অসম

assam

ETV Bharat / state

Sat Oct 19 2024 Assam News Live: অসমৰ শেহতীয়া বাতৰি

By Assam Live News Desk

Published : 4 hours ago

Updated : 2 minutes ago

Etv Bharat
Etv Bharat (Etv Bharat)

01:05 PM, 19 Oct 2024 (IST)

শীঘ্ৰেই বৃদ্ধি পাব ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ মৰগীয়া বানচ: হিমন্ত বিশ্ব শৰ্মা

Assam CM FB Live : নিশা মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভ । মুখ্যমন্ত্রীৰ আত্মনিৰ্ভৰ অসম, মিছন বসুন্ধৰা ৩.০ কে আদি কৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উত্থাপন মুখ্যমন্ত্ৰীৰ । | Read More

ETV Bharat Live Updates - ASSAM CM FB LIVE

12:25 PM, 19 Oct 2024 (IST)

কৃষকক সকাহ দিয়াৰ বাবে আন্তঃৰাষ্ট্ৰীয় সংস্থাৰে বুজাবুজি চুক্তি স্বাক্ষৰ

AAU signs MoU with KB: কৃষিক্ষেত্ৰত শেহতীয়া তথ্য প্ৰযুক্তিৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব । অসম কৃষি বিশ্ববিদ্যালয়ৰ সৈতে আন্তৰাষ্ট্ৰীয় সংস্থা 'কেবি' সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ । | Read More

ETV Bharat Live Updates - MOU SIGNED WITH AAU

12:14 PM, 19 Oct 2024 (IST)

সঁচাকৈয়ে হত্যা কৰিছিল নেকি পুত্ৰক ?

Mother killed son: মাৰ্ঘেৰিটাত মাতৃৰ বিৰুদ্ধে পুত্ৰক হত্যাৰ অভিযোগ । অভিযুক্ত মাতৃক আটক । | Read More

ETV Bharat Live Updates - MOTHER KILLED SON

11:56 AM, 19 Oct 2024 (IST)

অনুপ্ৰৱেশৰ চেষ্টা; কৰিমগঞ্জত আটক বাংলাদেশী নাগৰিক

Bangladeshi national apprehended: কৰিমগঞ্জ জিলাত অসম আৰক্ষীৰ জালত বাংলাদেশী নাগৰিক । অনুপ্ৰৱেশৰ চেষ্টা চলোৱা লোকজনক আটক কৰি পুনৰ বাংলাদেশলৈ ঘূৰাই পঠিয়ালে আৰক্ষীয়ে । | Read More

ETV Bharat Live Updates - BANGLADESHI NATIONAL APPREHENDED

10:19 AM, 19 Oct 2024 (IST)

গুৱাহাটীত ৫.৫ কোটি টকাৰ ড্ৰাগছ জব্দ; ২ সৰবৰাহকাৰী আটক

Drugs Seized : এছটিএফৰ অভিযানত গুৱাহাটীৰ চানমাৰিত জব্দ বৃহৎ পৰিমণাৰ ড্ৰাগছ । ২ সৰবৰাহকাৰীকো আটক কৰিছে আৰক্ষীয়ে । | Read More

ETV Bharat Live Updates - DRUGS SEIZED

10:12 AM, 19 Oct 2024 (IST)

প্ৰাক্তন মন্ত্ৰী নগেন নেওগৰ হত্যা গোচৰ; পুনৰ গ্ৰেপ্তাৰ প্ৰাক্তন আলফা অমৰ সিঙক

Nagen Neog Murder Case : প্ৰাক্তন মন্ত্ৰী নগেন নেওগৰ হত্যাকাণ্ডৰ লগত জড়িত প্ৰাক্তন আলফা অমৰ সিঙক চি বি আইৰ গ্ৰেপ্তাৰ । | Read More

ETV Bharat Live Updates - NAGEN NEOG MURDER CASE

09:55 AM, 19 Oct 2024 (IST)

জু-জিৎসু প্ৰতিযোগিতাত ৫৮ টাকৈ পদক গোলাঘাট জিলালৈ

Ju-Jitsu Association of Assam: দ্বিতীয় অসম ৰাজ্যিক জু-জিৎসু প্ৰতিযোগিতাত গোলাঘাটৰ সফলতা । আঁজুৰিলে ৫৮ টা পদক । | Read More

ETV Bharat Live Updates - JU JITSU ASSOCIATION OF ASSAM

12:40 AM, 19 Oct 2024 (IST)

শ্বপিং-মনোৰঞ্জনৰ নামত প্ৰচুৰ খৰচ হ’ব এই ৰাশিৰ লোকৰ...আৰ্থিকভাৱে লাভান্বিত হ’ব এই ৰাশিৰ লোক...চাওক আজিৰ দিনটোৰ ৰাশিফল

আজি মেষ ৰাশিত বিৰাজ কৰিব চন্দ্ৰই ৷ ইয়াৰ ফলত কেনে প্ৰভাৱ পৰিব আপোনাৰ ৰাশিত ? জানিবলৈ পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল... | Read More

ETV Bharat Live Updates - DAILY HOROSCOPE
Last Updated : 2 minutes ago

ABOUT THE AUTHOR

...view details