APSC ৰ পৰীক্ষাত 50 সংখ্যক স্থান লাভ মাৰ্ঘেৰিটাৰ বিক্ৰম নেৱাৰৰ - ৰ্ঘেৰিটাৰ বিক্ৰম নেৱাৰ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-10022422-1103-10022422-1609051476660.jpg)
অসম লোক সেৱা আয়োগৰ পৰীক্ষাত 50 স্থান লাভ কৰিলে মাৰ্ঘেৰিটাৰ বিক্ৰম নেৱাৰে ৷ মাৰ্ঘেৰিটাৰ বৰগোলাৰ এটা সাধাৰণ পৰিয়ালত জন্ম গ্ৰহণ কৰা বিক্ৰম নেৱাৰ এনে সফলতাত গৌৰাম্বিত পৰিয়ালৰ লগতে অঞ্চলবাসী ৷ উল্লেখ্য যে, 2013 চনৰ পৰাই বিক্ৰম নেৱাৰে টেট পৰীক্ষা উত্তীৰ্ণ হৈ এখন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক হিচাপে কৰ্মৰত আছিল ৷