ৰজাঘৰীয়াই কিমান মনত ৰাখিছে জাতীয় বীৰ লাচিত বৰফুকনক ? - মহানগৰীৰ জালুকবাৰী স্থিত লাচিত পাৰ্ক

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 21, 2020, 9:35 PM IST

পৰিত্যক্ত অৱস্থাত পৰি ৰৈছে মহানগৰীৰ জালুকবাৰী স্থিত লাচিত পাৰ্ক । প্ৰত্যেক বছৰেই 24 নৱেম্বৰত এই উদ্যানখন লাচিত দিৱস পালন কৰা হয় ৷ কিন্তু কেৱল এদিনৰ বাবেই যেন অসমীয়াৰ সাহসৰ প্ৰতীক স্বৰূপ বীৰ লাচিত বৰফুকনক মনত পেলাই ৰজাঘৰীয়াই ৷ জালুকবাৰী স্থিত লাচিত পাৰ্ক খনৰ বৰ্তমান পৰিৱেশে যেন তাকেই প্ৰমাণ কৰে । ৰজাঘৰীয়াই বাৰম্বাৰ শৰাইঘাটৰ ৰণ তথা মোগল খেদাৰ কথা কৈ থকাৰ সময়তে ঘন জংঘলৰ মাজত এতিয়া এনেদৰেই নিঃশ্চিহ্ন হোৱাৰ উপক্ৰম হৈছে এই উদ্যানখন ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.