নিউজ ডেস্ক, 23 আগষ্ট:সংগীতে শৰীৰ আৰু মনলৈ সতেজতা আনে । আৰু যদিহে আপোনাৰ প্ৰিয় গীতটি উন্নত ইয়াৰবাডত শুনিবলৈ পায় তেন্তে সেয়াই আৰু অধিক জীপাল কৰি তোলে সময়খিনি । বজাৰত সম্প্ৰতি বহুধৰণৰ ইয়াৰবাড আছে, কিন্তু আপোনাৰ বাজেট অনুসৰি কোনটো উন্নত সেয়া নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত সমস্যাই দেখা দিয়ে ৷ ইয়াত আমি আপোনালোকক এনেধৰণৰ 5 টা ইয়াৰবাডৰ বিষয়ে জনাবলৈ বিচাৰিছো, যিবোৰ আপুনি সহজেই অনলাইনত ক্ৰয় কৰিব পাৰে আৰু এইবোৰ বেটাৰী বেকআপ আৰু নইজ কেনচেলেশ্যন বৈশিষ্ট্যযুক্ত ---
BoAt Airdopes 141 ANC
BoAt Airdopes 141 ANC নইজ কেনচেলেশ্যন বৈশিষ্ট্যযুক্ত, যিটোৰ জৰিয়তে গান শুনাৰ সময়ত আপুনি এক অনন্য অভিজ্ঞতা লাভ কৰিব ৷ এই ইয়াৰবাডে IPX5 পানী প্ৰতিৰোধ সুৰক্ষা লাভ কৰে ৷ ইয়াৰ বেটাৰী বেকআপ 21 ঘণ্টা । মাত্ৰ 1599 টকাত এই ইয়াৰবাড ক্ৰয় কৰিব পাৰে আমাজনত ।
বৈশিষ্ট্যবোৰ
32dB লৈকে নইজ কেনচেলেশ্যন
21 ঘণ্টা পৰ্যন্ত বেটাৰী বেকআপ
IPX4 পানী প্ৰতিৰোধ ক্ষমতা
ব্লুটুথ 5.1 সংযোগ
তৎক্ষণাত ভয়েচ এচিষ্টেণ্ট সক্ৰিয়কৰণ
Noise Tune Charge
Amazon ত Noise Tune Charge অতি সুলভ মূল্যত 899 টকাত বিক্ৰী কৰা হৈছে । কোম্পানীটোৱে এই ইয়াৰবাডসমূহত নইজ কেনচেলেশ্যন বৈশিষ্ট্য সংযোগ কৰিছে । কেচিঙৰ সহায়ত এই ইয়াৰবাডবোৰে 30 ঘণ্টা পৰ্যন্ত সক্ৰিয় হৈ থাকিব পাৰে । এই ইয়াৰবাডত টাচ কণ্ট্ৰল আৰু ইনষ্টেণ্ট ভইচ এচিষ্টেণ্ট ছাপৰ্ট বিশিষ্ট ।
বৈশিষ্ট্যবোৰ
চাৰ্জিং কেছৰ সৈতে 30 ঘণ্টা পৰ্যন্ত বেটাৰী বেকআপ
টাচ কন্ট্ৰল
তৎক্ষণাত ভয়েচ এচিষ্টেণ্ট সমৰ্থন
ব্লুটুথ 5.0 সংযোগ
IPX5 পানী প্ৰতিৰোধ ক্ষমতা
Realme Buds Q2 Neo
কম ওজন আৰু আকৰ্ষণীয় ডিজাইনৰ সৈতে Realme Buds Q2 Neo কাণৰ বাবে অতি আৰামদায়ক বুলি প্ৰমাণিত হৈছে । কোম্পানীটোৱে এই ইয়াৰবাডসমূহত এআই নইজ কেনচেলেশ্যন বৈশিষ্ট্য প্ৰদান কৰিছে, যি ফোনকলৰ কাম কৰে । এই ইয়াৰবাডৰ বেটাৰী বেকআপ 28 ঘণ্টালৈকে আৰু IPX4 পানী প্ৰতিৰোধ ক্ষমতা আছে, যি দৈনিক ব্যৱহাৰৰ বাবে উপযোগী । আমাজনত এই ইয়াৰবাড উপলব্ধ 1499 টকাত ৷
বিশেষত্বসমূহ
কম ওজন আৰু আকৰ্ষণীয় ডিজাইন