ETV Bharat / bharat

বৈবাহিক জীৱন সুখৰ হ’ব ধনু ৰাশিৰ লোকৰ...সিংহ ৰাশিৰ ভাগ্য উদয়...কি কয় আপোনাৰ দিনটোৰ ৰাশিফলে ? - Daily Horoscope For 12th August

author img

By ETV Bharat Assamese Team

Published : Aug 12, 2024, 12:01 AM IST

Daily Horoscope: আজি ৰাশি সলনি কৰি তুলা ৰাশিত প্ৰৱেশ কৰিব চন্দ্ৰই ৷ ইয়াৰ ফলত কেনে প্ৰভাৱ পৰিব আন ৰাশিবোৰত ? জানিবলৈ পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 12th August 2024
আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat)

মেষ ৰাশি: ঘৰুৱা পৰিবেশ সুন্দৰ হ’ব ৷ যুগ্ম জীৱন সুখ সমৃদ্ধিৰে ভৰা হ’ব ৷ পৰিয়ালৰ লগত সুখৰ মুহূৰ্ত বিশেষকৈ পত্নীৰ লগত কটোৱা সুন্দৰ সময়ে আপোনাক অধিক সবল কৰিব ৷ ধনৰ আগমন আৰু ভ্ৰমণৰ যোগ আছে ৷ পত্নীৰ লগত বিবাদ হ’ব পাৰে ৷ আপোনাৰ কাম-দক্ষতাৰ বাবে কোনো সুবিধা লাভ কৰিব ৷ অনাহক আলোচনা আৰু কাজিয়াৰ পৰা নিজকে আঁতৰাই ৰাখক ৷ ভ্ৰমণৰ বাবে উত্তম সময় যান বাহন কিনিবলৈ আগবাঢ়িব পাৰে ৷

বৃষ ৰাশি: গণেশৰ কৃপাত শৰীৰ আৰু মানসিক দিশৰ পৰা সুন্দৰ দিন ৷ ধনাগমন আৰু ভৌতিক সফলতাই আপোনাৰ মনক উৎফুল্লিত কৰি ৰাখিব ৷ নতুন কামৰ পৰিকল্পনা কৰক সফল হ’ব ৷ আপোনাৰ সফলতাত আপুনি নিজে আনন্দিত হ’ব ৷ মাতৃৰ ফালৰ পৰা ভাল খবৰ পাব ৷ আগৰ পৰা ভুগি অহা ৰোগৰ পৰা আৰোগ্য লাভ কৰিব ৷ কামৰ চাপ আচৰিত ধৰণে কম অনুভৱ কৰিব ৷

মিথুন ৰাশি: আজি আপোনলোকৰ বাবে বৰ ভাল দিন নহয় ৷ আপোনাৰ ওপৰত পৰিবেশৰ চাপ অনুভৱ কৰিব আৰু সেই চাপে আপোনাৰ কামত প্ৰভাৱ পেলাব ৷ পেটৰ জ্বলা পোৰা আদি কষ্ট পোৱা আৰু ভাগৰুৱা অনুভৱ কৰিব পাৰে ৷ নতুন কাম আৰম্ভ কৰাৰ পৰা কিছুদিন আঁতৰত থাকক ৷ ব্যৱসায়ৰ ভবাৰ দৰে সকলোক সমাপন হ’ব ৷ অস্বভাৱিক অৱস্থাত পৰিব পাৰে আৰু লাজ পাব পৰে ৷ সন্তানৰ পঢ়া শুনা আৰু ফৰচৰ বাবে চিন্তাত পৰিব ৷ ভ্ৰমণৰ বাবে উত্তম সময় নহয় কিন্তু শৈক্ষিক পৰিবেশ উন্নত মানৰ ৷ যৌন জীৱন সুখৰ ৷

কৰ্কট ৰাশি: দিনটো শুভ ৷ আপুনি নিদ্ৰাহীনতাত ভুগিব পাৰে ৷ এই সকলোৰ পৰা পৰিত্ৰাণৰ বাবে কাজিয়া পেচালৰ পৰা আঁতৰি থাকক আৰু পত্নী বা মহিলা সংগীৰ লগত তৰ্ক বিতৰ্কৰ পৰ আঁতৰি থাকক ৷ ধৈয্য ধৰক আৰু সোঁতত উটি যাওক, পাৰ পাব ৷

সিংহ ৰাশি: ভাল শৰীৰ আৰু ভাল পাৰিবাৰিক সময়ে আপোনাৰ দিন শুভ কৰিব ৷ ভাগ্য উদয়ৰ দিন, ভাতৃ ভগ্নীৰ লগত আৰু প্ৰেয়সীৰ লগত সময় কটোৱাৰ উত্তম সময় ৷ ভাল পোৱা ব্যক্তিৰ লগত ভ্ৰমণ শুভ হ’ব ৷ ভাতৃ ভগ্নীৰ বিশ্বাস লাভ কৰিব ৷ কৰ্মত সফলতা ৷ বিবাহৰ বাবে উপযুক্ত সময় ৷ কলাৰ লগত জড়িতসকলৰ বাবে উত্তম সময় ৷ আপুনি আপোনাৰ সুপ্ত প্ৰতিভাক জাগ্ৰত কৰিব পাৰে ৷

