অসম

assam

ETV Bharat / state

ধনু ৰাশিৰ লোকে লওক স্বাস্থ্যৰ যতন...আজি সকলো ক্ষেত্ৰতে সাৱধান হওক এই ৰাশিৰ লোক...চাওক আজিৰ দিনটোৰ ৰাশিফল

আজি ৰাশি সলনি কৰি বৃষ ৰাশিত বিৰাজ কৰিব চন্দ্ৰই ৷ ইয়াৰ ফলত কেনে প্ৰভাৱ পৰিব আপোনাৰ ৰাশিত ? জানিবলৈ পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল...

By ETV Bharat Assamese Team

Published : 5 hours ago

DAILY HOROSCOPE FOR 20TH OCTOBER 2024
আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat)

মেষ ৰাশি:সতৰ্কতা অৱলম্বন কৰিব লাগিব ৷ বন্ধু আৰু ওচৰ চুবুৰীয়াৰ লগত কোনো বৌদ্ধিক আলোচনাত লিপ্ত হ’ব পাৰে ৷ কিন্তু সেইয়া বিবাদলৈ ৰূপান্তৰিত হব পাৰে, তাৰ পৰা আঁতৰি থাকক ৷ চিন্তিত হৈ থাকিব ৷ মানসিক আৰু শাৰীৰিক স্থিতি অস্থিৰ হ’ব পাৰে ৷ যাত্ৰাৰ পৰিকল্পনা থাকিলে পিছুৱাই দিয়া উচিত হ’ব ৷ যোগাসন আৰু ধ্যানসাধনা কৰিব ৷

বৃষ ৰাশি: আৱেগিক হৈ থাকিব ৷ ভাতৃ-ভগ্নীৰ লগত সম্পৰ্ক উন্নত হ’ব ৷ আৰ্থিক লাভৰ সম্ভাৱনা আছে ৷ দিনটোৰ মাজভাগত গ্ৰহসমূহ নিয়ন্ত্ৰণৰ বাহিৰ হ’ব পাৰে ৷ ব্যয় বৃদ্ধি ৷

মিথুন ৰাশি: অস্থিৰতা অনুভৱ কৰিব ৷ মনটো অসন্তুষ্ট আৰু নিৰাশাবাদী ভাৱনাত বুৰ গৈ থাকিব পাৰে ৷ শৰীৰ ভালে থাকিব ৷ ঘৰুৱা পৰিৱেশ শান্ত হৈ নাথাকিব ৷ শিক্ষাৰ্থীসকলে মনোযোগ দিয়াত সমস্যাৰ সন্মুখীন হ’ব পাৰে ৷

কৰ্কট ৰাশি: দিনটোৰ প্ৰথমভাগত সতেজ আৰু উৎসাহিত হৈ থাকিব ৷ ভ্ৰমণত শুভ ৷ আৱেগিক হৈ পৰিব পাৰে ৷ দিনটো সকলো ক্ষেত্ৰতে সাৱধান হওক ৷ হতাশাত ভুগিব পাৰে ৷ ব্যয় বৃদ্ধি ৷ অবৈধ আৰু অনৈতিক কাৰ্যকলাপৰ পৰা দূৰত থাকক ৷

সিংহ ৰাশি: কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত নল’ব, দিনটো তাৰ বাবে উপযুক্ত নহয় ৷ কথা কোৱাৰ আগতে ভাবি চাওক আৰু আনৰ লগত বিবাদ কৰাৰ পৰা আঁতৰত থাকক ৷ ঘৰুৱা খৰচ বৃদ্ধি পাব পাৰে ৷

কন্যা ৰাশি: মানসিক আৰু শাৰীৰিকভাৱে সুস্থিৰ হ’ব ৷ ব্যক্তিগত আৰু পেচাদাৰী ক্ষেত্ৰত পৰিস্থিতি শান্ত হ’ব ৷ দিনটো খেলিমেলিৰে যাব ৷ বিভ্ৰান্ত অনুভৱ কৰিব পাৰে ৷ আইনগত সিদ্ধান্ত লওঁতে অলপ বাধাৰ সন্মুখীন হ’ব পাৰে ৷ সৰ্তক হওক ৷

তুলা ৰাশি: ঘৰটো নকৈ সজাব পাৰে ৷ দিনটো আনন্দৰে কটাব ৷ মনটো শান্ত হৈ থাকিব ৷ কৰ্মস্থলীত জ্যেষ্ঠ কৰ্মকৰ্তাসকলৰ পৰা সহযোগিতা লাভ কৰিব ৷ স্বাস্থ্য ভালে থাকিব ৷

বৃশ্চিক ৰাশি: দিনটো সৌভাগ্যশীল হ’ব ৷ স্বাস্থ্য ভালে থাকিব ৷ সকলো কাম সফলতাৰে সম্পূৰ্ণ কৰিব ৷ পাৰিবাৰিক জীৱন সুখৰ হ’ব ৷ মাতৃৰ লগত সম্পৰ্ক অতি সুন্দৰ হ’ব ৷

ধনু ৰাশি: স্বাস্থ্য বৰ ভালে নাযাব ৷ সংবেদনশীল হৈ থাকিব ৷ হতাশত ভুগিব ৷ নিৰাশাবাদী চিন্তাক দূৰত ৰাখক ৷ আৰ্থিক নাটনি হ’ব পাৰে ৷ অপ্ৰত্যাশিত আৰ্থিক লাভৰ সম্ভাৱনা আছে ৷ ব্যৱসায়ীৰ বাবে লাভজনক সময় ৷

মকৰ ৰাশি: পৰিয়াল, প্ৰিয়জন বা বন্ধুৰ লগত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে ৷ অত্যাধিক ব্যয় নকৰিবলৈ সৰ্তক হওক ৷ দিনটোৰ শেষৰ ভাগত আৰ্থিক নাটনিৰ সম্ভাৱনা আছে ৷ চিন্তিত হৈ থাকিব ৷

কুম্ভ ৰাশি: সুস্বাস্থ্য, সম্পত্তিশীল আৰু সুখী হৈ থাকিব ৷ ব্যয় বৃদ্ধি ৷ ব্যৱসায়ত লাভৰ লগতে খ্যাতি আৰু মান্যতাও লাভ কৰিব ৷

মীন ৰাশি: বিবাদ হ’ব পাৰে ৷ নতুন কাম আৰম্ভ নকৰিব ৷ দিনটোৰ দ্বিতীয়ভাগটোৰ সময় অনুকূল হ’ব ৷ মানসিক আৰু শাৰীৰিকভাৱে সুস্থিৰ হৈ থাকিব ৷

ABOUT THE AUTHOR

...view details