নামটেমেৰাৰ চকুলো ! বন্যাৰ্তৰ বাবে আহৰি নাই জনপ্ৰতিনিধিৰ

By

Published : Jul 16, 2019, 11:05 AM IST

thumbnail

ৰাজ্যত অব্যাহত বানৰ বিভীষিকা ৷ গোলাঘাট জিলাৰ নুমলীগড়ৰ গেলাবিল ব্ৰহ্মপুত্ৰ অঞ্চলত বাঢ়নী পানীৰ কৱলত 20 খনৰো অধিক গাঁও ৷ ওখ স্থাইলৈ ঢাপলি মেলিছে বন্যাৰ্তই ৷ এই দৃশ্য নুমলীগড়ৰ নামটেমেৰা অঞ্চলৰ ৷ অঞ্চলটোৰ শ শ পৰিয়াল এতিয়া আবদ্ধ হৈ পৰিছে পানীৰ মাজত ৷ এমুঠি অন্ন , এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে এতিয়া হাহাকাৰময় পৰিস্থিতি বানাক্ৰান্তৰ ৷ অৱশ্যে ইমানৰ পাচতো নামটেমেৰাবাসীৰ খবৰ ল’বলৈ আহৰি নাই জনপ্ৰতিনিধিৰ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.