অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰি-ৱেডিং অনুষ্ঠানত প্ৰথম দিনাই কিয়াৰাই ক’লা সাজ পৰিধান কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ।. অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰামত ইয়াৰে কিছু ফটোও শ্বেয়াৰ কৰিছে ৷ (সৌজন্য-ইনষ্টাগ্ৰাম). কিয়াৰাই শ্বেয়াৰ কৰা ছবিসমূহত তেওঁক অল ব্লেক লুকত দেখা গৈছে । (সৌজন্য-ইনষ্টাগ্ৰাম). অনন্ত-ৰাধিকাৰ প্ৰি-ৱেডিং অনুষ্ঠানত কিয়াৰাই পৰিধান কৰিছিল ক’লা বডিকন ড্ৰেছ । (সৌজন্য-ইনষ্টাগ্ৰাম). কিয়াৰাই প্ৰি-ৱেডিং অনুষ্ঠানত আলবিনা ডায়েলাৰ ৰোজছ লাইনৰ সাজ-পোছাক পৰিধান কৰি অংশগ্ৰহণ কৰিছিল ।. বল্ড ডিপ নেকলাইনৰ সৈতে এই সাজ-পোছাকত অভিনেত্ৰীগৰাকীক যথেষ্ট ক্লাছি আৰু আকৰ্ষণীয় দেখা গৈছিল ।. কিয়াৰাৰ ক’লা সাজ-পোছাকৰ সু হাতৰ ফালে এটা ডাঙৰ ক’লা ফুল সংলগ্ন কৰা হৈছিল ৷. অভিনেত্ৰীগৰাকীয়ে নিউড শ্বেড লিপষ্টিক আৰু শ্বিয়ৰ লাইট হাইলাইটাৰেৰে মেকআপ সম্পূৰ্ণ কৰিছিল ।. সামগ্ৰিকভাৱে অতি ধুনীয়া দেখা গৈছিল অভিনেত্ৰীগৰাকীক ।