মেষ ৰাশি: আধ্যাত্মিক শক্তিয়ে দিনটো অনন্য কৰি তুলিব ৷ মায়াবিদ্যাৰ প্ৰতি অতি আকৃষ্ট হৈ উঠিব ৷ ক্ৰোধ আৰু নিজৰ কথাক নিয়ন্ত্ৰণ কৰি ৰখাৰ প্ৰয়োজন আছে ৷ সম্ভৱ হ’লে নতুন কাম হাতত নল’ব আৰু ভ্ৰমণত নাযাব ৷
বৃষ ৰাশি:ঈশ্বৰৰ আশীৰ্বাদত সাংসাৰিক জীৱন সুখৰ হ’ব ৷ পৰিয়াল আরু প্ৰিয়জনসকলৰ সৈতে ভোজন উপভোগ কৰিব পাৰে ৷ সৰুসুৰা ভ্ৰমণৰ আয়োজন কৰিব পাৰে ৷ ধনদেৱীৰ আশীৰ্বাদ লাভ কৰিব ৷
মিথুন ৰাশি: শুভ দিন ৷ ঘৰুৱা পৰিৱেশ উৎসাহজনক আৰু শান্তিপূৰ্ণ হৈ থাকিব ৷ সুনাম আৰু সৌভাগ্য বৃদ্ধি হ’ব ৷ আৰ্থিক লাভ বৃদ্ধি ৷ ব্যয় বৃদ্ধি ৷ শাৰীৰিকভাৱে সুস্থ হৈ থাকিব ৷
কৰ্কট ৰাশি: দিনটো শান্তিৰে পাৰ হ’ব ৷ শাৰীৰিক আৰু মানসিকভাৱে কষ্টত ভুগিব পাৰে ৷ পেটৰ সমস্যাত ভূগিব পাৰে ৷ ব্যয় বৃদ্ধি ৷ কাজিয়া, ভ্ৰমণ আৰু নতুন কাম হাতত লোৱাৰ পৰা বিৰত থাকক ৷
সিংহ ৰাশি:দিনটো শাৰীৰিকভাৱে অসুস্থ আৰু উদ্বিগ্ন হৈ থাকিব ৷ আত্মীয়-স্বজনৰ সৈতে কিছু অপ্ৰত্যাশিত অপ্ৰীতিকৰ ঘটনাই দুখ দি থাকিব ৷ স্বাস্থ্যক লৈ চিন্তাত থাকিব ৷ চৰকাৰী আৰু সম্পত্তি সম্বন্ধীয় নথিপত্ৰ চহী কৰাৰ সময়ত সতৰ্ক থাকিব ৷
কন্যা ৰাশি: কোনো কথা চিন্তা নকৰাকৈ নতুন কোনো কাম হাতত নল’ব ৷ ভাই-ভনীৰ সৈতে সম্পৰ্ক ভালে থাকিব ৷ প্ৰত্যেক কামতে সফলতাৰ সোৱাদ পাব ৷ আৰ্থিক লাভ হ’ব পাৰে ৷ সামাজিকভাৱে সন্মান অৰ্জন কৰিব ৷