কলিয়াবৰত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ

🎬 Watch Now: Feature Video

thumbnail
কলিয়াবৰ আৰক্ষীয়ে দেওবাৰে অঞ্চলটোৰ বিভিন্ন স্থানত অভিযান চলাই বুজন পৰিমাণৰ বিলাতী সুৰা জব্দ কৰে ৷ সুৰাখিনিৰ মূল্য কেইবাহাজাৰ টকা হ’ব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে । আৰক্ষী যোৱাৰ উমান পাই উক্ত স্থানৰ পৰা পলায়ন কৰে সুৰা ব্যৱসায়ী । দুৰ্গা পূজাৰ গইনা লৈ অবৈধভাৱে বিক্ৰী কৰা হৈছিল সুৰাখিনি । উল্লেখ্য যে, ক’ভিড প্ৰট’কল উলংঘনকাৰী তথা সান্ধ্য আইনৰ সময়ত অবৈধভাৱে বিক্ৰী কৰা সুৰা বেপাৰীৰ বিৰুদ্ধে এতিয়া অধিক কঠোৰ হৈছে কলিয়াবৰ আৰক্ষী । বিশেষকৈ পূজাৰ সময়ছোৱাত সমগ্ৰ কলিয়াবৰত শান্তি-শৃংখলা অটুত ৰাখিবলৈ অধিক কঠোৰ হৈছে আৰক্ষী ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.