অসম

assam

ETV Bharat / technology

এইবাৰ হোলীত অতি কম মূল্যত আকৰ্ষণীয় ফিচাৰ থকা স্মাৰ্টফোন কিনিব বিচাৰে নেকি ? তেন্তে এয়া লওক তালিকা - Best smartphones to buy in Holi

Best smartphones Buy On Holi 2024: যদি আপুনিও ৰঙৰ উৎসৱ হোলীত সুন্দৰ ফিচাৰ থকা নতুন মোবাইল ফোন এটা কিনাৰ পৰিকল্পনা কৰিছে নেকি ? তেন্তে আমি আপোনালোকৰ বাবে লৈ আহিছো স্মাৰ্টফোনৰ তালিকা । উত্তম ফিচাৰ, কেমেৰাৰ সৈতে কম বাজেটৰ এই স্মাৰ্টফোনসমূহ আজিয়েই নিজৰ কৰি লওক ।

best smartphones with great features Buy on Holi 2024
এইবাৰ হোলীত অতি কম মূল্যত আকৰ্ষণীয় ফিচাৰ থকা স্মাৰ্টফোন কিনিব বিচাৰে নেকি ? তেন্তে এয়া লওক তালিকা

By ETV Bharat Assamese Team

Published : Mar 22, 2024, 11:47 AM IST

Updated : Mar 22, 2024, 2:18 PM IST

নেশ্যনেল ডেস্ক, 22 মাৰ্চ :ৰঙৰ উৎসৱ হোলীত আপুনিও এটি নতুন ম’বাইলেৰে চেলফি তুলিব বিচাৰে নেকি... নে সেই ফোনটোৰ পৰা ষ্টেটাছ পোষ্ট কৰি সুখী হ'ব বিচাৰে ? যদি আপুনি কম বাজেটত উন্নত ফিচাৰ থকা ম’বাইল ফোন ক্ৰয় কৰাৰ বাবে চিন্তিত, তেন্তে চিন্তা নকৰিব, কাৰণ আপোনাৰ বাবে আছে এটি সুখবৰ ৷

হয় ! আপোনাৰ উৎসৱক আৰু অধিক ৰঙীন কৰিব তুলিবলৈ আমি স্মাৰ্টফোনৰ তালিকা এখন লৈ আহিছো যিয়ে আপোনাৰ মুখত হাঁহি বিৰিঙাব ৷ শেহতীয়াকৈ মুকলি কৰা এই স্মাৰ্ট ফোনসমূহ অতি কম মূল্যত উত্তম ফিচাৰৰ সৈতে ডিজাইন কৰা হৈছে ৷

এইবাৰ হোলীত অতি কম মূল্যত আকৰ্ষণীয় ফিচাৰ থকা স্মাৰ্টফোন কিনিব বিচাৰে নেকি ? তেন্তে এয়া লওক তালিকা
  • Redmi 13C 5G

Redmi 13C 5G ত MediaTek Dimensity ৰ সৈতে 6.74 ইঞ্চি HD+ ডিছপ্লে, 600 নিট ব্ৰাইটনেছৰ সুবিধা দিয়া হৈছে ৷ graphics-intensive tasks ৰ বাবে 6100+ SoC প্ৰচেছৰ আৰু -G57 M2 GPU আছে ৷ চেলফি আৰু ভিডিঅ’ কলৰ বাবে ৫০মেগাপিক্সেল ফ্ৰন্ট কেমেৰাৰ লগতে ৫০মেগাপিক্সেল প্ৰাইমেৰী চেন্সৰ, ২মেগাপিক্সেল মাইক্ৰ’ লেন্সৰ সৈতে ট্ৰিপল কেমেৰা কনফিগাৰেচনো এই স্মাৰ্টফোনটোত অন্তৰ্ভুক্ত কৰা হৈছে ৷ ইয়াৰ দ্বাৰা আপুনি উন্নত মানদণ্ডৰ ফটো তুলিব পাৰিব ৷

এইবাৰ হোলীত অতি কম মূল্যত আকৰ্ষণীয় ফিচাৰ থকা স্মাৰ্টফোন কিনিব বিচাৰে নেকি ? তেন্তে এয়া লওক তালিকা

বেটাৰী চাৰ্জ কৰিবলৈ ১৮W ৰ চাৰ্জাৰ ব্যৱহাৰ কৰা হয় ৷ একে সময়তে অন্যান্য বৈশিষ্ট্যসমূহৰ ভিতৰত আছে ৮ GB পৰ্যন্ত ভাৰ্চুৱেল ৰেম, ১০৮০p ৰিজ’লিউচনত ভিডিঅ’ প্লেবেক, ডিফল্ট ব্ৰাইটনেছত গেমিং, হেডছেটত মিউজিক প্লেবেক অন্তৰ্ভুক্ত কৰা হৈছে ৷

