thumbnail

Man elephant conflict: নগাঁৱৰ মধ্য-ৰংমিলীত হস্তী পূজাৰ আয়োজন

By

Published : Dec 31, 2021, 12:22 PM IST

বন্যহস্তীৰ তাণ্ডৱত ভুক্তভোগী ৰাইজে পৰিত্ৰাণ বিচাৰি পাতিবলৈ লৈছে হস্তী পূজা ৷ প্ৰতিবছৰেই নগাঁৱৰ কামপুৰ, কচুৱা এই অঞ্চল সমূহত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই ৰাইজৰ বিস্তৰ ক্ষতি সাধন কৰে ৷ সেয়ে সেই সমূহ অঞ্চলৰ ৰাইজে প্ৰতিবছৰেই পুহ মাহৰ নিৰ্দিষ্ট এটা দিনত হস্তী পূজা পাতে (people of rangmili organise Hasti puja in nagaon) ৷ মধ্য ৰংমিলি, হাতীফান্দীকে ধৰি সমগ্ৰ অঞ্চলৰ ৰাইজে হস্তী পূজাকেই বন্যহস্তীৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় হিচাপে গণ্য কৰে ৷ এইবছৰো ধান-কল লৈ হস্তী পূজাৰ আয়োজন কৰিছে ৰাইজে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.