- মেঘ ৰাশি : দিনটো শুভ ৷ আচবাব ক্ৰয়ৰ যোগ ৷ নাৰীৰ পৰা বিশেষকৈ মাতৃৰ পৰা প্ৰশংসা লাভ ৷ ফুৰিবলৈ যাব পাৰে ৷ পৰিয়াল সম্বন্ধীয় বিষয়ৰ আলোচনা ফলদায়ক হ’ব ৷
- বৃষ ৰাশি :বিদেশত থকা বন্ধু আৰু আত্মীয়-স্বজনৰ পৰা ইতিবাচক খবৰ পাব । ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে । যিসকলে বিদেশত গৈ পঢ়াশুনা কৰিব বিচাৰে তেওঁলোকৰ কাৰণে সময়টো অনুকূল । ভ্ৰমণৰ যোগ আছে । বিনিয়োগৰ কাৰণে সময় অনুকূল ।
- মিথুন ৰাশি : হতাশা নহ’ব, পুনৰ চেষ্টা কৰিব ৷ কঠোৰ পৰিশ্ৰমৰ ফল নাপাবও পাৰে ৷ যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷ নিজৰ জীৱন যাপন কৰা প্ৰণালীক সৰল কৰক ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ বিবাহিতসকলৰ বাবে দিনটো শুভ ৷
- কৰ্টক ৰাশি :দিনটো ভাল ৷ বৃত্তিমূলক আৰু আৰ্থিক দিশত দিনটো বৰ সৌভাগ্যশালী । ধনবৃদ্ধি ৷ ব্যৱসায়ত উন্নতি ৷ শাৰীৰিক আৰু মানসিকভাৱে স্থিৰতা আৰু সক্ৰিয়তা অনুভৱ কৰিব ৷ ভ্ৰমণৰ পৰিকল্পনা ফলদায়ক হ’ব । দিনটো উপভোগ কৰক !
- সিংহ ৰাশি :খং নিয়ন্ত্ৰণ কৰক ৷ গ্ৰহৰ অৱস্থান অনুসৰি, দিনটো মধ্যমীয়া ৷ দিনটো শান্তিৰে পাৰ হ’ব ৷ অৱশ্যে তাৰ মাজতে কিছু স্বাভাৱিক পৰিৱৰ্তন আহিব । কিন্তু অপ্ৰত্যাশিত একো ঘটনা নঘটে । দৈনন্দিন কাম-কাজত সংঘাত হ’ব ৷ বিবাদ এৰাই চলক ৷ মাতৃৰ অসুখৰ কাৰণে অলপ দৌৰি ফুৰিব লাগিব ৷
- কন্যা ৰাশি : আইন সংক্ৰান্তীয় কাগজত চহি কৰাৰ আগতে চাই লওক ৷ দিনটো বৰ সফল দেখা নাযায় ৷ মানসিক অশান্তি হ’ব পাৰে ৷ পৰিয়ালৰ লগত বিশেষ কথাত ভুল বুজাবুজি হ’ব পাৰে ৷
- তুলা ৰাশি : দিনটো আৱেগেৰে পৰিপূৰ্ণ হৈ থাকিব । প্ৰিয়জনৰ সৈতে ভুল বুজাবুজি হ’ব পাৰে ৷ মাতৃৰ অসুস্থতাৰ বাবে মনটো বেয়া থাকিব পাৰে ৷ সামগ্ৰিকভাৱে ক’ব গ’লে গ্ৰহৰ স্থান প্ৰতিকূল নহয় ।
- বৃশ্চিক ৰাশি : ভাগ্য ভাল ৷ ধনাগমনৰ দিশ শুভ ৷ নতুন কাম আৰম্ভ কৰিব পাৰে ৷ দিনটো শুভ ৷ বন্ধু আৰু পৰিয়ালৰ লগত ফুৰিবলৈ যাব পাৰে ৷
- ধনু ৰাশি :দুৰ্বলতাবোৰ আওকাণ কৰাৰ পৰিৱৰ্তে তাক লৈ বাদ-বিবাদ নকৰিব ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷ নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত । আনৰ পৰা পৰামৰ্শ নল’ব ৷ কর্মত শান্ত হৈ থাকি কৰিব, খং-ৰাগৰ পৰা আঁতৰি থকাসকল সফল হʼব ৷
- মকৰ ৰাশি :সৰু সুৰা দুৰ্ঘটনা আৰু মানসিক অশান্তি হ’ব পাৰে ৷ খং ৰাগ নিয়ন্ত্ৰণ কৰক ৷ খৰচৰ মাত্ৰা বৃদ্ধি ৷ ধৰ্মীয় বা সামাজিকভাৱে অসহায় অনুভৱ কৰিব ৷ ভ্ৰমণৰ যোগ ৷
- কুম্ভ ৰাশি :দিনটো প্ৰায় ভাল ৷ কৰ্ম-ব্যৱসায়ত সফল ৷ কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত হৈ থাকিব ৷ খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷ প্ৰেমত মধ্যমীয়া ৷
- মীন ৰাশি :কর্মত ব্যস্ততা বৃদ্ধি ৷ ইয়াৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ সৰু ভ্ৰমণৰ যোগ ৷ সৌন্দৰ্যতা বৃদ্ধি কৰিবলৈ সাজ-পোছাক কিনিব ৷
কোন ৰাশিৰ জাতক-জাতিকাৰ আজি খৰচ বাঢ়িব, কাৰ বাবে দিনটো হ’ব আনন্দময়, কি কয় আজিৰ জ্যোতিশাস্ত্ৰই... - DAILY HOROSCOPE
জ্যোতিষশাস্ত্ৰৰ মতে জানি লওক আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া হ'ব ? কি কি কৰিব, কি কি নকৰিব ?

ৰাশিফল (ETV Bharat)
Published : Feb 26, 2025, 5:01 AM IST