গুৱাহাটী, 19 ফেব্ৰুৱাৰী: আপোনাৰ বাৰু কামৰ প্ৰতি এলাহ লাগে নেকি ? কিবা কাম কৰাৰ আগতে কামটো হ'ব নে নহয়, কিবা ভুল হ'ব নেকি আদি বিষয়ত ভয় খাই থাকে নেকি ? কিবা কাম এটা হাতত লোৱাৰ পিচতো কামটো কৰিবলৈ মন নাযায় নেকি ? বা এলাহ অনুভৱ হৈ থাকে নেকি ? তেন্তে আজিৰ এই প্ৰতিবেদন আপোনাৰ বাবে ৷ এই সম্পৰ্কে ইটিভি ভাৰত অসমৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত সংখ্যাতত্ববিদ তথা বাস্তুশাস্ত্ৰবিদ অৰ্চনা বৰ্মনে এইসমূহ সমস্যাৰ পৰা আপুনি কেনেদৰে পৰিত্ৰাণ পাব পাৰে সেই বিষয়ে বিৱৰি কয় ৷ সংখ্যাতত্ববিদ তথা বাস্তুশাস্ত্ৰবিদ গৰাকীয়ে আগবঢ়োৱা কিছুমান উপায়ৰ বিষয়ে উল্লেখ কৰিছে যি উপায়ৰ দ্বাৰা এনেবোৰ সমস্যাৰ পৰা সহজে পৰিত্ৰাণ পাব পাৰিব বা বহুখিনি উন্নতি লাভ কৰিব ৷
ইয়াৰ বাবে আপোনালোকক প্ৰয়োজন হ’ব এডাল ৰঙা সূতা