বিহুতে নাচিবৰ মন : মাজুলীত ঢোলৰ চেঁৱত কঁকাল ঘূৰালে পৰ্যটকে - Tourists enjoy Bihu in Majuli
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-15055972-184-15055972-1650350548710.jpg)
অসমীয়াৰ বাপতি সাহোন হেঁপাহৰ ৰঙালী বিহুক লৈ উৎফুল্লিত ৰাজ্যবাসী (Rangali Bihu Celebrations in Assam) । ঢোল-পেঁপাৰ মাতত মুখৰিত হৈছে সমগ্ৰ ৰাজ্য । সমান্তৰালভাৱে মাজুলীৰ প্ৰতিখন গাঁৱৰ গাঁৱবাসীৰ আনন্দৰ অন্ত নাই । পুৱাৰ পৰা নিশা দুপৰলৈকে ডেকা-গাভৰু সকলোৱে মিলি ঘৰে ঘৰে গাইছে হুঁচৰি ৷ মাজুলীৰ গড়মুৰত সোমবাৰে নিশা বিহু মাৰি থকা দেখি আনন্দত আত্মহাৰা হৈ পৰে দেশীয় পৰ্যটক(Tourists enjoy Bihu in Majuli) সকল ৷ বিহু মাৰি থকা লোকসকলৰ লগত এপাক কঁকাল ভাঙি নাচিলে পৰ্যটকসকলে