thumbnail

By

Published : May 9, 2020, 1:36 PM IST

ETV Bharat / Videos

COVID-19 : বিশ্বৰ শেহতীয়া খবৰ !

বিশ্বজুৰি তাণ্ডৱ লীলা চলাইছে কৰ'ণা ভাইৰাছে ৷ উন্নত ৰাষ্ট্ৰ সমূহতো দেখা গৈছে এই মহামাৰীৰ প্ৰৱলতা ৷ সমগ্ৰ বিশ্বৰ ভিতৰতে শক্তিশালী হিচাপে পৰিণতি আমেৰিকা যুক্তৰাষ্ট্ৰ যেন পৰাজিত হৈছে কৰ'ণাৰ ওচৰত ৷ দেশখনৰ সৰ্বাধিক লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুৰ হাৰো হৈছে সৰ্বাধিক ৷ স্পেইন, ইটালী, ইংলেণ্ড, ফ্ৰান্স, জাৰ্মানী আদি দেশতো লক্ষাধিক লোক আক্ৰান্ত হৈছে কৰ'ণাত ৷ বিশ্বৰ কৰ'ণা ভাইৰাছৰ আক্ৰান্ত আৰু মৃত্যুৰ সম্পূৰ্ণ খবৰ জানিবলৈ চাওক এই প্ৰতিবেদন.............

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.