কন্যা ৰাশি: পলমকৈ হ’লেও আপুনি কৰা কামৰ বাবে সফলতা লাভ কৰিব, তাৰ লগে লগে শাৰীৰিক আৰু ভৌতিক দিশত সফলতা লাভ কৰিবলৈ সক্ষম হ’ব ৷ আপুনি সফলতাৰ দিশত আগবাঢ়িব আৰু প্ৰিয় সংগীৰ লগত ভ্ৰমণৰ আনন্দ লাভ কৰিব পাৰিব ৷ হাতলৈ প্ৰচুৰ ধনৰ আগমন হ’ব ৷ সকলোৰে মাজত আপুনি জিলিকি উঠিব আৰু আজি আপুনি মিঠা মাতে সকলোকে মোহিত কৰিব পাৰিব ৷ আগুৱাই যাওক , আমদানি ৰপ্তানি ব্যৱসায়ৰ লগত জড়িতসকলে প্ৰচুৰ সফলতা অৰ্জন কৰিব পাৰিব ৷

তুলা ৰাশি: কলা আৰু সাহিত্যৰ লগত জড়িতসকলৰ বাবে সুন্দৰ দিন ৷ আপুনি আপোনাৰ কামৰ বাবে সকলোৰে প্ৰসংসাৰ পাত্ৰ হ’ব, যিয়ে আপোনাৰ বিশ্বাস বৃদ্ধি কৰিব ৷ নিজৰ বাবে বস্তু ক্ৰয় কৰিব পাৰে ৷ সুন্দৰ পোছাক বা অলংকাৰ ক্ৰয় কৰিব পাৰিব ৷ শৰীৰ সুন্দৰ থাকিব আৰু ধনৰ আগমন লাভজনক হ’ব ৷ প্ৰেয়সীৰ লগত আবেলি সুন্দৰভাৱে কটাব পাৰে ৷

বৃশ্চিক ৰাশি: দিনটো শুভ ৷ আনৰ বিষয়ত সোমাই বিপদত নপৰিব আৰু সেয়েহে শান্ত থাকক আৰু মানুহক নকৰিবলগীয়া ব্যৱহাৰ নকৰিব আৰু চিকিৎসাজনিত কাম এতিয়া নকৰাই ভাল ৷ প্ৰিয়জনৰ লগত তৰ্ক নকৰিব যাৰ ফলত ভুল বুজাবুজিৰ সৃষ্টি হ’ব পাৰে ৷ আৰু কাজিয়া-বিবাদৰ সৃষ্টি হ’ব পাৰে ৷ ধন লাভ ৷

ধনু ৰাশি: আপোনাৰ বাবে এটা সৌভাগ্যশালী দিন ৷ ঘৰুৱা পৰিৱেশ শান্ত থাকিব, বৈবাহিক জীৱন সুন্দৰ হ’ব আৰু অসুবিধাবৰ সহজে আঁতৰ হ’ব ৷ কামৰ পৰা অলপ বিৰতি লৈ ভাল লগা সংগি বা পৰিয়ালৰ লগত ভ্ৰমণৰ সিদ্ধান্ত ল’ব পাৰে ৷ ই আপোনাক আনন্দ দিব ৷ আপোনাৰ আয় বাঢ়িব আনকি লটাৰি জিকাৰ সম্ভাৱনা আছে ৷ খাদ্যৰসিকসকলে নিৰ্ভয়ে বিভিন্ন খাদ্যৰ সোৱাদ ল’ব পাৰে ৷

মকৰ ৰাশি: গ্ৰহৰ প্ৰভাৱ ধনৰ ওপৰত ভালদৰে পৰিছে ৷ আপোনাৰ ব্যৱসায়ে আগতকৈ উন্নতিৰ মুখ দেখিছে ৷ ব্যৱসায় সংক্ৰান্তীয় ভ্ৰমণ বা আনৰ পৰা পাবলগা ধন অনাৰ উৎকৃষ্ট সময় ৷ প্ৰিয়জনৰ পৰা উপহাৰ লাভ কৰিব ৷ পানী আৰু জুইৰ পৰা আঁতৰত থাকক ৷ কামত ঘূৰি ফুৰোঁতেই আজিৰ দিনটো পাৰ হৈ যাব ৷ সন্তানৰ পঢ়া শুনাৰ ওপৰত চকু ৰাখক ৷ আপোনাৰ আশাবোৰ পূৰণ হ’ব ৷

কুম্ভ ৰাশি: আনদিনৰ দৰেই গতানুগতিক দিন ৷ আপুনি আজি বৰ সতেজ অনুভৱ নকৰিব আৰু সৰু-সুৰা বিষ আৰু এলাহভাৱে আপোনাক অসুবিধাত পেলাব ৷ কিন্তু এই এলাহভাৱ খন্তেকীয়া ৷ আপোনাৰ বন্ধু আৰু ঘৰুৱা পৰিবেশে আপোনাক শান্ত আৰু মানসিকভাৱে সবল কৰি তুলিব ৷ কৰ্মক্ষেত্ৰত বচৰ হেচা আৰু কামৰ বোজাই আপোনাক নিৰানন্দ কৰি তুলিব ৷ ফুৰিবলৈ যাব পাৰে ৷ বিদেশৰ পৰা কিবা বাতৰি আহিব পাৰে ৷

মীন ৰাশি: দিনটো প্ৰাথৰ্না আৰু ধ্যানেৰে আৰম্ভ কৰক ৷ দিনটো ভাল বেয়াৰ মাজেৰে পাৰ হ’ব ৷ শৰীৰৰ বিশেষ যত্ন লওক ৷ মানুহৰ লগত সাৱধানে কথা পাতক, একে ধৰণে পৰিয়ালৰ লগটো সাৱধানে চলক ৷ হঠাৎ হোৱা ধনাগমনে আপোনাক আনন্দিত কৰি তুলিব ৷

লগতে পঢ়ক: এই সপ্তাহত বহুকেইটা ৰাশিৰ দাম্পত্য জীৱন সুখৰ হ’ব...লাভ কৰিব কৰ্মক্ষেত্ৰত সফলতা...বৃদ্ধি হ’ব ধন-সম্পত্তি...কেনে যাব আপোনাৰ এই সপ্তাহটো ? - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.