নিলামবজাৰত 2.2 পিস্তলসহ তিনি জাঁই সজীৱ গুলী জব্দ - raid in nilambazar
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-12482282-thumbnail-3x2-hjsh.jpg)
কৰিমগঞ্জত আৰক্ষীৰ অভিযান । কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাৰ নেতৃত্বত জিলাখনৰ নিলামবজাৰত চলোৱা এক অভিযানত পিস্তলসহ সজীৱ গুলী উদ্ধাৰ ৷ নিলামবজাৰ আৰক্ষী থানাৰ অন্তৰ্গত হিজিমৰ এখন ঘৰৰ পৰা আৰক্ষীয়ে জব্দ কৰে এটা পইন্ট 2.2 পিস্তল আৰু তিনি জাঁই সজীৱ গুলী ৷