ETV Bharat / bharat

কুম্ভ ৰাশিয়ে বন্ধুৰ পৰা লাভ কৰিব সহায়-সহযোগিতা...বৃশ্চিক ৰাশিৰ ছাত্ৰ-ছাত্ৰীৰ সফলতা লাভ...কি কয় আপোনাৰ দিনটোৰ ৰাশিফলে ? - Daily Horoscope For 19th July

author img

By ETV Bharat Assamese Team

Published : Jul 19, 2024, 12:55 AM IST

Daily Horoscope: আজি ৰাশি সলনি কৰি ধনু ৰাশিত প্ৰৱেশ কৰিব চন্দ্ৰই ৷ ইয়াৰ ফলত কেনে প্ৰভাৱ পৰিব আপোনাৰ ৰাশিত, জানিবলৈ পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 19th July 2024
আজিৰ দিনটোৰ ৰাশিফল (Etv Bharat)

মেষ ৰাশি: আজি আপোনাক খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক ৷ খং ত্যাগ কৰক ৷ মানসিক উদ্বিগ্নতা আৰু অস্থিৰতা থাকিব ৷ পৰিয়ালৰ সদস্যৰ লগতো মতানৈক্য হ’ব পাৰে ৷ আজি প্ৰেম জীৱনত ইতিবাচকতাৰ বাবে প্ৰিয়জনৰ চিন্তাক গুৰুত্ব দিয়াটো গুৰুত্বপূৰ্ণ ৷ স্বাস্থ্য ভালে থাকিব ৷ যিকোনো ধৰ্মীয় স্থান বা শুভ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰিব ৷

বৃষ ৰাশি: শাৰীৰিকভাৱে অসুস্থ আৰু কৰ্মক্ষেত্ৰত সফলতা লাভ কৰাত পলম হোৱাৰ বাবে আপুনি হতাশ হ’ব পাৰে ৷ আজিয়েই কোনো নতুন কাম আৰম্ভ নকৰিব ৷ খোৱা-বোৱাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক ৷ আজি গধুৰ কামৰ বোজাৰ বাবে মনত কিছু শিথিলতা আহিব ৷ ভ্ৰমণৰ ক্ষেত্ৰতো বাধা আহিব পাৰে ৷ যোগ, ধ্যান আৰু আধ্যাত্মিকতাৰ সহায় লৈ মনৰ শান্তিৰ ওপৰত গুৰুত্ব দিয়ক ৷

মিথুন ৰাশি: বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে ভ্ৰমণ কৰি বা পৰ্যটনস্থলী ভ্ৰমণ কৰি আনন্দ ল’ব পাৰিব ৷ সুস্বাদু খাদ্যৰ সোৱাদ ল’ব পাৰিব ৷ নতুন কাপোৰো ক্ৰয় কৰিব পাৰে ৷ আপোনাৰ সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধি হ’ব ৷

কৰ্কট ৰাশি: আজি আপুনি সফলতা আৰু সুখ লাভ কৰিব ৷ ঘৰুৱা পৰিৱেশ সুখী আৰু শান্তিপূৰ্ণ হ’ব ৷ বন্ধু-বান্ধৱীৰ সৈতে সুখৰ মুহূৰ্ত কটাব পাৰিব ৷ ঘৰৰ প্ৰয়োজনত টকা খৰচ কৰিব পাৰে ৷ প্ৰেম জীৱনত সন্তুষ্টি থাকিব ৷ আপোনাৰ প্ৰিয়জনৰ লগত সময় কটাবলৈ ভাল পাব ৷

সিংহ ৰাশি: সৃষ্টিশীল আৰু শিল্প সম্পৰ্কীয় কামৰ বাবে আজিৰ দিনটো সৰ্বোত্তম দিন ৷ আপুনি আজি লিখা-মেলা, ফটোগ্ৰাফী, সংগীত বা নৃত্যৰ প্ৰতি আগ্ৰহী হ’ব ৷ নিয়োজিত লোকে হয়তো আজি কিছু নতুন কাম পাব পাৰে ৷ আপোনাৰ ব্যৱসায়িক অংশীদাৰৰ সৈতে আপোনাৰ সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব ৷ ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়নত উৎকৃষ্ট প্ৰদৰ্শন কৰিব পাৰিব ৷ শাৰীৰিক স্বাস্থ্যও ভালে থাকিব ৷ মানসিক একাগ্ৰতাৰ বাবে খং নিয়ন্ত্ৰণ কৰক ৷

কন্যা ৰাশি: কন্যা ৰাশিৰ মনত চিন্তাৰ বোজাৰ বাবে মানসিক অস্থিৰতা অনুভৱ কৰিব ৷ পৰিয়ালৰ সদস্যৰ লগত বিবাদ হ’ব পাৰে ৷ মাতৃৰ স্বাস্থ্যক লৈ উদ্বেগ হ’ব ৷ অধ্যয়নৰ বাবে অনুকূল সময় নহয় ৷ স্থায়ী সম্পত্তি, বাহনৰ সৈতে জড়িত সমস্যা হ’ব পাৰে ৷ অপ্ৰয়োজনীয়ভাৱে টকা খৰচ হ’ব পাৰে ৷

