মেষ ৰাশি : দিন মধ্যমীয়া ৷ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিয়ক ৷ নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে ৷ প্ৰেমত শুভ ৷ এলাহ ভাব আহিব পাৰে ৷ গা ধোৱাৰ লগতে মালিচ কৰক ৷ সক্ৰিয় অনুভৱ কৰিব ৷
বৃষ ৰাশি :দিনটো মধ্যমীয়া ৷ সৌন্দৰ্য চৰ্চাত মনোযোগ দিয়ক ৷ সৌন্দৰ্যতা বৃদ্ধি কৰিবলৈ খৰচ হʼব পাৰে ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ লগত সৰু যাত্ৰা হʼব পাৰে ৷ পৰিয়ালৰ লগত ৰাতিৰ খানা ভাল হʼব ৷
মিথুন ৰাশি : দিন প্ৰায় ভাল ৷ কৰ্মত সফলতা লাভ ৷ ভাগ্য ভাল ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ কর্ম বা ব্যৱসায়ত অধিক ব্যস্ত হʼব পাৰে ৷ কর্মত ব্যস্ত থকাৰ ফলত ইয়াৰ প্ৰভাৱ ব্যক্তিগত জীৱন পৰিব ৷
কৰ্কট ৰাশি : পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ সন্তানৰ অসফলতাৰ বাবে নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ হানিকাৰক আলোচনা নকৰিব ৷
সিংহ ৰাশি :দিনটো মধ্যমীয়া ৷ লক্ষ্য সফল ৷ নিজৰ অর্জনৰ ওপৰত গৌৰৱ কৰিব ৷
কন্যা ৰাশি :দিনটো শুভ ৷ টকা-পইচাৰ নিশ্চিতি হʼব ৷ বিচাৰধাৰা আৰু আলোচনাৰ পৰা বহুত লাভ হʼব ৷ সফল লাভ ৷ সক্ৰিয় অনুভৱ কৰিব ৷ পৰিশ্ৰমৰ ভাল ফল লাভ ৷ গ্ৰহৰ স্থান ভাল ৷