মুঞ্জ্যাৰ পিছত এইবাৰ আহি আছে কাকুড়া; ছবিখনৰ সন্দৰ্ভত কি ক’লে পৰিচালক তথা অভিনেতা ৰিতেশ দেশমুখে - Kakuda - KAKUDA
Riteish Deshmukh on Kakuda: ৰিতেশ দেশমুখ, চাকিব ছালীম আৰু সোণাক্ষী সিনহাৰ হৰৰ-কমেডী ছবি কাকুড়া অহা ১২ জুলাইত মুক্তি পাবলৈ গৈ আছে । শেহতীয়া সাক্ষাৎকাৰত ৰিতেশ দেশমুখে ছবিখনৰ বিষয়ে কি কি বিশেষ কথা ক’লে চাও আহক-
মুঞ্জ্যাৰ পিছত এইবাৰ আহি আছে কাকুড়া; ছবিখনৰ সন্দৰ্ভত কি ক’লে পৰিচালক তথা অভিনেতা ৰিতেশ দেশমুখে (INSTAGRAM)