তুলা ৰাশি: আজি শুভ পৰিঘটনা আৰু ভ্ৰমণৰ পৰিকল্পনা কৰা হ’ব পাৰে ৷ পৰিয়ালৰ সম্পত্তিৰ বিষয়ে ভাই-ভনীৰ লগত আলোচনা হ’ব পাৰে ৷ বহিঃৰাজ্যত বাস কৰা আত্মীয়ৰ পৰা ভাল খবৰ পাব ৷ আজি নতুন কাম আৰম্ভ কৰিব পাৰিব ৷ আৰ্থিক লাভৰ সম্ভাৱনা আছে ৷ মূলধনী বিনিয়োগৰ বাবে দিনটো ভাল ৷ সাধাৰণতে স্বাস্থ্য ভাল হ’ব ৷ আপুনি অধিক সৌভাগ্যৱান হ’ব ৷ চাকৰিত সুবিধা পাব ৷

বৃশ্চিক ৰাশি: আজি পৰিয়ালত সুখ আৰু শান্তি থাকিব ৷ আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱী আহিব ৷ সুস্বাদু খাদ্য পাব ৷ ধন খৰচ হ’ব ধৰ্মীয় কামত ৷ আৰ্থিক লাভ হ’ব ৷ পৰিয়ালৰ সদস্যৰ সৈতে সুখদায়ক আলোচনা হ’ব ৷ ছাত্ৰ-ছাত্ৰীয়ে নিশ্চয় সফলতা লাভ কৰিব ৷ কোনো নতুন কাম আৰম্ভ কৰিব পাৰে ৷

ধনু ৰাশি: আজি আপুনি হয়তো কোনোবা ধৰ্মীয় বা সামাজিক কামৰ বাবে ক’ৰবালৈ যাবলগীয়া হ’ব পাৰে ৷ নিৰ্ধাৰিত কামবোৰ সহজে সম্পূৰ্ণ কৰিব পাৰিব ৷ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবে সতেজতা আৰু সুখ থাকিব ৷ পৰিয়ালত শুভ অনুষ্ঠান অনুষ্ঠিত হ’ব ৷ আত্মীয়ৰ লগত সাক্ষাৎ কৰিলে মনটো সুখী হ’ব ৷ আপোনাৰ সামাজিক প্ৰতিপত্তি বাঢ়িব ৷

মকৰ ৰাশি: আজি ধৰ্মীয় আৰু আধ্যাত্মিক বিষয়ৰ প্ৰতি আগ্ৰহৰ বাবে ব্যস্ততা থাকিব আৰু ইয়াৰ আঁৰত ব্যয় হ’ব ৷ ব্যৱসায়িক কামত বাধা আহিব ৷ পৰিয়ালৰ সদস্যৰ লগত বিবাদ হ’ব পাৰে ৷ আপোনাৰ কঠোৰ পৰিশ্ৰমৰ অনুসাৰে ফলাফল নাপালে আপুনি হতাশাৰ সন্মুখীন হ’ব পাৰে ৷ অৱশ্যে দুপৰীয়াৰ পিছত আপোনাৰ মানসিক অৱস্থা সলনি হ’ব ৷

কুম্ভ ৰাশি: আজি আপুনি নতুন কাম আৰম্ভ কৰিব পাৰে বা পৰিকল্পনা কৰিব পাৰে ৷ চাকৰি বা ব্যৱসায়ত লাভ পাব ৷ বন্ধুসকলে আপোনাৰ অগ্ৰগতিৰ ক্ষেত্ৰত সহায়ক হ'ব ৷ আৰ্থিক লাভৰ ক্ষেত্ৰত আজিৰ দিনটো বহুত ভাল হ'ব ৷ ধুনীয়া ঠাইবোৰ ভ্ৰমণ কৰাৰ সুযোগ পাব ৷ সমাজত খ্যাতি বাঢ়িব ৷ আপোনাৰ পত্নী আৰু পুত্ৰৰ পৰা ভাল খবৰ পাব ৷ বিবাহৰ যোগ ৷

মীন ৰাশি: আপোনাৰ দিনটো অতি শুভ আৰু ফলদায়ক ৷ আজি আপুনি আপোনাৰ সকলো কামতে সফলতা লাভ কৰিব ৷ ব্যৱসায়ীসকলে ব্যৱসায়ত বৃদ্ধি আৰু সফলতা লাভ কৰিব ৷ পৰিয়ালত সুখৰ পৰিবেশে বিৰাজ কৰিব ৷ স্বাস্থ্য ভালে থাকিব ৷ চৰকাৰৰ পৰা সুবিধা লাভ কৰিব ৷ সন্মান বাঢ়িব ৷ পদোন্নতিৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক: এই সপ্তাহটো বহুকেইটা ৰাশিৰ বাবে হ’ব সৌভাগ্যশালী...পাব ব্যৱসায়ত আকাংক্ষিত লাভ...চাওক কেনে যাব আপোনাৰ এই সপ্তাহটো ? - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.