ধি কৰিব ।

বৃশ্চিক ৰাশি: আজি কাৰো লগত কাজিয়াত লিপ্ত নহ’ব । সন্তানক লৈ দুশ্চিন্তাই আপোনাক আমনি দিব । ছাত্ৰ-ছাত্ৰীসকলে সফলতাৰ সোৱাদ পাব যাৰ ফলত পঢ়াশুনাৰ প্ৰতি তেওঁলোকৰ উদ্যম বৃদ্ধি পাব । শ্বেয়াৰ বজাৰ আৰু জুৱাত পইচা নলগাব । সম্ভৱ হ’লে ভ্ৰমণ এৰাই চলক । ভৱিষ্যতৰ বাবে বিনিয়োগ কৰিবলৈ সময়টো ভাল । কঠোৰ পৰিশ্ৰমৰ সুফল পাব । সেয়ে কঠোৰ পৰিশ্ৰম কৰক ।

ধনু ৰাশি: আজি মানসিক অস্থিৰতাৰ কাৰণে আপোনাৰ মন অশান্ত হৈ থাকিব । আজি গোটেই দিনটো আপোনাৰ সংসাৰত পৰিৱেশ প্ৰতিকূল হৈ থাকিব কাৰণে পৰিয়ালৰ লোকৰ সৈতে আপুনি বিবাদত লিপ্ত হ’ব পাৰে । সম্পত্তি সম্বন্ধীয় বিষয়ক লৈ কাম কৰাৰ সময়ত সতৰ্ক থাকক । আৰ্থিক ক্ষতিৰ যোগ আছে । আপোনাৰ বদনাম হ’ব পৰা পৰিস্থিতি এৰাই চলক । মাতৃৰ স্বাস্থ্যই আপোনাক দুশ্চিন্তা বঢ়াব পাৰে । আপুনি আজি বুকুৰ বিষত ভুগিব পাৰে ।

মকৰ ৰাশি: আজি আপুনি দিনটো বন্ধু আৰু পৰিয়ালৰ সৈতে আনন্দ-উৎসাহৰ সৈতে কটাব পাৰে । সুখকৰ ভ্ৰমণৰ যোগ । বৃত্তিধাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে আজিৰ দিনটো লাভদায়ক হ’ব । আজি আপুনি নিজৰ প্ৰতিযোগীসকলক চেৰ পেলাই আগবাঢ়িব পাৰিব । আপুনি নিজৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যক লৈ হতাশ হৈ থাকিব । আৰ্থিক লাভৰ সম্ভাৱনা আছে । নতুন কাম হাতত লোৱাৰ বাবে আজিৰ দিনটো শুভ ।

কুম্ভ ৰাশি: বিভিন্ন বিষয়ত আপুনি ভালকৈ কোনো সিদ্ধান্ত ল‌’ব নোৱাৰিব । অনাৱশ্যক ব্যয় এৰাই চলক । আপুনি নিজৰ মুখত লেকাম টানি ৰাখিব নোৱাৰিলে পৰিয়ালৰ লোকৰ সৈতে আপোনাৰ কাজিয়া লাগি যাব পাৰে । ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাত মনোযোগী হ’ব লাগিব । সফল হ’বলৈ হ’লে সময় লাগে । গতিকে ধৈৰ্য ধৰক ।

মীন ৰাশি: আজি আপুনি মানসিকভাৱে প্ৰফুল্ল আৰু শাৰীৰিকভাৱে সুস্থ অনুভৱ কৰিব । আপোনাৰ উদ্যমে আপোনাক নতুন কাম হাত ল’বলৈ উৎসাহিত কৰিব । আপোনাৰ সাংসাৰিক জীৱন আন্তৰিকতাৰে পূৰ্ণ হৈ থাকিব । বন্ধু আৰু প্ৰিয়জনৰ সৈতে সুখকৰ ভ্ৰমণৰ যোগ । আৰ্থিক লাভৰো প্ৰৱল যোগ আছে । আজি আপোনাৰ ধৰ্মীয় আচাৰ পালন আৰু তীৰ্থযাত্ৰাৰ নামত ব্যয় হ’ব ।

লগতে পঢ়ক: এই সপ্তাহত ধনৰ লেনদেন কৰোঁতে সাৱধান হওক এই ৰাশিৰ লোক...এইসকল লোকৰ বাবে খোল খাব উপাৰ্জনৰ পথ...চাওক কেনে যাব আপোনাৰ এই সপ্তাহটো ? - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.