অসম

assam

ETV Bharat / photos

ঐতিহাসিক জোনবিল মেলাৰ কেইটামান বিশেষ মুহূৰ্ত - HISTORIC JONBEEL MELA

শনিবাৰে সামৰণি পৰিল জোনবিল মেলা ৷ জাগীৰোডৰ পৰা তিনি কিলোমিটাৰ দূৰত্বত থকা জোনবিলৰ পাৰত অনুষ্ঠিত হয় এই মেলা । মাঘ বিহুৰ পিছৰটো সপ্তাহত এই মেলা অনুষ্ঠিত হয় ৷ পাহাৰত বসবাস কৰা জনজাতীয় তিৱা লোকসকলে আলু, কচু আদি বিনিময় কৰে ভৈয়ামৰ লোকসকলে তৈয়াৰ কৰা পিঠা, সান্দহ, মাছ আদিৰ সৈতে । (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jan 18, 2025, 8:19 PM IST

Updated : Jan 18, 2025, 9:01 PM IST

ঐতিহাসিক জোনবিল মেলাৰ সফল সামৰণি (ETV Bharat Assam)
তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল জোনবিল মেলা (ETV Bharat Assam)
জোনবিলৰ বাকৰিত ৰাইজৰ ব্যাপক সঁহাৰি (ETV Bharat Assam)
জোনবিল মেলাত সাংস্কৃতিক অনুষ্ঠান (ETV Bharat Assam)
সমূহীয়াকৈ মাছ ধৰাৰ বাবে জাগীৰোডৰ বিলত ভিৰ (ETV Bharat Assam)
মৎস্য চিকাৰৰ বাবে হাতে-হাতে পল' লৈ সাজু ৰাইজ (ETV Bharat Assam)
মৎস্য চিকাৰ (ETV Bharat Assam)
কুকুৰাৰ যুঁজ উপভোগ কৰিবলৈ দৰ্শকৰ ভিৰ (ETV Bharat Assam)
পৰম্পৰাগত কুকুৰা যুঁজৰ বাবে সাজু কুকুৰাৰ গৰাকী (ETV Bharat Assam)
কুকুৰাৰ যুঁজ উপভোগ কৰিবলৈ দৰ্শকৰ ভিৰ (ETV Bharat Assam)
কুকুৰা যুঁজ (ETV Bharat Assam)
দুই কুকুৰাৰ মাজত তীব্ৰ যুঁজ (ETV Bharat Assam)
চাৰিওফালে দৰ্শকৰ হৰ্ষোল্লাহ মাজত কুকুৰাৰ যুঁজ (ETV Bharat Assam)
Last Updated : Jan 18, 2025, 9:01 PM IST

ABOUT THE AUTHOR

...view details