ৰেডমি ১৩C ৫G ষ্টাৰ্টাৰ ব্লেক, ষ্টাৰ্টাৰ গ্ৰীণ আৰু ষ্টাৰ্টাৰ ছিলভাৰ ৰঙত উপলব্ধ ৷ ইমানবোৰ আকৰ্ষণীয় ফিচাৰৰ সৈতে এই ফোনটোৰ মূল্য ১০,৯৯৯ টকা ৷ এই স্মাৰ্টফোনটো আপুনি অনলাইন অফলাইন দুয়ো ঠাইৰ পৰা অতি সহজে ক্ৰয় কৰিব পাৰিব ৷

  • Realme Narzo 70 Pro 5G

Realme Narzo 70 Pro 5G ত 120Hz ৰিফ্ৰেছ ৰেটৰ সৈতে 6.67 ইঞ্চি ফুল-এইচডি+ (2,400 x 1,080 পিক্সেল) OLED ডিছপ্লে আছে ৷ ইয়াৰ ২,২০০ হাৰ্টজ আৰু ২,০০০ নিটৰ সৈতে অক্টা-কোৰ মিডিয়াটেক ডাইমেনচিটি আছে ৷ 7050 SoC আৰু G68 GPU ফোনটোক শক্তি প্ৰদান কৰে ৷

এইবাৰ হোলীত অতি কম মূল্যত আকৰ্ষণীয় ফিচাৰ থকা স্মাৰ্টফোন কিনিব বিচাৰে নেকি ? তেন্তে এয়া লওক তালিকা

ইয়াত ২৫৬GB ইণ্টাৰনেল আৰু ৮GB পৰ্যন্ত ৰেম বা প্ৰয়োজন অনুসৰি ১৬GB পৰ্যন্ত ৰেম আছে ৷ নাৰ্জো ৭০ প্ৰ’ ৫জিত তিনি বছৰৰ চফট্ ৱেৰ আৰু দুবছৰৰ অভাৰ-দ্য-এয়াৰ ছিকিউৰিটি আপডেটৰ নিশ্চয়তা আছে ৷ Realme Narzo 70 Pro গ্লাছ গ্ৰীণ আৰু গ্লাছ গোল্ড ৰঙত উপলব্ধ ৷ 5G (8GB + 128GB বিকল্প, আনহাতে 8GB + 256GB ভেৰিয়েন্ট)ৰ মূল্য 19,999 টকা ৷

  • Nothing Phone 2A

এই স্মাৰ্টফোনটোৱে বৰ্তমান নিজৰ আকৰ্ষণীয় ডিজাইন আৰু ফিচাৰৰ বাবে ভাৰতীয় বজাৰত লাহে লাহে ভাল ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিছে ৷ যদি আমি Nothing Phone 2A ৰ স্পেচিফিকেশন চাবলৈ যাওঁ তেন্তে ইয়াত 6.7 ইঞ্চি OLED ডিছপ্লে আছে ৷ যাৰ ৰিফ্ৰেছ ৰেট 120 Hz ৷

Phone 2A ত আছে দুটা কেমেৰা ৷ ইয়াৰ পিচফালে ৫০মেগাপিক্সেল প্ৰাইমেৰী চেন্সৰ আৰু ৫০মেগাপিক্সেল আল্ট্ৰা-ৱাইড এংগেল লেন্স আছে আৰু স্মাৰ্টফোনটোত ভিডিঅ’ৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ ৩২মেগাপিক্সেলৰ ফ্ৰন্ট ফেচিং কেমেৰাও আছে ৷

এণ্ড্ৰইড ১৪ অপাৰেটিং চিষ্টেমৰ ওপৰত ভিত্তি কৰি ফোন Nothing Phone 2A অ’ এছ ২.৫ ইউআইৰ দ্বাৰা পৰিচালিত ৷ মিড ৰেঞ্জ স্মাৰ্টফোনটোত আছে ৪৫W ৰেপিড চাৰ্জিং ক্ষমতা আৰু ৫,০০০mAhৰ বেটাৰী ৷ এই ফোনটো ক’লা আৰু বগা দুয়োটা ৰঙতে ৰঙত উপলব্ধ হ’ব ৷ বজাৰত ইয়াৰ মূল্য ২৫ হাজাৰ টকা ৷

লগতে পঢ়ক:২০২৩ চনত ব্যৱহাৰকাৰীয়ে আটাইতকৈ বেছি ডিলিট কৰিব খোজা ছ’চিয়েল মিডিয়া এপ ইনষ্টাগ্ৰাম

Last Updated : Mar 22, 2024, 2:18 PM IST

ABOUT THE AUTHOR

...view details