অসম

assam

ETV Bharat / photos

লৃগাঙত প্ৰিয়জনক ৰিঃবি গাচেং দিবলৈ সীমাহীন ব্যস্ত মিচিং গাভৰু - ALI AYE LIGANG 2025

ফাগুণ মানেই যেন উৎসৱৰ বতৰ । ফাগুণ মানেই যেন ঐনিতম, গুমৰাগৰ সমাহাৰ । ফাগুণ মানেই যেন মিচিং জনগোষ্ঠী লোকসকলৰ প্ৰাণৰ উৎসৱ আলি-আয়ে-লৃগাং ৷ লৃগাঙৰ বাবে ব্যস্ততা বাঢ়িছে মিচিং গাভৰুৰ ৷ মৰমৰ দীঘে-বাণীয়েৰে অতি হেঁপাহেৰে বোৱা ৰিঃবি গাচেংখন প্ৰিয়জনক লৃগাঙত দিবলৈ তাঁতশালত ব্যস্ত মিচিং গাভৰু ৷ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Feb 9, 2025, 1:49 PM IST

লৃগাঙলৈ বেছিপৰ নাই (ETV Bharat Assam)
তাঁতশালত ব্যস্ত মিচিং গাভৰু (ETV Bharat Assam)
ব্যস্ততা বাঢ়িছে মিচিং গাভৰুৰ (ETV Bharat Assam)
লৃগাঙৰ বতৰাই থৌকি-বাথৌ কৰিছে মিচিং গাভৰুৰ মন (ETV Bharat Assam)
লৃগাঙত প্ৰিয়জনক ৰিঃবি গাচেং দিবলৈ সীমাহীন ব্যস্ত মিচিং গাভৰু (ETV Bharat Assam)
এগে, ৰিঃবি গাচেং, অৰকগ, দুমৌৰ, মিবু গালেগ, গন্‌ৰ উগনত বুতাবচাত ব্যস্ত মিচিং গাভৰু (ETV Bharat Assam)
তাঁতশালত ব্যস্ততা বাঢ়িছে লখিমপুৰৰ মিচিং জীয়ৰী-বোৱাৰীৰ (ETV Bharat Assam)
মিচিং জীয়ৰী-বোৱাৰীয়ে কৰিছে লৃগাঙৰ প্ৰস্তুতি (ETV Bharat Assam)
ঐনিতম জুৰি তাঁতশালত ব্যস্ত হৈছে ঢকুৱাখনাৰ মেধিসুঁতি গাঁৱৰ মিচিং জীয়ৰী-বোৱাৰী (ETV Bharat Assam)

ABOUT THE AUTHOR

...view details