Assam Rifles firing in Nagaland : মন জিলাৰ ঘটনাত আহত দুগৰাকী লোক AMCH ত চিকিৎসাধীন - Man injured in Assam rifles firing admitted to AMCH
🎬 Watch Now: Feature Video
নাগালেণ্ডৰ মন জিলাত আচাম ৰাইফলচৰ গুলী চালনা ঘটনাত(Assam Rifles firing in Nagaland )আহত দুগৰাকী লোক চিকিৎসাধীন হৈছে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত (Assam Medical College Dibrugarh)৷ তেওঁলোকৰ নাম ক্ৰমে, জাৰ্গ কন্যাক আৰু চাইলং কন্যাক ৷ এই দুয়োগৰাকী লোক সংকটজনক অৱস্থাত আছে বুলি সদৰী কৰিছে অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষই ৷ অধ্যক্ষগৰাকীয়ে সদৰী কৰা মতে, অধিক তৎপৰতাৰে তেওঁলোক চিকিৎসা চলাই থকা হৈছে ৷