আকৌ বিতৰ্কত ছেবা; ছেবাৰ ভুলৰ বলি ৰাজ্যৰ শতাধিক কম্পাৰ্টমেন্টেল পৰীক্ষাৰ্থী - হিন্দী
🎬 Watch Now: Feature Video
পুনৰ এবাৰ ছেবাৰ অকৰ্মন্যতাৰ বাবে এটা বছৰ হেৰুৱাৰ দিশত ৰাজ্যৰ প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰী ৷ মাধ্যমিক শিক্ষা পৰিষদে কমপাৰ্টমেন্টেল পৰীক্ষাৰ বাবে প্ৰথমাৱস্থাত ভুলকৈ এখন ৰুটিন জাৰি কৰিছিল ৷ সেই ৰুটিন অনুসৰি 6 জুলাইত অনুষ্ঠিত হোৱাৰ কথা আছিল হিন্দী আৰু আৰবী বিষয়ৰ পৰীক্ষা ৷ ইতিমধ্যে 2 জুলাইতে অনুষ্ঠিত হৈ গ'ল পৰীক্ষা ৷ চাওক এক প্ৰতিবেদনঃ
Last Updated : Jul 6, 2019, 11:57 PM IST