শিক্ষা জীৱনৰ দিক নিৰ্ণয় কৰিবলৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বহিল ৰাজ্যৰ ৪ লাখৰো অধিক শিক্ষাৰ্থী - HSLC EXAMINATION 2025
![](https://etvbharatimages.akamaized.net/etvbharat/prod-images/15-02-2025/1200-675-23548242-thumbnail-16x9-hslc-04-aspera.jpg)
ৰাজ্যত আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা । অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে প্রথমবাৰৰ বাবে পৰিচালনা কৰা এই পৰীক্ষাত ৪ লাখৰো অধিক শিক্ষাৰ্থী অৱতীৰ্ণ হৈছে । ৰাজ্যৰ মুঠ ৯৪৪ টা কেন্দ্রত পৰীক্ষা অনুষ্ঠিত হৈছে । বিগত বৰ্ষতকৈ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮৭২০ গৰাকী পৰীক্ষাৰ্থী বৃদ্ধি পাইছে । (ETV Bharat)
Published : Feb 15, 2025, 12:12 PM IST