thumbnail

By

Published : May 15, 2021, 2:18 PM IST

ETV Bharat / Videos

বিধায়ক বিজয় মালাকাৰক মন্ত্রীত্ব প্রদানৰ দাবী

কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী বিধানসভা সমষ্টিৰ বিধায়ক বিজয় মালাকাৰক মন্ত্রীত্ব প্রদানৰ দাবী ৷ ৰাতাবাৰী সমষ্টিৰ ৰামকৃষ্ণ নগৰৰ বিজেপিৰ মণ্ডল কাৰ্যালয়ত শনিবাৰে সংবাদমেলৰ আয়োজন কৰি এই দাবী ৰাতাবাৰীৰ বিজেপি কৰ্মীৰ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.