মেষ ৰাশি:আজি আপুনি নিজৰ খঙৰ ওপৰত কাবু ৰাখক অন্যথা আপুনি মানসিক অশান্তিৰ চিকাৰ হ’ব ৷ আপুনি কষ্ট কৰিলেও আপোনাৰ কষ্টৰ ফল লাভত ব্যৰ্থ হ’ব ৷ সন্তানৰ বাবে চিন্তাত থাকিব লাগিব ৷ কামৰ হেঁচাত আপুনি আপোনাৰ পৰিয়ালক দিব লগা সময় দিব নোৱাৰিব ৷ চৰকাৰী কাম-কাজত সফলতা লাভ কৰিব ৷ মাজে মাজে পেটৰ বিষত ভুগিব পাৰে ৷
বৃষ ৰাশি:গণেশৰ কৃপাত আপুনি যিদৰে সম্পূৰ্ণ সততাৰে আৰু দক্ষতাৰে কাম কৰিছে, আপুনি সফলতাৰ মুখ দেখিবই ৷ পিতৃৰ ফালৰ পৰা সহায়ৰ হাত লাভ কৰিব ৷ ছাত্ৰ-ছাত্ৰীসকলে সফলতাৰ বাবে কষ্ট কৰক ৷ চৰকাৰী কামত সফলতা পাব ৷ সন্তানৰ বাবে টকা জমা কৰিব পাৰিব ৷
মিথুন ৰাশি:গণেশৰ কৃপাত নতুন কাম আৰম্ভ কৰাৰ উত্তম সময় ৷ চৰকাৰী কামত সফল হ’ব আৰু পুৰস্কৃত হ’ব ৷ প্ৰতিবেশী আৰু বন্ধুৰ লগত কাজিয়া হ’ব পাৰে ৷ মতধাৰা সলনি হ’ব ৷ টকা-পইচাৰ ক্ষেত্ৰত সাৱধান হওক ৷
কৰ্কট ৰাশি:বেয়া চিন্তা বাদ দি নতুন চিন্তাৰে দিনটোৰ আৰম্ভণি কৰক ৷ আজি আপুনি মানসিক আৰু শাৰীৰিকভাৱে দুৰ্বল অনুভব কৰিব আৰু মনোযোগেৰে কাম কৰাত ব্যৰ্থ হ’ব ৷ চকু ৰাখক যাতে পৰিয়াল আৰু আন সম্বন্ধীয়ৰ লগত মতবিৰোধ নহয় ৷ ছাত্ৰ-ছাত্ৰীসকলে ভাল ফল দেখুৱাব নোৱাৰিব ৷ বেয়া চিন্তাবোৰ মনৰ পৰা আঁতৰাই পেলাওক ৷
সিংহ ৰাশি: আজি আপোনাৰ আত্মবিশ্বাস সম্পূৰ্ণভাৱে বৃদ্ধি হ’ব ৷ যিকোনো কামৰ বাবে অতি সহজে সিদ্ধান্ত গ্ৰহণ কৰক ৷ আপুনি পিতৃ বা ডাঙৰৰ পৰা সহায় লাভ কৰিব ৷ সামাজিক মৰ্যদা বৃদ্ধি হ’ব ৷ খং নুথাকে সাহসেৰে নিজৰ কথা ব্যক্ত কৰক ৷ শৰীৰে অলপ বাধাৰ সৃষ্টি কৰিব পাৰে ৷
কন্যা ৰাশি: চাব যাতে কাৰো লগত অযথা কথাত কাজিয়াৰ সূত্ৰপাত নহয় ৷ মানসিক অশান্তিয়ে শাৰীৰিক অসুস্থতা বৃদ্ধি হ’ব পাৰে ৷ সৰু কথাতে বন্ধুৰ লগত মতবিৰোধ হ’ব পাৰে ৷ ধৰ্মীয় কামত ধন খৰচ হ’ব পাৰে ৷ শৰীৰৰ যত্ন লওক ৷ হুলস্তুল আৰু কাজিয়াৰ পৰা নিজকে আঁতৰাই ৰাখক ৷